• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 23, 2025
31 °c
Guwahati
30 ° Thu
31 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      Nation NE by Nation NE
      July 23, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পৰাই অপাৰেচন সিন্দূৰ আৰু পেহেলগাম নৰহত্যাক লৈ লোকসভা আৰু ৰাজ্যসভাত অচলাৱস্থাৰ সৃষ্টি কৰিছে সন্মিলিত বিৰোধীয়ে। এই বিষয় দুটা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সদনৰ মজিয়াত আলোচনাৰ দাবী জনাই আহিছে বিৰোধীয়ে।

      শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, সদনৰ মজিয়াত অহা ২৯ জুলাইত অপাৰেচন সিন্দূৰ সন্দৰ্ভত চৰ্চা হোৱাৰ সম্ভাৱনা আছে। চৰকাৰে উচ্চ আৰু নিম্ন সদনত এই বিষয়টো চৰ্চাৰ বাবে ১৬ ঘণ্টা সময় নিৰ্ধাৰণ কৰিছে।

      ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি চৰকাৰৰ হৈ অপাৰেচন সিন্দূৰ সন্দৰ্ভত সদনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য আগবঢ়াব।

      নিউজ এজেন্সি ANIৰ প্ৰতিবেদন অনুসৰি, বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যসভাৰ বিজনেছ এডভাইজৰী কমিটিৰ বৈঠকত অপাৰেচন সিন্দূৰ সন্দৰ্ভত উচ্চ সদনত অহা ২৯ জুলাইত চৰ্চা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ বাবে ১৬ ঘণ্টা সময় নিৰ্ধাৰণ কৰিছে।

      ইফালে অপাৰেচন সিন্দূৰ সন্দৰ্ভত যেতিয়াই সদনত আলোচনা হ’ব তেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব লাগিব বুলি দাবী কৰি আহিছে বিৰোধীয়ে।

      উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই ভাৰত চৰকাৰে অপাৰেচন সিন্দূৰৰ জৰিয়তে পাকিস্তানৰ ভূমিত থকা সন্ত্ৰাসবাদীৰ ঘাটিত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল। এই আক্ৰমণৰ পিছতেই ভাৰত-পাকিস্তানৰ মাজত আৰম্ভ হৈছিল যুদ্ধসদৃশ পৰিস্থিতি।

      ইয়াৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হস্তক্ষেপত দুয়োখন দেশৰ মাজত হোৱা সংঘাতৰ অন্ত পেলোৱা বুলি দাবী কৰিছিল। ট্ৰাম্প কৰি অহা দাবী সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সমালোচনা কৰি আহিছে ভাৰত চৰকাৰক।

      Tags: Monsoon SessionOperation SindoorParliament

      Related Posts

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ
      Top News

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ

      July 23, 2025
      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…

      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…

      শীৰ্ষ সংবাদ

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ

      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist