• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
25 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন: কিমান সংখ্যক ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ?

Nation NE by Nation NE
April 2, 2025
in Top News, অসম
0 0
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন: কিমান সংখ্যক ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ?
Share on FacebookShare on TwitterWhatsApp

আজি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা স্বায়ত্ব শাসিত পৰিষদখনৰ মুঠ ৩৬ টা সমষ্টিৰ ভিতৰত  ৩৩ টা সমষ্টিত অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ।

ইতিমধ্যে ভোট গ্ৰহণৰ বাবে ভোট গ্ৰহণ কেন্দ্ৰসমূহ সাজু হৈ উঠিছে।এটা পৰ্যায়তে স্বায়ত্ত শাসিত পৰিষদটোৰ আটাইকেইটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব।

নিৰ্বাচন আয়োগে জনোৱা অনুসৰি, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব ৪ এপ্ৰিলত। যদি কোনো সমষ্টিত পুনৰ ভোটগ্ৰহণৰ কোনো প্ৰয়োজনীয়তা আহে, তেন্তে সেই ভোটগ্ৰহণ ৩ এপ্ৰিলত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে নিৰ্বাচন আয়োগে ।

উল্লেখযোগ্য যে, মুঠ ৩৬ টা সমষ্টিৰে গঠিত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদখনৰ ২০ টা সমষ্টি গোৱালপাৰা জিলাৰ অন্তৰ্গত আৰু ১৬ টা সমষ্টি কামৰূপ জিলাৰ অন্তৰ্গত। ইতিমধ্যে গোৱালপাৰা জিলাৰ ২০ নং জয়ৰামকুছি সমষ্টিত বিজেপি সমৰ্থিত প্ৰাৰ্থী প্ৰেমাজলী ৰাভা, কামৰূপ জিলাৰ ২৩ নং খালিহাকোঠ সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী নগৰমল স্বৰ্গীয়াৰী আৰু ২৫ নং হাহিম সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী সোণাৰাম ৰাভা বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে।

নিৰ্বাচন আয়োগে জনোৱা মতে, ৬৩০টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ । হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত সমষ্টিসমূহৰ মুঠ ভোটাৰৰ সংখ্যা ৪,৪৫,৫৮৬ গৰাকী । ইয়াৰে ২,২৯,৩৯৪ গৰাকী মহিলা আৰু ২,১৬,১৭৭ জন পুৰুষ ভোটাৰ । অন্য়ান্য ভোটাৰ সংখ্যা হৈছে ১১ গৰাকী।

উল্লেখ্য যে, মুঠ ৩৬ টা সমষ্টিৰ ভিতৰত ২৫ টা সমষ্টি জনজাতি লোকৰ বাবে সংৰক্ষিত। ৬ টা সমষ্টি মহিলাৰ বাবে সংৰক্ষিত হোৱাৰ বিপৰীতে ১১ টা সমষ্টি সংৰক্ষণমুক্ত। মুঠ ৬৩০ টা ভোট গ্ৰহণ কেন্দ্ৰত এই নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। ভোট গ্ৰহণৰ পাছতে ৪ এপ্ৰিল ২০২৫ ত হ’ব ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ভোট গণনা।

Tags: #AssamElectionVoting

Related Posts

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025
ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Top News

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

October 22, 2025
নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বিজেপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
Top News

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

October 22, 2025

শীৰ্ষ সংবাদ

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025