• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

Nation NE by Nation NE
June 7, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট
Share on FacebookShare on TwitterWhatsApp

বিগত দুই-তিনি দিন ধৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ প্ৰাক্তন সহযোগী এলন মাস্কৰ মাজত হোৱা মতানৈক্য আৰু অভিযোগ-প্ৰতিভিযোগ বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিলে। দুয়োজনে ইজনে সিজনৰ বিৰুদ্ধে এনে বহু অভিযোগ উত্থাপন কৰিছিল, যিয়ে সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছিল।

কিন্তু এতিয়া দুয়োৰে মাজত পুনৰ মিলনৰ লক্ষণ দেখা পোৱা গৈছে। দৰাচলতে টেছলা আৰু স্পেচএক্সৰ মালিক এলন মাস্কে ট্ৰাম্পৰ ওপৰত তেওঁৰ আটাইতকৈ বিপজ্জনক অভিযোগ (এপষ্টেইন ফাইলত ট্ৰাম্পৰ নাম) থকা পোষ্টটো ডিলিট কৰিছে।

মাস্কৰ এই টুইটটো ডিলিট কৰাটোৱে দুয়োৰে মাজত হোৱা বুজাবুজি হোৱাৰ ইংগিত প্ৰদান কৰিছে।

উল্লেখ্য যে ট্ৰাম্পৰ বিজয়ত মাস্কে ডাঙৰ ভূমিকা লৈছিল বুলি কোৱা হয়। নিৰ্বাচনত জয়ী হোৱাৰ পিছত ট্ৰাম্পে মাস্কক চৰকাৰী দক্ষতা বিভাগৰ (DOGE) মুৰব্বী হিচাপে নিযুক্তি দিয়ে। কিন্তু যোৱা মাহত মাস্কে এই পদৰ পৰা পদত্যাগ কৰিছিল।

ইয়াৰ পাছতে বিগত কিছুদিন ধৰি ছ’চিয়েল মিডিয়াত দুয়োৰে মাজত অভিযোগ আৰু প্রতি অভিযোগ উত্থাপন হৈছিল৷

উল্লেখ্য যে মাস্কে কৈছিল যে মোৰ বাবেই ট্ৰাম্পে নিৰ্বাচনত জয়ী হৈছে। আনহাতে, ট্ৰাম্পে মাস্ক আৰু তেওঁৰ কোম্পানীসমূহৰ ওপৰত বহু নিষেধাজ্ঞা আৰোপ কৰাৰ কথাও কৈছিল।

দুয়োজনৰ মাজত চলা বাকযুদ্ধৰ পিছতে এতিয়া মাস্কে পোষ্টটো ডিলিট কৰাটোৱে ইংগিত দিয়ে যে তেওঁ এতিয়া বেকফুটত। স্মৰ্তব্য যে ‘বিগ বিউটিফুল বিল’ (স্পেণ্ডিং বিল) আৰু কৰ কৰ্তন বিলক লৈ দুয়োৰে মাজত বিবাদ আৰম্ভ হৈছিল।

Tags: Donald trumpElon MuskEpstein files

Related Posts

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ
Top News

December 10, 2025
গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

শীৰ্ষ সংবাদ

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025