• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাজাত অনাহাৰৰ সৈতে মোকাবিলা কৰিবলৈ ইজৰাইলৰ বৃহৎ ঘোষণা- ‘এই ৩ অঞ্চলত নহয় কোনো আক্ৰমণ’

Nation NE by Nation NE
July 28, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইৰাণৰ সৈতে যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ডাঙৰ বক্তব্য, ‘খামনেইক শেষ কৰাৰ পিছতেই সংঘাতৰ অন্ত পৰিব’!
Share on FacebookShare on TwitterWhatsApp

ইজৰাইল আৰু গাজাৰ মাজত বিগত ২১ মাহ ধৰি যুদ্ধ চলি আছে। ইজৰাইলৰ অবিৰত আক্ৰমণৰ বাবে গাজাত দুৰ্ভিক্ষৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে, ক্ৰমাৎ বৃদ্ধি পোৱা ক্ষুধাৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ইজৰাইলে ২৭ জুলাইত এক ডাঙৰ ঘোষণা কৰিছে।

ইজৰাইলৰ সেনাই ঘোষণা কৰিছে যে গাজাৰ ঘন জনবসতিপূৰ্ণ তিনিটা অঞ্চলত দৈনিক ১০ ঘণ্টা ধৰি যুদ্ধবিৰতি স্থাপন কৰাৰ লগতে তাত অনাহাৰে থকা লোকসকলক সাহায্য সামগ্ৰী যোগান ধৰাৰ বাবে এক নিৰাপদ পথ মুকলি কৰিব। ইজৰাইলৰ এই ঘোষণাৰ অৰ্থ হ’ল এই ১০ ঘণ্টাৰ ভিতৰত সেই অঞ্চলসমূহত ইজৰাইলে কোনো আক্ৰমণ নকৰে।

গাজাত ক্ৰমাৎ বৃদ্ধি পোৱা ক্ষুধা পৰিস্থিতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ধাৰাবাহিকভাৱে সমালোচনাৰ পিছত ইজৰাইলে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত ২৭ জুলাইত ইজৰাইল সেনাই এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰে। আইডিএফে নিজৰ বিবৃতিত কয় যে গাজা চহৰ, দেইৰ আল বালাহ আৰু মুৱাছিত কৌশলগত যুদ্ধবিৰতি আৰম্ভ কৰিব। এই তিনিটা অঞ্চলত পেলেষ্টাইনী জনসংখ্যা বৃহৎ, গতিকে এই অঞ্চলসমূহত মানৱীয় সাহায্য আৰু অধিক বৃদ্ধি কৰা হ’ব।

ইজৰাইল সেনাই নিজৰ বিবৃতিত কয় যে প্ৰতিদিনে স্থানীয় সময় অনুসৰি পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ (ভাৰতীয় সময় অনুসৰি নিশা ১২:৩০ বজাৰ পৰা নিশা ১০:৩০ বজালৈ) মুৱাছি, দেইৰ আল বালাহ আৰু গাজা চহৰত সামৰিক অভিযান বন্ধ কৰি দিব। এই কৌশলগত যুদ্ধবিৰতি ২৭ জুলাইত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে কাৰ্যকৰী হ’ব।

এই মুহূৰ্তত আইডিএফে এই তিনিটা অঞ্চলত আক্ৰমণ কৰা নাই যদিও বিগত কেইবা সপ্তাহত ইজৰাইলৰ সেনাই এই তিনিটা অঞ্চলত বহু আক্ৰমণ চলাইছে বুলি জানিবলৈ দিয়ে। ইজৰাইলী সেনাই নিজৰ বিবৃতিত কয় যে এই তিনিটা অঞ্চলত নিৰাপদ পথো স্থাপন কৰিব, যাৰ জৰিয়তে সাহায্য সংস্থাসমূহে খাদ্য সামগ্ৰী আৰু অন্যান্য সাহায্য যোগান ধৰিব পাৰিব।

Tags: GAZAIsraelWar

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025