• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইউটিউবাৰ এলভিছ যাদৱৰ নামত থকা বহু সম্পত্তি সংলগ্ন ইডিৰ

Nation NE by Nation NE
September 26, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ইউটিউবাৰ এলভিছ যাদৱৰ নামত থকা বহু সম্পত্তি সংলগ্ন ইডিৰ
Share on FacebookShare on TwitterWhatsApp

পুনৰ বিপদত পৰিছে ইউটিউবাৰ তথা ‘বিগ বছ অ’টিটি ২’ বিজেতা এলভিছ যাদৱ। ধন সৰবৰাহৰ গোচৰত গুৰুতৰ ব্যৱস্থা গ্ৰহণ কৰি প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে এলভিছ আৰু তেওঁ সহযোগী গায়ক ফাজিলপুৰিয়াৰ নামত থকা নয়ডা আৰু হাৰিয়ানাস্থিত বহু সম্পত্তি সংলগ্ন কৰিছে।

ইডিৰ এই পদক্ষেপৰ পিছত ৰেভ পাৰ্টিত সাপৰ বিষ যোগান ধৰাৰ অভিযোগৰ সন্মুখীন হোৱা এলভিছৰ সমস্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

‘বিগ বছ অ’টিটি ২’ বিজয়ী হোৱাৰ পিছত লাইমলাইটলৈ অহা এলভিছ যাদৱ ৰেভ পাৰ্টিত সাপৰ বিষ যোগান ধৰাৰ অপৰাধত জেললৈ গৈছে। ইয়াৰ উপৰি তেওঁৰ বিৰুদ্ধে ধন সৰবৰাহৰ গোচৰো ৰুজু হৈছে আৰু এতিয়া তেওঁৰ সম্পত্তি জব্দ কৰা হৈছে। এই ক্ষেত্ৰত কিছুদিন পূৰ্বে ইডিয়ে এলভিছ আৰু ফাজিলপুৰিয়াক কাৰ্যালয়লৈ মাতি আনি তেওঁলোকৰ বক্তব্য লিপিবদ্ধ কৰিছিল।

এলভিছ যাদৱে অবৈধভাৱে ধন উপাৰ্জন কৰি এই সম্পত্তিসমূহ ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই ক্ষেত্ৰত ফাজিলপুৰিয়াইও তেওঁক সহায় কৰিছিল। ইয়াৰ পূৰ্বে নয়ডা আৰক্ষীয়ে এলভিছক সাপ ক্ৰয়-বিক্ৰয়ৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল, তাৰ পিছত ইডিয়েও তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল।

১৭ মাৰ্চত নয়ডা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল এলভিছ যাদৱক। পাঁচ দিন কাৰাগাৰত থকাৰ পিছত জামিন মঞ্জুৰ কৰা হয়। তেওঁৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আৰু নিচাযুক্ত দ্ৰব্য আৰু মনোৰোগী পদাৰ্থ (NDPS) আইনৰ অধীনত গোচৰ ৰুজু কৰা হয়। কিন্তু পিছত তেওঁৰ বিৰুদ্ধে থকা কিছু ধাৰা আঁতৰাই দিয়া হয়। এলভিছৰ বিৰুদ্ধে ১২০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰা হয়। য’ত সাপ সৰবৰাহ, ড্ৰাগছ সেৱন আৰু ৰেভ পাৰ্টি আয়োজনৰ বিষয়ে লিখা হৈছিল।

এলভিছ যাদৱে ইউটিউব চেনেলৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তাৰ পিছত এজন জনপ্ৰিয় ইউটিউবাৰ হৈ পৰিছিল। পিছলৈ তেওঁ বিগ বছত অংশগ্ৰহণ কৰে, য’ত তেওঁ বিজয়ী হয়।

Tags: EDElvish YadavSeizes Properties

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025