• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৩৭০ প্ৰত্যাহাৰৰ ৫ টা বছৰ; তীব্ৰ বাদানুবাদৰ অন্তত বাতিল হৈছিল জম্মু-কাশ্মীৰৰ বিশেষ ক্ষমতা

কি আছিল জম্মু-কাশ্মীৰৰ বিশেষ ক্ষমতা?

Nation NE by Nation NE
August 5, 2024
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
৩৭০ প্ৰত্যাহাৰৰ ৫ টা বছৰ; তীব্ৰ বাদানুবাদৰ অন্তত বাতিল হৈছিল জম্মু-কাশ্মীৰৰ বিশেষ ক্ষমতা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ ইতিহাসত আজিৰ দিনটো ঐতিহাসিক দিন। কিয়নো এই দিনটোতে জম্মু-কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰা হৈছিল অনুচ্ছেদ ৩৭০। ২০১৯ চনৰ ৫ আগষ্টত প্ৰত্যাহাৰ কৰা হৈছিল অনুচ্ছেদ ৩৭০।

অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ কৰাৰ পিছতে জম্মু-কাশ্মীৰে হেৰুৱাইছিল বিশেষ ৰাজ্যৰ মৰ্যাদা। লগতে, অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ লগে লগে ৰাজ্যখনক জম্মু-কাশ্মীৰ আৰু লাডাখ হিচাপে দুটা ভাগত বিভক্ত কৰা হৈছিল। দুয়োটা অঞ্চলকে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলা হৈছিল।

কেন্দ্ৰই জম্মু-কাশ্মীৰত থকা অনুচ্ছেদ ৩৭০ক কাশ্মীৰ উপত্যকাৰ ক্ৰমবৰ্ধমান বিচ্ছিন্নতাবাদ আৰু সন্ত্ৰাসবাদৰ ওপৰত তীব্ৰ আক্ৰমণ হিচাপে অভিহিত কৰি প্ৰত্যাহাৰ কৰিছিল।

ইফালে, প্ৰত্যাহাৰৰ সময়ত ৩৭০ অনুচ্ছেদ বিলুপ্তিক কেন্দ্ৰ কৰি সংসদৰ দুয়োটা সদনত শাসক-বিৰোধীৰ মাজত তীব্ৰ বাদানুবাদৰ সৃষ্টি হৈছিল। বিৰোধীৰ বিৰোধিতাক উপেক্ষা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সদনত এই সিদ্ধান্ত কাৰ্যকৰী কৰিছিল।

মূলতঃ কাশ্মীৰত বাঢ়ি অহা সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধৰ ক্ষেত্ৰত এয়া এক বিশেষ পদক্ষেপ হিচাপে গণ্য কৰা হৈছিল।

এতিয়া জানো আহক ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৭০ মানে কি ?

উল্লেখ্য যে, ৩৭০ প্ৰত্যাহাৰ হোৱাৰ পূৰ্বে জম্মু-কাশ্মীৰক বিশেষ ক্ষমতা প্ৰদান কৰা হৈছিল। জম্মু-কাশ্মীৰত থকা ক্ষমতাসমূহ হৈছিলঃ

১. জম্মু-কাশ্মীৰত দ্বৈত নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা আছিল।

২. জম্মু-কাশ্মীৰ চৰকাৰৰ কাৰ্যকাল ৬ বছৰলৈ ধাৰ্য কৰা হৈছিল। তাৰ পৰিৱৰ্তে অন্য ৰাজ্যৰ কাৰ্যকাল ৫ বছৰৰ বাবে ধাৰ্য কৰা হৈছে।

৩. জম্মু-কাশ্মীৰৰ বাবে বিশেষ পতাকা, বিশেষ সংবিধানৰ ব্যৱস্থা কৰা হৈছিল।

৪. ভাৰতীয় উচ্চ ন্যায়ালয়ৰ যিকোনো ধৰণৰ নিৰ্দেশ জম্মু-কাশ্মীৰত প্ৰযোজ্য নহ’ব।

৫. আইন প্ৰণয়ন কৰাৰ ক্ষমতা কেন্দ্ৰৰ নাছিল। কেৱল মাত্ৰ বিশেষ আইন প্ৰণয়ন কৰাৰ ক্ষমতাহে কেন্দ্ৰৰ আছিল।

৬. মহিলাৰ ক্ষেত্ৰত বিশেষ ক্ষমতা আছে জম্মু-কাশ্মীৰত। যদিহে জম্মু-কাশ্মীৰৰ কোনো মহিলাই অন্য ৰাজ্যৰ পুৰুষৰ সৈতে বিবাহ-পাশত আৱদ্ধ হয় তেতিয়াহলে তেওঁ নিজ দেশৰ নাগৰিকত্ব হেৰুৱাই। অৱশ্যে, একেগৰাকী মহিলাই পাকিস্তানৰ কোনো পুৰুষৰ সৈতে বিবাহ-পাশত আৱদ্ধ হ’লে তেওঁ দুয়োখন দেশৰ নাগৰিকত্ব লাভ কৰিব।

৭. অনুচ্ছেদ ৩৭০ ধাৰাৰ বাবে জম্মু-কাশ্মীৰত তথ্য জনাৰ অধিকাৰ আইন বলবৎ হোৱা নাছিল।

৮. অন্য ৰাজ্যৰ মানুহে জম্মু-কাশ্মীৰত মাটি ক্ৰয় কৰাৰ অধিকাৰ নাছিল।

৯. কাশ্মীৰত পঞ্চায়তৰ অধিকাৰ নাই।

Tags: Amit ShahArticle 370Jammu Kashmir

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025