• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভোট গণনা কেনেকৈ হয়, গণনাৰ এটা ৰাউণ্ড কিমান দিন? জানক সকলো…

Nation NE by Nation NE
February 8, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কাৰ দখলত দিল্লী? নিৰ্ণয় হ’ব ৭০টা সমষ্টিত ৭০০ প্ৰাৰ্থীৰ ভাগ্য
Share on FacebookShare on TwitterWhatsApp

আজি পুৱা ৮ বজাৰ পৰা দিল্লী নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হ’ব। শনিবাৰে সন্ধিয়াৰ ভিতৰত সম্পূৰ্ণ হ’বলগীয়া ভোটগণনাৰ পিছতে জানিব পৰা যাব দিল্লীৰ ৭০খন আসনৰ পৰিস্থিতি।

এগজিট প’লত যি ছবি ওলাব, তাৰ পিছতেই সন্ধিয়ালৈকে ফলাফল ওলাব যে কোনে দিল্লীত চৰকাৰ গঠন কৰিব।

জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ৬৪ নং ধাৰাত কোৱা হৈছে যে, সংশ্লিষ্ট সমষ্টিৰ ৰিটাৰ্নিং অফিচাৰ (আৰ অ’)ৰ তত্বাৱধানত ভোটগণনা হ’ব। কোনো এটা অঞ্চলত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্বও আছে আৰ অ’ৰ। নিৰ্বাচনত সংশ্লিষ্ট জিলাৰ জিলা দণ্ডাধীশক ৰিটাৰ্নিং অফিচাৰ কৰা হয়। যদি এখন জিলাত এটাতকৈ অধিক সমষ্টি থাকে, তেন্তে আন চৰকাৰী কৰ্মচাৰীক নিৰ্বাচনী বিষয়া বনাব পাৰি। ৰাজ্য চৰকাৰৰ পৰামৰ্শমতে, নিৰ্বাচন আয়োগে নিৰ্বাচিত কৰে।

ভোট গণনাৰ তাৰিখ নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰে। কিন্তু ভোট গণনা ক’ত হ’ব সেইটো নিৰ্ণয় কৰাটো ৰিটাৰ্ণিং অফিচাৰৰ কাম। সাধাৰণতে বেছিভাগ অঞ্চলতে এটা গণনা স্থান থাকে। যেনে- নিৰ্বাচনী বিষয়াৰ মুখ্য কাৰ্যালয়, যিটো সাধাৰণতে জিলা সদৰ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ অধীনত ভোটগণনা কৰা হয়।

ভোটদানৰ পিছত ইভিএমসমূহ ষ্ট্ৰং ৰুমত ৰখা হয়। কটকটীয়া নিৰাপত্তা থাকে যদিও গণনাৰ দিনটোত প্ৰতিনিধি প্ৰাৰ্থীৰ উপস্থিতিত গণনা স্থানত খুলি দিয়া হয়। ইয়াৰ পিছত আৰ অ’ৰ তত্বাৱধানত তেওঁ নিযুক্তি দিয়া গণনা তত্বাৱধায়কসকলে ভোট গণনা আৰম্ভ কৰে।

গণনাৰ সময়ত যেতিয়া ১৪টা ইভিএমত দিয়া সকলো ভোট গণনা কৰা হয়, তেতিয়া ইয়াক এটা ৰাউণ্ড বা এটা চক্ৰ হিচাপে গণ্য কৰা হয়। এইদৰে সমগ্ৰ ভোটগণনাতে কেইবাটাও ৰাউণ্ড হয়। প্ৰতিটো ৰাউণ্ডৰ ফলাফলৰ লগতে কোনজন প্ৰাৰ্থীয়ে আগবাঢ়ি আছে সেয়াও কোৱা হয়।

ভোটগণনা সম্পূৰ্ণ হোৱাৰ পিছত ৰিটাৰ্ণিং অফিচাৰে ফলাফল ঘোষণা কৰে। ইয়াৰ পিছত তেওঁ বিজয়ী প্ৰাৰ্থীক প্ৰমাণ পত্ৰ দিয়ে। ভোট গণনাৰ সময়ত নিৰ্বাচন আয়োগৰ ৱেবছাইটতো এই পৰিসংখ্যা আপডেট দি থাকে।

Tags: #DelhiElectionVoting

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025