• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
30 °c
Guwahati
31 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      উৎসৱ নে উদ্ভণ্ডালি? কোন দিশে নৱপ্ৰজন্ম…

      Nation NE by Nation NE
      March 15, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      উৎসৱ নে উদ্ভণ্ডালি? কোন দিশে নৱপ্ৰজন্ম…
      Share on FacebookShare on TwitterWhatsApp

      আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ চৌপাশ। পিছে এই আনন্দ উল্লাহৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ঘটিছে বহু নিৰ্লজ্জ কাণ্ড। এফালে হোলী উদযাপনৰ নামত মাতাল যুৱতীৰ উদ্ভণ্ডালি, আনফালে আকৌ পথচাৰীক ৰখাই ৭-৮ জনীয়া যুৱকৰ উদ্ভণ্ডালি।

      উল্লেখ্য যে, ১৪ মাৰ্চত হোলীৰ মাজতেই গুৱাহাটীৰ বেলতলা ৱাৰলেছত সুৰামত্ত যুৱতীয়ে তাণ্ডৱ চলায়। মাজনিশা সুৰাসক্ত যুৱতীগৰাকী লিপ্ত হয় মাৰপিটতো। সুৰাৰ ৰাগীত মাতাল এই যুৱতীগৰাকীয়ে একাংশ ব্যৱসায় প্ৰতিষ্ঠান লণ্ডভণ্ড কৰাৰ লগতে পথচাৰীকো অশ্লীল গালি-গালাজ কৰে।

      অন্য এগৰাকী যুৱতীসহ কেইবাজনো লোকক মাৰপিট কৰে যুৱতীগৰাকীয়ে। মাতাল হৈ যুৱতীগৰাকী বাগৰি পৰে অৰ্ধনিৰ্মিত নলাত।পৰৱৰ্তী সময়ত দিছপুৰ আৰক্ষীয়ে আটক কৰে এই সুৰামত্ত যুৱতীগৰাকীক।

      আনফালে আকৌ মহানগৰীৰ কমাৰ্চ পইণ্টতো ৭-৮ জনীয়া যুৱকে উদ্ভণ্ডালি কৰে। গায়ক ঋষি বৰুৱা আৰু সতীৰ্থকো মাৰপিট কৰাৰ অভিযোগ উঠে যুৱকেইজনৰ বিৰুদ্ধে।

      এতিয়া প্ৰশ্ন উঠে কি বাৰে বাৰে এইধৰণৰ ঘটনা? উৎসৱ মানেই সুৰা নেকি? হোলী, দিপাৱলী, দুৰ্গা পূজা আজি উৎসৱ মানেই সুৰাত মাতাল হৈ পৰে একাংশ। সুৰাৰ ৰাগীত মাতাল হৈ ৰাস্তাই-ঘাটে উদ্ভণ্ডালি কৰে একাংশ যুৱক-যুৱতীয়ে। একাংশৰ মতে বৰ্তমান ধ্বংসৰ দিশে গতি কৰিছে নৱপ্ৰজন্ম। নিজৰ জীৱনৰ লগতে প্ৰদূষিত কৰিছে সমগ্ৰ সমাজক।নিজৰ লগতে আন ১০ জনৰো ভবিষ্যত মেঘাচন্ন কৰি তুলিছে। এই বিশৃঙ্খল মানসিকতাই সমাজক বিপথে পৰিচালিত কৰিছে। ৰোপণ কৰিছে অশান্তিৰ বীজ।

      কিন্তু কিমান দিনলৈ চলিব এনেধৰণৰ ঘটনা? পশ্চিমীয়া সংস্কৃতিত উটি-ভাহি নগৈ নিজৰ লগতে সমাজখনক পৰিষ্কাৰ কৰি ৰখাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য।

      Tags: DrinksFestivalHOLI

      Related Posts

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি
      Top News

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist