• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৫ সমষ্টিত বিজেপিয়ে মাৰিলে শেষ হাঁহি: জানক ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ সবিশেষ

Nation NE by Nation NE
November 23, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
৫ সমষ্টিত বিজেপিয়ে মাৰিলে শেষ হাঁহি: জানক ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ সবিশেষ
Share on FacebookShare on TwitterWhatsApp

আজি অৰ্থাৎ ২৩ নৱেম্বৰত ঘোষণা হ’ল অসমৰ ৫ সমষ্টিৰ নিৰ্বাচনী ফলাফল। এই উপ-নিৰ্বাচনক লৈ ৫টা সমষ্টিতে ভোটাৰৰ মাজত ব্যাপক জল্পনা কল্পনা আৰম্ভ হয়। এই আটাইকেইটা সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে।

উল্লেখ্য যে, যোৱা ১৩ নৱেম্বৰত অসমৰ বঙাইগাঁও, চিডলী, বিহালী, চামগুৰি আৰু ধলাই সমষ্টিত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। এই সমষ্টি কেইটাৰ ভিতৰত আটাইতকৈ দৃষ্টি নিৱদ্ধ হৈ আছিল বিহালী আৰু চামগুৰি সমষ্টিত। পিছে এই ৫টা সমষ্টিতে জয়লাভ কৰিবলৈ সক্ষম হয় বিজেপি।

এই ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলসমূহ জানো আহক-

ছিডলী-

ছিডলী সমষ্টিত UPPL প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই জয়লাভ৷ ৩৬,৯৩৭ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে UPPLৰ প্ৰাৰ্থীগৰাকীয়ে৷

BPF প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীৰ বিৰুদ্ধে লাভ কৰে ৯২,০৯৪ টা ভোট। ইফালে BPF প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীয়ে লাভ কৰে ৫৬,০৫৪ টা ভোট।

বিহালী-

বিহালী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালে জয়লাভ কৰে। ৯০৫৬ টা ভোটত জয়লাভ কৰে বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে।

দিগন্ত ঘাটোৱালে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ বিৰুদ্ধে লাভ কৰে ৫০৮৬১ টা ভোট। ইফালে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰে ৪১৮০৫ টা ভোট।

চামগুৰি–

অৱশেষত চামগুৰিতো জয়লাভ কৰে বিজেপিয়ে। চামগুৰিত জয়ী হয় বিজেপিৰ দীপ্লুৰঞ্জন শৰ্মাই। শৰ্মাৰ বিৰুদ্ধে পৰাস্ত হয় কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে।

প্ৰায় ২৬০০০ ভোটত জয়ী হয় দীপ্লুৰঞ্জন শৰ্মাই। প্ৰথমবাৰৰ বাবে চামগুৰিত পৰাস্ত হয় কংগ্ৰেছ প্ৰাৰ্থী।

বঙাইগাঁও-

বঙাইগাঁৱত এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰীয়ে জয়লাভ কৰে। অসম গণ পৰিষদৰ এই প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ৭৪,৭৩৪ ভোট। ৩৫,১৬৪ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে প্ৰাৰ্থী। ইফালে দিপ্তীময়ী চৌধুৰীৰ বিৰুদ্ধে কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহাই লাভ কৰে ৩৯৫৭০ টা ভোট।

ঢলাই-

ঢলাইত নিহাৰ ৰঞ্জন দাসে জয়লাভ কৰে। ৯০১৭ টা ভোটৰ ব্যৱধানত জয় লাভ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। নিহাৰ ৰঞ্জন দাসে কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থৰ বিৰুদ্ধে লাভ কৰে ৬৯,৮৫৯ টা ভোট। ইফালে কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই লাভ কৰে ৫৯,৭৪২টা ভোট।

ইফালে ফলাফল ঘোষণা হোৱাৰ পাছতে কেন্দ্ৰীয়মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰে প্ৰতিক্ৰিয়া। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক তুলাধূনা দিয়ে পবিত্ৰ মাৰ্ঘেৰিটাই। অসমত বিজেপিৰ দলৰ বৃহত জয় বুলি অভিহিত কৰে কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই।

Tags: BJPBye ElectionElection

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025