• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, August 2, 2025
28 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এইবাৰ বিশ্বনাথত চলিব বুলড’জাৰ; চৰকাৰী ভূমি খালী কৰিবলৈ ৩০৭টা পৰিয়াললৈ জাননী

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত

    এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…

    একেটা পৰিয়ালৰ ৫জনকৈ সদস্য নিৰুদ্দেশ, ক’লৈ গ’ল মোজাম্মিল হুছেইন, নাজনিন হক, মোৱাচ্ছিৰ হুছেইন, তাচনিম নাজৰিণ আৰু তাহেৰা তাব্বাচুম?

    ঘাইপথত হঠাৎ ব্ৰেক মৰা চালকসকলৰ বাবে ডাঙৰ মন্তব্য সৰ্বোচ্চ ন্যায়ালয়ৰ

    হাতৰ বিপৰীতে লুঙী হ’ব লাগে কংগ্ৰেছৰ প্ৰতীক : হিমন্ত বিশ্ব শৰ্মা

    তেওঁলোকৰ মিঞা লেণ্ডৰ সপোন ইয়াত পূৰণ নহ’ব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      গণেশ চতুৰ্থীৰ এই পৱিত্ৰ ক্ষণত জানক কোনকেইটা ৰাশিৰ খুলিব ভাগ্যৰ দুৱাৰ

      Nation NE by Nation NE
      September 7, 2024
      in Top News, অসম
      0 0
      আপোনাৰ আজিৰ ভাগ্যফল: কি কয় ৰাশিচক্ৰই

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      মেষ- আৰ্থিক চিন্তা কিছু হ্ৰাস পাব। ভগৱান গণেশৰ আশীৰ্বাদত আজি আপুনি শক্তিশালী স্থিতিত উপনীত হ’ব পাৰিব। ব্যৱসায়ত শুভ। অপ্ৰত্যাশিতভাৱে ধন লাভ কৰিব। শুভ ৰং-মটিয়া, শুভ নম্বৰ-৪

      বৃষ- কৰ্মক্ষেত্ৰত পৰিৱেশ সুন্দৰ হ’ব। সৎ লোকৰ সান্নিধ্য লাভ কৰিব। কৰ্মস্থিতি উন্নত। যদি আপুনি কাৰোবাৰ পৰা ঋণ লৈ থৈছে তেন্তে, অনতিপলমে ঘুৰাই দিয়াৰ ব্যৱস্থা কৰক, নহলে আপোনাৰ ওপৰত আইনী ব্যৱস্থা লব পাৰে। পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক।শুভ ৰং-বগা, শুভ নম্বৰ-৩

      মিথুন- কৰ্মস্থানত সকলোৰে সহযোগিতা লাভ কৰিব। ব্যৱসায়ত ধৈৰ্যৰ প্ৰয়োজন হ’ব। মনৰ ভাৰসাম্য ৰক্ষা কৰাত গুৰুৱে সহায় কৰিব। ঘৰুৱা বিষয় সমূহত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। শুভ ৰং-সোণালী, শুভ নম্বৰ-২

      কৰ্কট- ভগৱান গণেশৰ আশীৰ্বাদত আজি আপোনাৰ মনৰ উদ্যমতা অব্যাহত থাকিব।প্ৰশাসনিক দক্ষতা বৃদ্ধি পাব। অৰ্থপ্ৰাপ্তিৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হব পাৰে। শুভ ৰং-সেউজীয়া, শুভ নম্বৰ-১

      সিংহ- প্ৰতিভা বিকাশৰ সুযোগ পাব, যিয়ে আপোনাক কোনো প্ৰভাৱশালী ব্যক্তিৰ লগত সংস্পৰ্শলৈ আনিব। সহকৰ্মীৰ পৰা বহুত সহায় সহযোগ লাভ কৰিব। শুভ ৰং-হালধীয়া, শুভ নম্বৰ-৮

      কন্যা- আপোনাৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব পাৰে। তীৰ্থভ্ৰমণৰ যোগ। কৰ্মক্ষেত্ৰত উন্নতিৰ মুখ দেখিব। শুভ ৰং-ৰঙা, শুভ নম্বৰ-৫

