• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য কি জানো আহক

Nation NE by Nation NE
August 12, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য কি জানো আহক
Share on FacebookShare on TwitterWhatsApp

স্বাধীনতা দিৱস অৰ্থাৎ ১৫ আগষ্টত দেশৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত পতাকা উত্তোলন কৰে আৰু গণৰাজ্য দিৱসত দেশৰ ৰাষ্ট্ৰপতিয়ে ৰজপথত জাতীয় পতাকা উন্মোচন কৰে। কিন্তু এই কথা বহুতৰে অজ্ঞাত যে, স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ পতাকা উত্তোলন বা উন্মোচন একে নহয়।

বৰ্তমান সময়ত সমগ্ৰ দেশতেই স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলি আছে। এই দিনটোৱে প্ৰতিজন ভাৰতীয়কেই এক নতুন আৰম্ভণিৰ কথা সোঁৱৰাই দিয়ে। ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ভাৰতে ব্ৰিটিছ ঔপনিৱেশিকতাৰ কবলৰ পৰা মুক্ত হোৱাৰ পাছত দেশত এক নতুন যুগৰ আৰম্ভ হয়।

এই উপলক্ষ্যে গোটেই ভাৰতবৰ্ষতেই এই দিৱস উদযাপনৰ বাবে বিভিন্নধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। প্ৰত্যেক বছৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাত পতাকা উত্তোলন কৰে আৰু ২৬ জানুৱাৰীত দেশৰ ৰাষ্ট্ৰপতিয়ে গণৰাজ্য দিৱস উপলক্ষ্যে ৰাজপথত জাতীয় পতাকা উন্মোচন কৰে।

২৬ জানুৱাৰী তথা গণৰাজ্য দিৱসৰ এই ভাৰতীয় ত্ৰিৰংগা উন্মোচন আৰু ১৫ আগষ্টৰ পতাকা উত্তোলনৰ মাজত এক বৃহৎ পাৰ্থক্য আছে।

স্বাধীনতা দিৱসৰ দিনা জাতীয় পতাকা উত্তোলন কৰাৰ আগতে পতাকাখন তলতেই সামৰি লৈ খুঁটাত বান্ধি লোৱা হয়। প্ৰধানমন্ত্ৰীয়ে যেতিয়া জাতীয় পতাকা উত্তোলন কৰিবলৈ ৰচী টানি দিয়ে, তেতিয়া প্ৰথমে ত্ৰিৰংগাখন ওপৰলৈ উঠি যায় আৰু তাৰপাছত এই ৰচীৰ গাঁঠি খুলি দিয়া হয়। ইয়াকেই পতাকা উত্তোলন বা Flag Hoisting বুলি কোৱা হয়।

ইয়াৰ কাৰণ হৈছে,  ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হৈ ভাৰতে স্বাধীনতা লাভ কৰিছিল। সেইদিনাখনেই চৰকাৰীভাৱে ব্ৰিটিছৰ পতাকা নমাই দেশৰ ত্ৰিৰংগাখন উত্তোলন কৰা হৈছিল। তেতিয়াৰ পৰাই পতাকা উত্তোলনৰ পদ্ধতি প্ৰচলিত হৈ আহিছে।

আনহাতে ২৬ জানুৱাৰী তথা গণৰাজ্য দিৱসত পতাকাখন  ওপৰত সামৰি লৈ তাৰপাছত এই গাঁঠি খুলি দিয়া হয়। ইয়াক পতাকা উন্মোচন বা Flag Unfurling বুলি কোৱা হয়।

কেৱল লালকিল্লাতেই কিয় পতাকা উত্তোলন কৰা হয়?

ৰাজনীতিত প্ৰতীকৰ গুৰুত্ব অতি বেছি। এই কাৰণতে দেশৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে পতাকা উত্তোলনৰ বাবে লালকিল্লাৰ প্ৰাচীৰ বাচনি কৰি লৈছিল। দিল্লীত অৱস্থিত লালকিল্লাটো মোগল সম্ৰাট শ্বাহজাহানে নিজৰ ৰাজধানী শ্বাহজাহানাবাদৰ বাবে ৰাজপ্ৰসাদ হিচাপে নিৰ্মাণ কৰিছিল। এই দুৰ্গ আছিল শক্তিৰ প্ৰতীক। ১৬৩৮ চনৰ পৰা ১৬৪৮ চনৰ ভিতৰত ১০বছৰত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছিল।

Tags: Independence dayIndiaNational FlagRepublic Day

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025

শীৰ্ষ সংবাদ

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025