• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ফিফা বিশ্বকাপঃ ২০৩০ চনত ৬খন দেশত আয়োজন কৰা হ’ব ফুটবল বিশ্বকাপ

Nation NE by Nation NE
December 12, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ফিফা বিশ্বকাপঃ ২০৩০ চনত ৬খন দেশত আয়োজন কৰা হ’ব ফুটবল বিশ্বকাপ
Share on FacebookShare on TwitterWhatsApp

ফুটবল বিশ্বৰ আটাইতকৈ জনপ্ৰিয় খেল। এই খেলৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰে প্ৰতি ৪খন খেলৰ মূৰে মূৰে অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপলৈ।

২০৩৪ চনৰ সংস্কৰণৰ আয়োজক হ’ব ছৌদি আৰব। ফিফা বিশ্বকাপৰ পৰৱৰ্তী সংস্কৰণ ২০২৬ চনত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে আমেৰিকা, কানাডা আৰু মেক্সিকোক হ’ষ্টিং নিযুক্তি দিয়া হৈছে।

ফুটবল বিশ্বকাপৰ আয়োজন কৰাৰ বাবে ফিফাই ভাৰ্চুৱেল মিটিঙৰ আয়োজন কৰে। ইয়াৰ সময়ত ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে ২০৩০ আৰু ২০৩৪ চনৰ আয়োজক ঘোষণা কৰে। তেওঁ কয় যে, ২০৩০ চনত এখন বা দুখন নহয় ছয়খন দেশে ফিফা বিশ্বকাপ আয়োজন কৰিব। স্পেইন, মৰক্কো আৰু পৰ্তুগালৰ বাহিৰেও দক্ষিণ আমেৰিকাৰ দেশ উৰুগুৱে, পেৰাগুৱে আৰু আৰ্জেণ্টিনাক এখনকৈ মেচ দিয়া হৈছে।

ফিফাৰ এই ঘোষণাৰ লগে লগে সিদ্ধান্ত লোৱা হৈছে যে, ১০০ বছৰৰ পাছত পুনৰ উৰুগুৱেলৈ ঘূৰি আহিব ফুটবল বিশ্বকাপ। ইয়াৰ পূৰ্বে ১৯৩০ চনত ই ফুটবল বিশ্বকাপ আয়োজন কৰিছিল।

এই বিশেষ অনুষ্ঠানৰ সন্মানত ফিফাই ইয়াক এখন খেল আয়োজন কৰাৰ অধিকাৰ প্ৰদান কৰিছে। সেয়েহে উৰুগুৱেতো উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।

২০৩৪ চনৰ ফুটবল বিশ্বকাপৰ আয়োজন ছৌদি আৰৱক অৰ্পণ কৰা হৈছে। এইবাৰ দ্বিতীয়বাৰৰ বাবে উপসাগৰীয় দেশত ক্ৰীড়াৰ এই মহাকুম্ভ আয়োজন কৰা হ’ব।

ইয়াৰ পূৰ্বে কাটাৰে ২০২২ চনত ফুটবল বিশ্বকাপৰ আয়োজন কৰিছিল। এইখনেই আছিল আৰব বিশ্বৰ প্ৰথমখন দেশ, য’ত ফিফা বিশ্বকাপ অনুষ্ঠিত হৈছিল।

২০৩৪ চনৰ ফুটবল বিশ্বকাপৰ আয়োজন কৰিবলৈ ওলোৱা ছৌদি আৰবে বিশ্বৰ বিখ্যাত ফুটবল খেলুৱৈ ক্রিষ্টিয়ানো ৰোনাল্ডোক নিজৰ দেশত খেলিবলৈ আমন্ত্ৰণ জনায়।

Tags: FIFAFootballSports

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025