• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৫ চনৰ প্ৰথম সপ্তাহতেই গাজা যুদ্ধত ২০০ৰো অধিক পেলেষ্টাইনী লোকে হেৰুৱালে প্ৰাণ

Nation NE by Nation NE
January 6, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
২০২৫ চনৰ প্ৰথম সপ্তাহতেই গাজা যুদ্ধত ২০০ৰো অধিক পেলেষ্টাইনী লোকে হেৰুৱালে প্ৰাণ
Share on FacebookShare on TwitterWhatsApp

গাজা যুদ্ধৰ এবছৰতকৈও অধিক সময় পাৰ হৈ গৈছে, যদিও হতাহতৰ সংখ্যা বৃদ্ধি পাইছে। ডোহাত চলি থকা যুদ্ধবিৰতিৰ আলোচনাৰ মাজতে নৱবৰ্ষৰ মাত্ৰ ৫ দিনৰ ভিতৰতে ইজৰাইলৰ আক্ৰমণত ২০০ৰো অধিক পেলেষ্টাইনী লোকে প্ৰাণ হেৰুৱাইছে।

গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে ৭ অক্টোবৰৰ পৰা প্ৰাণ হেৰুওৱা পেলেষ্টাইনীসকলৰ তথ্য প্ৰকাশ কৰিছে। তথ্য অনুসৰি, সমগ্ৰ যুদ্ধৰ সময়ছোৱাত ইজৰাইলৰ আক্ৰমণত এতিয়ালৈকে ৪৫,৮০০ পেলেষ্টাইনী লোকৰ প্ৰাণহানি হৈছে আৰু ১০৯,০০০ লোক আহত হৈছে।

মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে, ২০২৩ চনৰ অক্টোবৰৰ পৰা গাজাত ইজৰাইলী সৈন্যৰ আক্ৰমণৰ বলি হোৱা লোকৰ সংখ্যা ৪৫,৮০৫ জন হৈছেগৈ, য’ত ১০৯,০৬৪ জন আহত হৈছে। সংস্থাটোৱে লগতে জোৰ দি কয় যে, বিগত ২৪ ঘন্টাত যুদ্ধবিধ্বস্ত অঞ্চলটোত ইজৰাইলে আক্ৰমণত ৮৮ জন পেলেষ্টাইনী নিহত আৰু ২০৮ জন আহত হৈছে।

২০২৩ চনৰ ৭ অক্টোবৰত পেলেষ্টাইনী গোট হামাছৰ যোদ্ধাসকলে ইজৰাইলৰ ভূখণ্ডত হঠাৎ আক্ৰমণ কৰাৰ পিছত এই যুদ্ধ আৰম্ভ হৈছিল। হামাছৰ আক্ৰমণত প্ৰায় ১২০০ ইজৰাইলী নিহত হোৱাৰ লগতে ২৪০ৰো অধিক লোকক পণবন্দী কৰি ৰখা হয়।

উল্লেখ্য যে, হামাছে জেৰুজালেমৰ পুৰণি চহৰত অৱস্থিত আল-আকছা মছজিদৰ বিৰুদ্ধে ইজৰাইল কৰ্তৃপক্ষৰ আক্ৰমণাত্মক কাৰ্য্যৰ প্ৰতিক্ৰিয়া বুলি অভিহিত কৰিছে। ইয়াৰ পিছত ইজৰাইলে যুদ্ধ ঘোষণা কৰি ২৩ লাখ পেলেষ্টাইনী বসবাস কৰা গাজা ষ্ট্ৰিপ সম্পূৰ্ণৰূপে অৱৰোধ কৰে, তাৰ পিছত ইজৰাইলে গাজাত আজিলৈকে স্থলভিত্তিক পদক্ষেপ অব্যাহত ৰাখিছে। ইয়াৰ উপৰিও ইজৰাইলে লেবানন আৰু ছিৰিয়াৰ কিছু অংশত বিমান আক্ৰমণ আৰম্ভ কৰিছে আৰু পশ্চিম পাৰতো সংঘৰ্ষ চলি আছে।

Tags: GAZAPalestineWar

Related Posts

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…
Top News

December 10, 2025
খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

December 9, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 9, 2025

শীৰ্ষ সংবাদ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025