• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাজাবাসীৰ অভিশাপ লাগিল নেকি ইজৰাইলৰ ওপৰত? জৰুৰীকালীন অৱস্থাৰ ঘোষণা

Nation NE by Nation NE
May 2, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
গাজাবাসীৰ অভিশাপ লাগিল নেকি ইজৰাইলৰ ওপৰত? জৰুৰীকালীন অৱস্থাৰ ঘোষণা
Share on FacebookShare on TwitterWhatsApp

বিগত ১৮ মাহ ধৰি গাজাত হামাছৰ সৈতে যুদ্ধ কৰি থকা ইজৰাইল এতিয়া এক বৃহৎ সমস্যাৰ সন্মুখীন হৈছে। কিছুদিন পূৰ্বে ইজৰাইলৰ জেৰুজালেমৰ সমীপৰ অৰণ্যত সংঘটিত হোৱা অগ্নিকাণ্ড দ্ৰুতগতিত বৃদ্ধি পাইছে। যাৰ বাবে ইজৰাইলৰ চাৰিওফালৰ অঞ্চলত আতংকৰ পৰিৱেশে বিৰাজ কৰিছে।

অগ্নিকাণ্ডৰ ভয়াবহ ৰূপৰ প্ৰতি লক্ষ্য ৰাখি দেশত জাৰি কৰা হৈছে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা। ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে সকীয়াই দিছে যে, অতি সোনকালে জেৰুজালেম চহৰৰ ভিতৰুৱা অংশতো এই জুইৰ শিখাই প্ৰৱেশ কৰিব পাৰে।

খবৰ অনুসৰি এই পৰ্যন্ত হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। একে সময়তে জুই আৰু ক’লা ধোঁৱাৰ বাবে কাষৰীয়া অঞ্চলৰ মানুহৰ শ্বাসৰুদ্ধ হৈ পৰিছে। লগতে বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।

স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, ইজৰাইলত বহু বছৰৰ পিছত দেখা আটাইতকৈ ভয়াৱহ জুই নিৰ্বাপনৰ বাবে অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰন্তৰে যুঁজিছে। জুই নিয়ন্ত্ৰণৰ বাবে সেনাবাহিনীকো মোতায়েন কৰা হৈছে।

ইয়াৰ পূৰ্বে ইজৰাইল আৰক্ষীয়ে জেৰুজালেম আৰু টেল আভিভ সংযোগী পথটো বন্ধ কৰি দিছিল। ঘাইপথৰ কাষত বসবাস কৰা লোকসকলক আগতীয়াকৈ সেই অঞ্চল খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ লগে লগে বৃহস্পতিবাৰে কেইবাখনো দেশে ইজৰাইললৈ অগ্নিনিৰ্বাপক বিমান প্ৰেৰণ কৰে। তথ্য অনুসৰি, যোৱা ৩০ এপ্ৰিলত দুপৰীয়াৰ আশে-পাশে সংঘটিত হোৱা অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিছে।

ইটালী, ক্ৰ’ৱেচিয়া, স্পেইন, ফ্ৰান্স আৰু ৰোমানিয়াই ইজৰাইললৈ সাহায্য প্ৰেৰণ কৰি গৰম, শুকান পৰিস্থিতি আৰু প্ৰচণ্ড বতাহৰ ফলত ইন্ধন যোগোৱা জুই নিয়ন্ত্ৰণ কৰাত সহায় কৰিছে। উত্তৰ মেচিডোনিয়া, চাইপ্ৰাছকে ধৰি আন বহু দেশেও নিজৰ বিমান প্ৰেৰণ কৰিছে। ইজৰাইলৰ বিষয়াসকলে জনাইছে যে ১০খনতকৈও অধিক অগ্নিনিৰ্বাপক বিমানে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে।

ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে বনজুইৰ সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে। নেতানিয়াহুৱে এক বিবৃতি প্ৰকাশ কৰি কয় যে,এইয়া এক ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা। বৰ্তমান ইজৰাইলৰ অগ্ৰাধিকাৰ হৈছে জেৰুজালেমক সুৰক্ষা দিয়া।

Tags: GAZAHamasIsrael

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025