      তুলা- শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। দিনযোৰা ব্যস্ততাৰ পিছত যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিছে, তেন্তে এই সময়ৰ সদ্ব্যৱহাৰ কৰক। শুভ ৰং-বগা, শুভ নম্বৰ-৯

      বৃশ্চিক- ভগৱান গণেশৰ আশীৰ্বাদত আজি আপুনি প্ৰবল আত্ম বিশ্বাসেৰে দিনটোৰ কাম-কাজবোৰ সহজভাৱে সমাপ্ত কৰিবলৈ সক্ষম হ’ব। বিদ্যাত যত্নৰ ফল লাভ কৰিব।বন্ধুৰ সহায় লাভ কৰিব শুভ ৰং-নীলা, শুভ নম্বৰ-৬

      ধনু- আত্মবিশ্বাস বৃদ্ধি পাব। ভগৱান গণেশৰ আশীৰ্বাদত আজিৰ দিনটো আৰ্থিক ভাৱে আপোনাৰ বাবে শুভ বুলি পৰিগণিত হ’ব। ব্যৱসায়ত উন্নতি দেখা যায়। প্ৰিয়জনৰ পৰা মানসিকভাৱে সহায়-সহযোগিতা লাভ কৰিব। মনত শান্তি লাভ কৰিব। শুভ ৰং-গুলপীয়া, শুভ নম্বৰ-৭

      মকৰ- আপোনাৰ কলাত্মক আৰু সৃজনাত্মক ক্ষমতাৰ বাবে সকলোৰে পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হব। পৰিয়ালৰ লোকৰ সৈতে ভ্ৰমণৰ যোগ দেখা যায়। শুভ ৰং-গুলপীয়া, শুভ নম্বৰ-২

      কুম্ভ- কৰ্মস্থানত সকলোৰে সহযোগিতা লাভ কৰিব। নিজৰ বৈবাহিক জীৱন অধিক সুখী কৰাৰ সুযোগ লাভ কৰিব। বিদ্যাৰ্থীৰ শুভ। শুভ ৰং-সেউজীয়া, শুভ নম্বৰ-৮

      মীন- ব্যৱসায়ত আশানুৰূপ ফল লাভ কৰিব। অৰ্থপ্ৰাপ্তিৰ যোগ দেখা যায়। বিদ্যাত যত্নৰ ফল লাভ কৰিব। শুভ ৰং-হালধীয়া, শুভ নম্বৰ-৫

      Tags: #AssamDaily HoroscopeToday Astrology

      Related Posts

      এইবাৰ বিশ্বনাথত চলিব বুলড’জাৰ; চৰকাৰী ভূমি খালী কৰিবলৈ ৩০৭টা পৰিয়াললৈ জাননী
      Top News

      August 2, 2025
      ভেণ্টিলেটেৰত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেণ; অৱস্থা সংকটজনক
      Top News

      ভেণ্টিলেটেৰত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেণ; অৱস্থা সংকটজনক

      August 2, 2025
      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      August 2, 2025
      অনিল আম্বানীৰ বিৰুদ্ধে লুক আউট চাৰ্কুলাৰ জাৰি; ৫ আগষ্টত হাজিৰ লাগিব ED কাৰ্যালয়ত

      August 1, 2025
      ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত
      Top News

      ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত

      August 1, 2025
      এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
      Top News

      এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

      August 1, 2025

      শীৰ্ষ সংবাদ

      এইবাৰ বিশ্বনাথত চলিব বুলড’জাৰ; চৰকাৰী ভূমি খালী কৰিবলৈ ৩০৭টা পৰিয়াললৈ জাননী

      ভেণ্টিলেটেৰত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেণ; অৱস্থা সংকটজনক

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      অনিল আম্বানীৰ বিৰুদ্ধে লুক আউট চাৰ্কুলাৰ জাৰি; ৫ আগষ্টত হাজিৰ লাগিব ED কাৰ্যালয়ত

      ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত

      এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist