• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 15, 2025
27 °c
Guwahati
28 ° Wed
29 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    বৰমিচিঙত ভয়ংকৰ কাণ্ড, প্ৰয়োজনীয় নথিপত্ৰৰ লগতে কিতাপ-পত্ৰ নষ্ট…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    এখন আচৰিত বিয়া, পলাতক দৰা-কইনাক বান্ধি আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰে পাতি দিলে বিয়া…

    প্ৰথমে প্ৰেম তাৰপাছত বিবাহ, এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত কিন্নৰৰ দল

    অনুষ্ঠিত নহয় চলিত ছীজনৰ ISL? দেশৰ বৃহত্তম ফুটবল লীগৰ ভৱিষ্যতক লৈ প্ৰশ্ন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    অতি মৰ্মান্তিক! তামাৰহাটত মাতৃ আৰু দুই কন্যাই একেলগে ল’লে চৰম সিদ্ধান্ত

    কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষত নিহত দুজন মাওবাদী

      Nation NE by Nation NE
      November 8, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষত নিহত দুজন মাওবাদী
      Share on FacebookShare on TwitterWhatsApp

      ছত্তীশগড়ৰ বিজাপুৰ জিলাত আৰক্ষী আৰু মাওবাদীৰ মাজত হোৱা সংঘৰ্ষত দুজন মাওবাদী নিহত হৈছে। বাষ্টাৰৰ আই জি সুন্দৰৰাজ পিয়ে নিশ্চিত কৰিছে যে উছুৰ-বাছাগুড়া-পামেড় ছেক্টৰত এই এনকাউণ্টাৰ সংঘটিত হয়।

      নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰিছিল। অভিযান চলি থকা সময়তে দিনৰ প্ৰায় ১১ মান বজাত হঠাতে মাওবাদীয়ে আৰক্ষীৰ ওপৰত গুলীচালনা কৰে, আৰু তাৰ পিছৰ পৰাই দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। দুয়োপক্ষৰ মাজত এতিয়াও মাজে মাজে গুলীচালনা চলি আছে যদিও সকলো নিৰাপত্তাৰক্ষী নিৰাপদ বুলি জানিব পৰা গৈছে।

      এই এনকাউণ্টাৰ বিজাপুৰ জিলাৰ পামেড় থানা এলেকাৰ ৰাখাপল্লীৰ বনাঞ্চলত সংঘটিত হয়, য’ত কোব্ৰা ২১০ বেটেলিয়ন আৰু ডি আৰ জিৰ যুটীয়া দলে মাওবাদীৰ সৈতে তীব্ৰ সংঘৰ্ষত লিপ্ত হয়।

      সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি এই পৰ্যন্ত দুজন মাওবাদীৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। অঞ্চলটোত মাওবাদীৰ এটা ডাঙৰ আৰু শক্তিশালী বেটেলিয়নৰ কেম্প থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

      Tags: ChhattisgarhEncounterNaxals

      Related Posts

      বৰমিচিঙত ভয়ংকৰ কাণ্ড, প্ৰয়োজনীয় নথিপত্ৰৰ লগতে কিতাপ-পত্ৰ নষ্ট…
      Top News

      July 15, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      July 15, 2025
      শংকিত পাকিস্তান! বিশ্বৰ প্ৰায় ১৪-১৫খন দেশে ভাৰতৰ পৰা ব্ৰক্ষচ ক্ষেপণাস্ত্ৰ দাবী…

      July 14, 2025
      গংগাত স্নান কৰি থকা অৱস্থাত হঠাৎ পানীত পিছলি পৰে এগৰাকী তীৰ্থযাত্ৰী, তাৰ পিছত কি হল জানক সবিশেষ…

      গাজাত বন্ধ হ’ব নেকি যুদ্ধ? যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ ইজৰাইলৰ!
      Top News

      ইজৰাইলৰ ডাঙৰ কৃতিত্ব, শত্ৰুদেশ ইৰাণৰ পৰা ৰক্ষা কৰিছিল যুদ্ধ বিমান এফ-১৫ক

      July 14, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

      July 14, 2025

      শীৰ্ষ সংবাদ

      বৰমিচিঙত ভয়ংকৰ কাণ্ড, প্ৰয়োজনীয় নথিপত্ৰৰ লগতে কিতাপ-পত্ৰ নষ্ট…

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      শংকিত পাকিস্তান! বিশ্বৰ প্ৰায় ১৪-১৫খন দেশে ভাৰতৰ পৰা ব্ৰক্ষচ ক্ষেপণাস্ত্ৰ দাবী…

      গংগাত স্নান কৰি থকা অৱস্থাত হঠাৎ পানীত পিছলি পৰে এগৰাকী তীৰ্থযাত্ৰী, তাৰ পিছত কি হল জানক সবিশেষ…

      ইজৰাইলৰ ডাঙৰ কৃতিত্ব, শত্ৰুদেশ ইৰাণৰ পৰা ৰক্ষা কৰিছিল যুদ্ধ বিমান এফ-১৫ক

      শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -