• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৩৭০ প্ৰত্যাহাৰৰ ৫ টা বছৰ; তীব্ৰ বাদানুবাদৰ অন্তত বাতিল হৈছিল জম্মু-কাশ্মীৰৰ বিশেষ ক্ষমতা

কি আছিল জম্মু-কাশ্মীৰৰ বিশেষ ক্ষমতা?

Nation NE by Nation NE
August 5, 2024
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
৩৭০ প্ৰত্যাহাৰৰ ৫ টা বছৰ; তীব্ৰ বাদানুবাদৰ অন্তত বাতিল হৈছিল জম্মু-কাশ্মীৰৰ বিশেষ ক্ষমতা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ ইতিহাসত আজিৰ দিনটো ঐতিহাসিক দিন। কিয়নো এই দিনটোতে জম্মু-কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰা হৈছিল অনুচ্ছেদ ৩৭০। ২০১৯ চনৰ ৫ আগষ্টত প্ৰত্যাহাৰ কৰা হৈছিল অনুচ্ছেদ ৩৭০।

অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ কৰাৰ পিছতে জম্মু-কাশ্মীৰে হেৰুৱাইছিল বিশেষ ৰাজ্যৰ মৰ্যাদা। লগতে, অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ লগে লগে ৰাজ্যখনক জম্মু-কাশ্মীৰ আৰু লাডাখ হিচাপে দুটা ভাগত বিভক্ত কৰা হৈছিল। দুয়োটা অঞ্চলকে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলা হৈছিল।

কেন্দ্ৰই জম্মু-কাশ্মীৰত থকা অনুচ্ছেদ ৩৭০ক কাশ্মীৰ উপত্যকাৰ ক্ৰমবৰ্ধমান বিচ্ছিন্নতাবাদ আৰু সন্ত্ৰাসবাদৰ ওপৰত তীব্ৰ আক্ৰমণ হিচাপে অভিহিত কৰি প্ৰত্যাহাৰ কৰিছিল।

ইফালে, প্ৰত্যাহাৰৰ সময়ত ৩৭০ অনুচ্ছেদ বিলুপ্তিক কেন্দ্ৰ কৰি সংসদৰ দুয়োটা সদনত শাসক-বিৰোধীৰ মাজত তীব্ৰ বাদানুবাদৰ সৃষ্টি হৈছিল। বিৰোধীৰ বিৰোধিতাক উপেক্ষা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সদনত এই সিদ্ধান্ত কাৰ্যকৰী কৰিছিল।

মূলতঃ কাশ্মীৰত বাঢ়ি অহা সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধৰ ক্ষেত্ৰত এয়া এক বিশেষ পদক্ষেপ হিচাপে গণ্য কৰা হৈছিল।

এতিয়া জানো আহক ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৭০ মানে কি ?

উল্লেখ্য যে, ৩৭০ প্ৰত্যাহাৰ হোৱাৰ পূৰ্বে জম্মু-কাশ্মীৰক বিশেষ ক্ষমতা প্ৰদান কৰা হৈছিল। জম্মু-কাশ্মীৰত থকা ক্ষমতাসমূহ হৈছিলঃ

১. জম্মু-কাশ্মীৰত দ্বৈত নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা আছিল।

২. জম্মু-কাশ্মীৰ চৰকাৰৰ কাৰ্যকাল ৬ বছৰলৈ ধাৰ্য কৰা হৈছিল। তাৰ পৰিৱৰ্তে অন্য ৰাজ্যৰ কাৰ্যকাল ৫ বছৰৰ বাবে ধাৰ্য কৰা হৈছে।

৩. জম্মু-কাশ্মীৰৰ বাবে বিশেষ পতাকা, বিশেষ সংবিধানৰ ব্যৱস্থা কৰা হৈছিল।

৪. ভাৰতীয় উচ্চ ন্যায়ালয়ৰ যিকোনো ধৰণৰ নিৰ্দেশ জম্মু-কাশ্মীৰত প্ৰযোজ্য নহ’ব।

৫. আইন প্ৰণয়ন কৰাৰ ক্ষমতা কেন্দ্ৰৰ নাছিল। কেৱল মাত্ৰ বিশেষ আইন প্ৰণয়ন কৰাৰ ক্ষমতাহে কেন্দ্ৰৰ আছিল।

৬. মহিলাৰ ক্ষেত্ৰত বিশেষ ক্ষমতা আছে জম্মু-কাশ্মীৰত। যদিহে জম্মু-কাশ্মীৰৰ কোনো মহিলাই অন্য ৰাজ্যৰ পুৰুষৰ সৈতে বিবাহ-পাশত আৱদ্ধ হয় তেতিয়াহলে তেওঁ নিজ দেশৰ নাগৰিকত্ব হেৰুৱাই। অৱশ্যে, একেগৰাকী মহিলাই পাকিস্তানৰ কোনো পুৰুষৰ সৈতে বিবাহ-পাশত আৱদ্ধ হ’লে তেওঁ দুয়োখন দেশৰ নাগৰিকত্ব লাভ কৰিব।

৭. অনুচ্ছেদ ৩৭০ ধাৰাৰ বাবে জম্মু-কাশ্মীৰত তথ্য জনাৰ অধিকাৰ আইন বলবৎ হোৱা নাছিল।

৮. অন্য ৰাজ্যৰ মানুহে জম্মু-কাশ্মীৰত মাটি ক্ৰয় কৰাৰ অধিকাৰ নাছিল।

৯. কাশ্মীৰত পঞ্চায়তৰ অধিকাৰ নাই।

Tags: Amit ShahArticle 370Jammu Kashmir

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025