• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 14, 2026
24 °c
Guwahati
24 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গেৰুৱা হ’ল গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা

Nation NE by Nation NE
September 27, 2024
in Top News, অসম
0 0
গেৰুৱা হ’ল গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা
Share on FacebookShare on TwitterWhatsApp

ঘোষণা কৰা হ’ল গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল। অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী কৌশিক বৰুৱা সাধাৰণ সম্পাদক পদত জয়ী হৈছে। বিশ্ববিদ্যালয়খনৰ গোপীনাথ বৰদলৈ ২ নং তিনিমহলীয়া ছাত্ৰাবাসৰ আৱাসী কৌশিক বৰুৱাৰ ঘৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত।

ইফালে, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী মানস প্ৰতিম কলিতাই সভাপতি পদত জয়ী হয়। গুৱাহাটী বিশ্ববিদ্যালয় গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ মানস কলিতাৰ ঘৰ ৰঙিয়াত।

আনহাতে উপ-সভাপতি, সহকাৰী সাধাৰণ সম্পাদককে ধৰি ৬টা পদত জয় লাভ কৰিছে সদৌ অসম ছাত্ৰ সন্থা সমৰ্থিত প্ৰাৰ্থীয়ে। উপ-সভাপতি পদত জয়ী হৈছে উদীপ্ত বায়ন। সহকাৰী সাধাৰণ সম্পাদক পদত জয়ী হৈছে নিমিশা শইকীয়া। সাহিত্য সম্পাদকত জয়ী হৈছে প্ৰাণজিৎ কোচ। সাংস্কৃতিক সম্পাদক পদত জয়ী হৈছে বন্দিতা ডেকা।

ইফালে ক্ৰীড়া সম্পাদক ৰৌশন কুমাৰ চাহু, সংগীত বিভাগৰ সম্পাদক পদত নিবেদিতা কলিতা, গুৰুত খেল বিভাগৰ সম্পাদক পদত দীপজ্যোতি শৰ্মা, লঘু ক্ৰীড়া বিভাগৰ সম্পাদক পদত উজ্জ্বল কলিতা, শৰীৰচৰ্চা বিভাগৰ সম্পাদক পদত প্ৰিয়াংক বৰ্মন, সমাজ সেৱা বিভাগৰ সম্পাদক পদত দীপজ্যোতি চহৰীয়া আৰু তৰ্ক বিভাগৰ সম্পাদক পদত মিণ্টু ডেকাই জয় লাভ কৰে।

উল্লেখ্য যে, এইবাৰৰ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে মুখ্য পদবী সমূহত জয় লাভ নকৰাত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। ইফালে ছাত্ৰ মুক্তি সংগ্ৰাম পৰিষদ আৰু এন এছ ইউ আইৰ দৰে সংগঠন সমূহেও বেয়াকৈ মুখথেকেচা খোৱা পৰিলক্ষিত হৈছে।

Tags: AASUABVPACPElectionGauhati UniversityResults

Related Posts

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ
Top News

May 14, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 14, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 14, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 14, 2026
থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

শীৰ্ষ সংবাদ

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025