• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
26 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পদত্যাগ নে শুল্ক? আজি নিশা ডাঙৰ ঘোষণা কৰিব ড’নাল্ড ট্ৰাম্পে! বিশ্বৰ দৃষ্টি নিৱদ্ধ

Nation NE by Nation NE
September 2, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ৰাষ্ট্ৰপতিৰূপে শপত লৈয়ে ট্ৰাম্পে ল’লে পাঁচটা কঠোৰ সিদ্ধান্ত; হতচকিত বিশ্ববাসী
Share on FacebookShare on TwitterWhatsApp

শুল্কক লৈ সমগ্ৰ বিশ্বতে অচলাৱস্থাৰ সৃষ্টি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ অজুহাত দেখুৱাই আমেৰিকাই ভাৰতৰ ওপৰত প্ৰথমে ২৫ শতাংশ আৰু পিছত জৰিমনা হিচাপে পুনৰ ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছিল।

ইয়াৰ উপৰিও ইউক্ৰেইন যুদ্ধক লৈ ৰাছিয়াৰ ওপৰত বহু নিষেধাজ্ঞা আৰোপ কৰা হৈছে, আনহাতে চীনৰ ওপৰতো যথেষ্ট শুল্ক ঘোষণা কৰা হৈছে যদিও এই শুল্ক এতিয়াও কাৰ্যকৰী হোৱা নাই।

এই শুল্কযুদ্ধক লৈ পৰিস্থিতি উদ্বিগ্ন হৈ থকাৰ সময়তে চীনৰ টিয়ানজিনত এছ চি অ’ শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে আলোচনাত মিলিত হৈছে।

ভাৰতে এতিয়াও আমেৰিকাৰ সৈতে কোনো বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰা নাই। ইয়াৰ মাজতে একেখন মঞ্চতে ৰাছিয়া, চীন আৰু ভাৰত অহাৰ বাবে আমেৰিকাৰ লগতে সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈছে।

এই সকলোবোৰৰ মাজত আজি নিশা ১১.৩০ বজাত (ভাৰত সময় অনুসৰি) এটা ডাঙৰ ঘোষণা কৰিবলৈ ওলাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

বাণিজ্য সম্পৰ্কীয় নীতি বা শুল্কৰ ক্ষেত্ৰত ট্ৰাম্পে কিছু ডাঙৰ ঘোষণা কৰিব পাৰে বুলিও জল্পনা-কল্পনা কৰা হৈছে। শেহতীয়াকৈ আমেৰিকাৰ এখন আদালতে ট্ৰাম্পৰ শুল্ক অবৈধ বুলি ঘোষণা কৰাৰ পিছতে তেওঁ উচ্চতম ন্যায়ালয়লৈ যোৱাৰ কথা কয়।

সংবাদ সংস্থা ৰয়টাৰৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে ট্ৰাম্প প্ৰশাসনে ইতিমধ্যে জানিছিল যে শুল্ক সন্দৰ্ভত আদালতৰ সিদ্ধান্ত তেওঁলোকৰ বিৰুদ্ধে আহিব পাৰে। ইয়াৰ বাবেই ইতিমধ্যে ট্ৰাম্প প্ৰশাসনে প্লেন বি প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছিল।

যোৱা কেইদিনমানৰ পৰা ৰাজহুৱা অনুষ্ঠানত দেখা পোৱা নাই ট্ৰাম্পক। অৱশ্যে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত তেওঁ অহৰহ সক্ৰিয় হৈ আছে। একে সময়তে ৭৯ বছৰীয়া ট্ৰাম্পৰ স্বাস্থ্যৰ বিষয়েও উৰাবাতৰি প্ৰকাশ পাইছে। যোৱা সপ্তাহত তেওঁৰ স্বাস্থ্যৰ বিষয়ে উৰাবাতৰি বিয়পি পৰিছিল আৰু #WhereIsTrump ৰ দৰে হেচটেগ ট্ৰেণ্ডিং কৰিবলৈ আৰম্ভ কৰিছিল।

Tags: Donald trumpIndiaTarriffUSA

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025