• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 14, 2026
24 °c
Guwahati
24 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গংগাত স্নান কৰি থকা অৱস্থাত হঠাৎ পানীত পিছলি পৰে এগৰাকী তীৰ্থযাত্ৰী, তাৰ পিছত কি হল জানক সবিশেষ…

Nation NE by Nation NE
July 14, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
গংগাত স্নান কৰি থকা অৱস্থাত হঠাৎ পানীত পিছলি পৰে এগৰাকী তীৰ্থযাত্ৰী, তাৰ পিছত কি হল জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

পবিত্ৰ শাওন মাহে হৰিদ্বাৰলৈ ভক্তৰ বিপুল সমাগম হয়। কানৱাৰ যাত্ৰাৰ সময়ত লাখ লাখ লোকে গংগাত স্নান কৰিবলৈ ঘাটত উপস্থিত হয়। কিন্তু কেতিয়াবা এই ভক্তি আৰু বিশ্বাসৰ মাজত বিপদৰ পৰিস্থিতিও উদ্ভৱ হয়।

শেহতীয়াকৈ এনে এটা ঘটনা পোহৰলৈ আহিছে, যিয়ে সকলোকে জোকাৰি গৈছিল আৰু এতিয়া সেই ঘটনা ছচিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। জানো আহক সবিশেষ-

ভিডিঅ’টোত দেখা যায় যে এজন যুৱকে গংগা নদীত গা ধুবলৈ যাওঁতে নৈৰ প্ৰবল সোঁতে উটুৱাই লৈ যাবলৈ আৰম্ভ কৰে। নিজকে বচাবলৈ চেষ্টা কৰে যদিও পানীৰ শক্তিৰ সন্মুখত তেওঁ দুৰ্বল হৈ পৰে। তাৰ পাছত ঘাটত কৰ্তব্যত থকা এছ ডি আৰ এফৰ এজন জোৱান লগে লগে সময় নষ্ট নকৰাকৈ নদীত জপিয়াই পৰে। কিছু মুহূৰ্তৰ ভিতৰতে আন এজন জোৱানেও সহায় কৰিবলৈ পানীত জপিয়াই দিয়ে। একে সময়তে এছ ডি আৰ এফৰ এখন টহলদাৰী নাওৱো সেই স্থানত উপস্থিত হয়।

আটাইয়ে মিলি যুৱকজনক নিৰাপদে উলিয়াই আনে। নাওত উঠাই তেওঁক নিৰাপদ স্থানলৈ লৈ যোৱা হয়। এই সমগ্ৰ ঘটনাই এটা কথা স্পষ্ট কৰি দিছে যে এছ ডি আৰ এফ জোৱানসকলে প্ৰতিটো পৰিস্থিতিত নিজৰ কৰ্তব্যক সৰ্বোচ্চ কৰি ৰাখে আৰু প্ৰয়োজন হ’লে নিজৰ জীৱনৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈ আনৰ জীৱন ৰক্ষা কৰিবলৈ সাজু হৈ থাকে।

এই ঘটনা সাহস, সেৱা আৰু মানৱতাৰ নিদৰ্শন। কোটি কোটি ভক্তগন যেতিয়া ভক্তিৰে গংগাঘাটলৈ আহে, তেতিয়া প্ৰতিটো বিপদৰ মাজত সুৰক্ষাৰ দেৱাল হিচাপে থিয় দিছে এছডিআৰএফৰ দৰে শক্তি।

Tags: boygangakanwar

Related Posts

গংগা-পদ্মা বিবাদক লৈ বাংলাদেশৰ ডাঙৰ পদক্ষেপ, ফাৰাক্কা বেৰেজৰ প্ৰভাৱ কম কৰাৰ ব্যৱস্থাপনা
Top News

May 14, 2026
অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 14, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 14, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 14, 2026
থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026

শীৰ্ষ সংবাদ

গংগা-পদ্মা বিবাদক লৈ বাংলাদেশৰ ডাঙৰ পদক্ষেপ, ফাৰাক্কা বেৰেজৰ প্ৰভাৱ কম কৰাৰ ব্যৱস্থাপনা

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025