• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, September 10, 2025
29 °c
Guwahati
29 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান হোৱাৰ দিশে সুশীলা কাৰ্কী

      Nation NE by Nation NE
      September 10, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান হোৱাৰ দিশে সুশীলা কাৰ্কী
      Share on FacebookShare on TwitterWhatsApp

      নেপালত চলি থকা অস্থিৰতাৰ মাজতেই আহিছে এক ডাঙৰ খবৰ। প্ৰায় চাৰি ঘণ্টা ধৰি চলা ভাৰ্চুৱেল বৈঠকত প্ৰতিবাদকাৰীসকলে প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীক অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰিছে।

      কাৰ্কীৰ নিৰপেক্ষ ভাবমূৰ্তি আৰু ৰাজনৈতিক দলৰ পৰা দূৰত্ব বজাই ৰখাৰ বাবেই প্ৰতিবাদকাৰীসকলে তেওঁক নিৰ্বাচিত কৰিছে। কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত কোনো ব্যক্তিক তেওঁলোকৰ নেতা হিচাপে বাছি লোৱা নহ’ব বুলি জেনেৰেচন জেডৰ সদস্যসকলে কয়।

      উল্লেখ্য যে, নেপালৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ আছিল সুশীলা কাৰ্কী। ১৯৫২ চনৰ ৭ জুনত বিৰাটনগৰত জন্মগ্ৰহণ কৰা সুশীলাই নেপালৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈছিল।

      ১৯৭৯ চনত ওকালতি আৰম্ভ কৰাৰ পিছত ২০০৭ চনত কাৰ্কীক জ্যেষ্ঠ অধিবক্তা হিচাপে নিযুক্তি দিয়া হয়। ২০০৯ চনত নেপালৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ন্যায়াধীশ হোৱাৰ পিছত ২০১০ চনত তেওঁক স্থায়ীভাৱে নিযুক্ত দিয়া হয়।

      ইয়াৰ পিছত ২০১৬ চনৰ ১১ জুলাইৰ পৰা ২০১৭ চনৰ ৬ জুনলৈকে নেপালৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰে। এই সময়ছোৱাত তেওঁ দুৰ্নীতিৰ বহু বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাও পৰিলক্ষিত হয়।

      Tags: Interim GovtNepal ProtestSushila Karki

      Related Posts

      ইলন মাস্কক চেৰ পেলাই বিশ্বৰ ধনাঢ্য ব্যক্তি হ’ল লেৰী এলিছন
      Top News

      ইলন মাস্কক চেৰ পেলাই বিশ্বৰ ধনাঢ্য ব্যক্তি হ’ল লেৰী এলিছন

      September 10, 2025
      বলিং বিক্ৰমত দিশহাৰা UAE; মাত্ৰ ৪.৩ অভাৰতে বিজয় সাব্যস্ত ভাৰতৰ

      নেপালৰ পিছত এইবাৰ উত্তপ্ত ফ্ৰান্স; চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ-হাজাৰ প্ৰতিবাদকাৰী

      ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
      Top News

      ভাৰত-আমেৰিকাৰ বাণিজ্যক লৈ সংকেত ট্ৰাম্পৰ! ক’লে- ‘মই মোৰ অতি ভাল বন্ধু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে…’

      September 10, 2025
      নেপালৰ সংসদৰ পৰা চেয়াৰখন লৈ পলাল প্ৰতিবাদকাৰী! ভিডিঅ’ ভাইৰেল

      পুনৰ শীৰ্ষ ২০ত প্ৰৱেশ আদানীৰ, তালিকাৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা আম্বানীৰ

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist