• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি

Nation NE by Nation NE
September 17, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Share on FacebookShare on TwitterWhatsApp

আমেৰিকা আৰু চীনৰ মাজত টিকটকক লৈ ওলাইছে  এক ডাঙৰ খবৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ১৬ ছেপ্টেম্বৰত ঘোষণা কৰিছে যে টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি হৈছে। ব্ৰিটেইন ভ্ৰমণলৈ যোৱাৰ পূৰ্বে ট্ৰাম্পে হোৱাইট হাউছত কয় যে, ট্ৰাম্প চৰকাৰে টিকটক সন্দৰ্ভত এক চুক্তিত উপনীত হৈছে আৰু এই সন্দৰ্ভত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে আলোচনা কৰিছে।

স্পেইনৰ ৰাজধানী মাদ্ৰিদত আমেৰিকাৰ বিত্তমন্ত্ৰী স্কট বেছাণ্ট আৰু চীনৰ উপ-প্ৰধানমন্ত্ৰী হে লিফঙৰ মাজত দুদিনীয়া আলোচনাৰ অন্তত এই চুক্তিত উপনীত হৈছে। চীনৰ বাইটডান্সৰ মালিকানাধীন টিকটকৰ বিশ্বজুৰি প্ৰায় দুই বিলিয়ন ব্যৱহাৰকাৰী আছে। এই চুক্তিৰ অধীনত টিকটকৰ নিয়ন্ত্ৰণ আমেৰিকাৰ কোম্পানীসমূহৰ হাতলৈ আহিব। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আমেৰিকাৰ কোম্পানীসমূহে টিকটক ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিছে।

২০২৫ চনৰ জানুৱাৰী মাহতেই আমেৰিকাত টিকটক নিষিদ্ধ কৰা হৈছিল যদিও এতিয়াও চলি আছে। এই চুক্তিৰ বাবে চীনক ১৭ ছেপ্টেম্বৰলৈ সময় দিয়া হৈছিল। এই চুক্তি নহ’লে আমেৰিকাত টিকটক সম্পূৰ্ণৰূপে নিষিদ্ধ হ’লহেঁতেন।

এক প্ৰতিবেদন অনুসৰি, ৩০-৪৫ দিনৰ ভিতৰত এই চুক্তি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ২০২৪ চনত আমেৰিকাত এখন আইন গৃহীত হয়, যাৰ অধীনত চীনৰ কোম্পানী বাইটেডেন্সে আমেৰিকাৰ কাৰ্য্যকলাপৰ মালিকীস্বত্ব টিকটকক বিক্ৰী কৰিবলগীয়া হয়। সেই সময়ত আশংকা কৰা হৈছিল যে চীন চৰকাৰে এই এপৰ জৰিয়তে আমেৰিকান ব্যৱহাৰকাৰীৰ তথ্য লাভ কৰিব পাৰিব।

অহা মাহত দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’বলগীয়া এপেক শীৰ্ষ সন্মিলনত ছি জিনপিঙৰ সৈতে ট্ৰাম্পৰ প্ৰস্তাৱিত বৈঠকৰ বাবেও এই চুক্তি চৰ্ত বুলি কয়।

Tags: AmericaChinaTrump

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025