• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাজাত পুনৰ যুদ্ধ আৰম্ভ! হামাছত বোমা বিস্ফোৰণ ইজৰাইলৰ, আইডিএফৰ ব্যৱস্থা…

Nation NE by Nation NE
October 20, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Share on FacebookShare on TwitterWhatsApp

যুদ্ধবিৰতিৰ পিছতো গাজাত পুনৰ ইজৰাইল আৰু হামাছৰ মাজত শত্ৰুতা আৰম্ভ হৈছে। ইফালে, ১৯ অক্টোবৰত গাজাত ইজৰাইলৰ সেনাই বিমান আক্ৰমণ চলায়। অৱশ্যে এই আক্ৰমণ সন্দৰ্ভত এতিয়াও ইজৰাইলে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

ইজৰাইলৰ সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, আই ডি এফে গাজাৰ ৰাফাহ অঞ্চলত এই আক্ৰমণ সংঘটিত কৰিছিল। এই আক্ৰমণৰ সময়তে আমেৰিকাই হামাছে গাজা ষ্ট্ৰিপত পেলেষ্টাইনীসকলৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপন কৰিছে। এক প্ৰতিবেদন অনুসৰি গাজা ষ্ট্ৰিপত উগ্ৰপন্থীয়ে ৰাফাত ইজৰাইলী বাহিনীৰ ওপৰত কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে এই বিমান আক্ৰমণ কৰা হৈছে।

আইডিএফৰ তথ্য অনুসৰি শুকুৰবাৰে (১৭ অক্টোবৰ ২০২৫) ৰাফাহ অঞ্চলৰ এটা সুৰংগৰ পৰা কেইবাটাও উগ্ৰপন্থীয়ে ওলাই আহি ইজৰাইলৰ সৈন্যৰ ওপৰত গুলীচালনা কৰে। কোনো লোক হতাহতি হোৱা নাই।

আকৌ চোৰাংচোৱা তথ্যৰ উদ্ধৃতি দি আমেৰিকাই অভিযোগ কৰিছে যে হামাছে গাজাৰ বাসিন্দাসকলক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে আৰু তাৰ পিছত যুদ্ধবিৰতি ভংগ কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে শনিবাৰে (১৯ অক্টোবৰ, ২০২৫) সকীয়াই দিছিল যে হামাছ সম্পূৰ্ণৰূপে নিৰস্ত্ৰ নোহোৱালৈকে গাজাৰ যুদ্ধ শেষ নহ’ব।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যায়াহুৱে কয় যে হামাছে সকলো পণবন্দীক ঘূৰাই দি চুক্তিৰ চৰ্তসমূহ পূৰণ কৰিলেহে ৰাফাহ ক্ৰছিং মুকলি কৰা হ’ব। ১০ অক্টোবৰৰ চুক্তি অনুসৰি হামাছে আইডিএফ গাজালৈ উভতি অহাৰ ৭২ ঘণ্টাৰ ভিতৰত ২০ জন জীৱিত পণবন্দীক মুকলি কৰি দি ২৮ জন মৃত পণবন্দীৰ মৃতদেহ গতাই দিব লাগিছিল। অৱশ্যে তাৰ পিছত হামাছে মাত্ৰ ১০টা মৃতদেহহে ঘূৰাই আনিছে।

Tags: Benjamin NetanyahuGAZATrump

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025