• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিৰ্বাচনকেন্দ্ৰিক তৎপৰতাৰে আমবাৰীত গুৰুত্বপূৰ্ণ বৈঠক অগপৰ

Nation NE by Nation NE
August 6, 2024
in Top News, অসম, ৰাষ্ট্ৰীয়
0 0
নিৰ্বাচনকেন্দ্ৰিক তৎপৰতাৰে আমবাৰীত গুৰুত্বপূৰ্ণ বৈঠক অগপৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আজি অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত পৰিলক্ষিত হ’ল বিশেষ ব্যস্ততাপূৰ্ণ তৎপৰতা। অসম মহিলা পৰিষদ, অসম কৃষক পৰিষদ, অসম ছাত্ৰ পৰিষদ আৰু অসম ধৰ্মীয় সংখ্যালঘু পৰিষদৰ চাৰিখনকৈ বৰ্ধিত কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হয়।

চাৰিখন সভাতে ভাতৃ ভগ্নী সংগঠনৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু সমষ্টি সমিতিৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াসকলে অংশ গ্ৰহণ কৰে। মুলতঃ দলটোক তৃণমূল পৰ্য্যায়ৰ পৰা ব্যাপক ৰূপত সাংগঠনিক ভাৱে শক্তিশালী কৰাৰ উদ্দেশ্যে আৰু নিৰ্বাচন কেন্দ্ৰীক প্ৰস্তুতিৰে এই সভা অনুষ্ঠিত হয়। চাৰিওখন সভাতে উপস্থিত থাকি দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই দলটোক সৰ্বস্তৰতে সম্প্ৰসাৰিত তথা শক্তিশালী কৰাৰ উদ্দেশ্যে এলানি সাংগঠনিক কাৰ্য্যসূচী ঘোষণা কৰে।

সেই অনুসৰি ১১, ১২ আৰু ১৩ আগষ্ট তাৰিখে সকলো বিধান সভা সমষ্টিতে সভা অনুষ্ঠিত কৰাৰ লগতে ১৯,২০ আৰু ২১ আগষ্ট তাৰিখে গুৱাহাটীত তিনিদিনীয়াকৈ ৰাজনৈতিক কৰ্মশালা আৰু ২৫ আগষ্টৰ পৰা ৩১ আগষ্টলৈ প্ৰতিটো বুথতে বুথ সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ কথা সদৰি কৰে। সভাপতি বৰাই কয় যে, দলে ঘোষণা কৰা জনসম্পৰ্কীয় কৰ্মসূচীৰ জৰিয়তে ৰাইজৰ মাজলৈ গৈ জ্যেষ্ঠ জনৰ লগত মতবিনিময় কৰাৰ লগতে দলক আগবঢ়াই নিয়াৰ পৰামৰ্শ গ্ৰহণ কৰিব।

আঞ্চলিকতাবাদৰ সুদিন উভতি আহিছে বুলি উল্লেখ কৰি সভাপতি বৰাই কয় যে, এক শক্তিশালী আঞ্চলিকতাবাদ অসম গণ পৰিষদ দলে ৰাইজৰ সন্মুখলৈ আগবঢ়াই নিব। ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থৰ বাবে আঞ্চলিকতাবাদৰ মুখাপিন্ধি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ চত্ৰছায়াত ৰাজনীতি কৰা সকলৰ মুখা খোল খাইছে বুলিও বৰাই তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। বৰাই পঞ্চায়ত আৰু উপ-নিৰ্বাচনৰ কাৰণে সকলো দলীয় সদস্যকে সাজু হ’বলৈ আহ্বান জনাই কয় যে, পঞ্চায়তৰ প্ৰতিটো স্তৰতে দলে প্ৰতিদ্বন্দিতা কৰিব।

সভাত দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে, শক্তিশালী সাংগঠনিক কাঠামোৰ জৰিয়তে অসম গণ পৰিষদ দলে আহিবলগীয়া দিনসমূহত অসমৰ ৰাজনীতিত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব। ভাতৃ-ভগ্নী সংগঠনসমূহ হৈছে দলৰ অন্যতম স্তম্ভ স্বৰূপ। ভাতৃ-ভগ্নী সংগঠনসমূহে নিজস্ব কাৰ্য্যসূচীৰ জৰিয়তে সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত সু-সম্পৰ্ক ৰক্ষা কৰি দলটোক অধিক শক্তিশালী কৰাৰ পৰিবেশ ৰচনা কৰিব লাগিব বুলি উল্লেখ কৰে।

সভাত দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডা০ কমলাকান্ত কলিতা, প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, সুনীল ডেকা, ড০ তপন দাস, উপ-সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য ,বিত্ত সম্পাদক জয়ন্ত খাউণ্ড আদি উপস্থিত থাকে।

Tags: #AssamAGPElection

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025