• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

Nation NE by Nation NE
June 7, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা
Share on FacebookShare on TwitterWhatsApp

মুদ্ৰাস্ফীতিৰ এই যুগত ভাৰতত ৫ টকাৰ বিস্কুটেৰেও মানুহৰ লঘু ভোক তৃপ্ত হয়। একে সময়তে এই পৃথিৱীত এনে এক স্থান আছে, য’ত ৫ টকীয়া বিস্কুটৰ দাম ২৪০০ টকা হৈছেগৈ।গাজাৰ বাসিন্দা মহম্মদ জৱাদে ছ’চিয়েল মিডিয়াত এই দাবী কৰিছে।

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ বলি হোৱা গাজাত ভোক আৰু দুৰ্ভিক্ষৰ দৰে পৰিস্থিতিৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত গাজাৰ ভিতৰত ২৪০০ টকাত বিস্কুট বিক্ৰী কৰা হৈছে। শেহতীয়াকৈ গাজাৰ পৰা এটা ভাইৰেল পোষ্টত এজন ব্যক্তিয়ে দাবী কৰিছে যে ২৪ ইউৰো (২৩৪২ টকা)তকৈ অধিক মূল্যত এই বিস্কুট বিক্ৰী কৰা হৈছে। এই বিস্কুটৰ দাম জানিব পাৰি বহু লোকে ছ’চিয়েল মিডিয়াত আশ্চৰ্য্য প্ৰকাশ কৰিছে।

গাজাৰ বাসিন্দা মহম্মদ জাৱাদে নিজৰ সংবাদ মাধ্যমৰ একাউণ্টত পোষ্ট কৰি লিখিছে যে,  বহুদিন অপেক্ষাৰ অন্তত তেওঁ পুত্ৰৰ এই প্ৰিয় বিস্কুটবিধ পাইছে। যদিও ইয়াৰ মূল্য ১.৫ ইউৰোৰ পৰা ২৪ ইউৰোতকৈও অধিকলৈ বৃদ্ধি পাইছে। এই পোষ্টটোত তেওঁ কণমানি সন্তানৰ সৈতে এখন ফটো আৰু দুটা ভিডিঅ’ও শ্বেয়াৰ কৰে।

২০২৩ চনৰ অক্টোবৰ মাহত উত্তেজনা বৃদ্ধি পোৱাৰ পিছত আৰু ইয়াৰ কিছু সময়ৰ পিছতে আৰম্ভ হোৱা ইজৰাইলৰ সামৰিক অভিযানৰ পিছত গাজাৰ খাদ্য সামগ্ৰীৰ সুবিধা হ্ৰাস পাইছে। চলিত বৰ্ষৰ ২ মাৰ্চৰ পৰা ১৯ মে’ৰ ভিতৰত ঘেৰাও কৰা পেলেষ্টাইন ভূখণ্ডত প্ৰায় সম্পূৰ্ণ অৱৰোধৰ সন্মুখীন হ’বলগীয়া হৈছিল। মাত্ৰ সীমিত সংখ্যক ট্ৰাকহে পাৰ হ’বলৈ দিয়া হৈছিল, ইয়াৰ বেছিভাগেই আন্তঃৰাষ্ট্ৰীয় প্ৰচণ্ড চাপৰ পিছত যাবলৈ দিয়া হৈছিল।

কেৱল এয়াই নহয়, গাজাত কিছুমান অত্যাৱশ্যকীয় বস্তুৰ দাম যদি ভাৰতৰ মূল্যৰ সৈতে তুলনা কৰা হয়, তেন্তে আচৰিত হ’ব সকলো। উদাহৰণস্বৰূপে গাজাত ১ কিলো চেনি প্ৰায় ৫ হাজাৰ টকাত বিক্ৰী কৰা হৈছে। একেদৰে প্ৰতি লিটাৰ ৰন্ধন তেলৰ দাম প্ৰায় ৪১০০ টকা। ইয়াৰ বাহিৰেও ১ কিলো আলুৰ দাম প্ৰতি কিলোত প্ৰায় ২ হাজাৰ টকা, এক কিলো পিঁয়াজৰ দাম প্ৰায় ৪৫০০ টকা।

Tags: foodGAZAIsraelWar

Related Posts

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

December 9, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 9, 2025
ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

শীৰ্ষ সংবাদ

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025