• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাষ্ট্ৰপতিৰূপে শপত লৈয়ে ট্ৰাম্পে ল’লে পাঁচটা কঠোৰ সিদ্ধান্ত; হতচকিত বিশ্ববাসী

Nation NE by Nation NE
January 21, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ৰাষ্ট্ৰপতিৰূপে শপত লৈয়ে ট্ৰাম্পে ল’লে পাঁচটা কঠোৰ সিদ্ধান্ত; হতচকিত বিশ্ববাসী
Share on FacebookShare on TwitterWhatsApp

২০ জানুৱাৰী (সোমবাৰ)ত ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰিলে। ৭৮ বছৰীয়া ৰিপাব্লিকান পাৰ্টীৰ নেতা ট্ৰাম্পে শক্তিশালীভাৱে চাৰিবছৰৰ মূৰত হোৱাইট হাউছত প্ৰত্যাৱৰ্তন কৰিছে।

দায়িত্ব গ্ৰহণ কৰিয়েই ট্ৰাম্পে কেতবোৰ এনে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যিসমূহে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেওঁ প্ৰব্ৰজন, শুল্ক আৰু শক্তিকে ধৰি কেইবাটাও ক্ষেত্ৰত আমেৰিকাৰ নীতি সলনি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

ড’নাল্ড ট্ৰাম্পৰ ৫টা ডাঙৰ সিদ্ধান্ত

আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছত ড’নাল্ড ট্ৰাম্পে এনে ৫টা সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ প্ৰভাৱ বিশ্বত দেখা যাব, যিবোৰ তলত উল্লেখ কৰা হৈছে।

শপত গ্ৰহণ কৰাৰ পূৰ্বে ট্ৰাম্পে কৈছিল যে তেওঁ কানাডাৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিব। ৰাষ্ট্ৰপতি হোৱাৰ পিছতেই এই সিদ্ধান্তত অনুমোদন জনোৱা হয়।

পেৰিছ জলবায়ু চুক্তিৰ পৰাও আঁতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে ট্ৰাম্পে।

ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ পৰাও আঁতৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ক’ভিড মহামাৰী নিয়ন্ত্ৰণ কৰাত WHO চূড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি ট্ৰাম্পে এই সিদ্ধান্ত গ্ৰহণ কৰে।

ট্ৰাম্পে নাগৰিকত্ব আইন সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই অনুসৰি আমেৰিকাত জন্মগত অধিকাৰৰ নাগৰিকত্ব শেষ কৰাৰ নিৰ্দেশ দিয়া হৈছে। অৰ্থাৎ এতিয়া যিসকল লোকৰ হাতত আমেৰিকাৰ নাগৰিকত্বৰ আইনী নথি-পত্ৰ নাই আৰু এই সময়ছোৱাত যদি তেওঁলোকে আমেৰিকাত সন্তান জন্ম দিয়ে, সেই সন্তানসকলে স্বয়ংক্ৰিয়ভাৱে আমেৰিকাৰ নাগৰিকত্ব লাভ নকৰিব।

ইয়াৰ উপৰি ট্ৰাম্পে আন এক ডাঙৰ সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ড্ৰাগছ সম্পৰ্কীয় গোচৰত ধৰা পৰা লোকক সন্ত্ৰাসবাদী ঘোষণা কৰা হ’ব।

উল্লেখ্য যে, কমলা হেৰিছক পৰাস্ত কৰি ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে জয় লাভ কৰা ড’নাল্ড ট্ৰাম্পে ২০ জানুৱাৰীত শপত লয়। এই শপতগ্ৰহণ অনুষ্ঠানত বিশ্বৰ কেইবাখনো দেশৰ শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰে। ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ উপস্থিত থাকে।

Tags: Donald trumpUSA

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025