• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাজাত নিয়ন্ত্ৰণহীন পৰিস্থিতিয়ে ধাৰণ কৰে বিধ্বংসী ৰূপ; ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ত লুটপাত

Nation NE by Nation NE
May 2, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
গাজাত অনাহাৰৰ পথত হামাছ, সাজু যুদ্ধবিৰতিৰ বাবে, সন্মত হৈছে ইজৰাইলী পণবন্দীক মুকলি কৰি দিবলৈ
Share on FacebookShare on TwitterWhatsApp

গাজাত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ। যাৰ বাবে গাজা ষ্ট্ৰিপৰ পৰিস্থিতি দিনক দিনে অচল হৈ গৈ আছে। দুমাহ পূৰ্বে ইজৰাইলে খাদ্য যোগান বন্ধ কৰাৰ পিছতেই এতিয়া মুকলিকৈ দেখা গৈছে ভোকাতুৰ গাজাবাসীৰ অৱস্থা।

বুধবাৰে কমিউনিটি পাকঘৰ, ব্যৱসায়ীৰ দোকান আৰু ৰাষ্ট্ৰসংঘৰ সাহায্য সংস্থা ইউএনআৰডব্লিউএৰ মুখ্য কাৰ্যালয়কে ধৰি কমেও পাঁচটা স্থানত লুটপাত হয়।

পেলেষ্টাইনী এন জি অ’ নেটৱৰ্কৰ সঞ্চালক আমজাদ আল-শ্বাৱাই কয় যে, এই ঘটনাবোৰে দেখুৱাইছে যে গাজাৰ পৰিস্থিতি কিমান ভয়াৱহ হৈ পৰিছে।ইউ এন আৰ ডব্লিউ এৰ জ্যেষ্ঠ বিষয়া লুইজ ৱাটাৰিজৰ মতে বুধবাৰে নিশা গাজা চহৰত থকা সংস্থাটোৰ চৌহদত হাজাৰ হাজাৰ স্থানচ্যুত লোকে ভাঙি ঔষধ লুটপাত কৰাৰ লগতে কেইবাখনো বাহনৰ ক্ষতিসাধন কৰে।

হামাছৰ গাজাস্থিত সংবাদ মাধ্যমৰ কাৰ্যালয়ৰ সঞ্চালক ইছমাইল আল-থাৱাবাটাই কয় যে, এই কাণ্ডসমূহ কেইজনমান ব্যক্তিৰহে কাৰ্য্য। ই পেলেষ্টাইনী সমাজৰ মূল্যবোধক প্ৰতিফলিত নকৰে। তেওঁ দাবী কৰে যে, স্থানীয় প্ৰশাসনে এই গোচৰসমূহৰ তদন্ত কৰি আছে আৰু শান্তি বজাই ৰখাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

১ মে’ৰ বিমান আক্ৰমণত কমেও ১২ জন লোক নিহত হয়। চলিত বৰ্ষৰ জানুৱাৰী মাহত অস্থায়ী যুদ্ধবিৰতিৰ পিছত হামাছে আৰক্ষী নিয়োগ কৰিছিল যদিও মাৰ্চ মাহত ইজৰাইলে পুনৰ পূৰ্ণাংগ আক্ৰমণ আৰম্ভ কৰাৰ পিছত তেওঁলোকৰ উপস্থিতি দুৰ্বল হৈ পৰে।

Tags: GAZAIsraelWar

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025