• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মৰ্মান্তিক দুৰ্ঘটনা; চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এজনৰ মৃত্যু, এজন আহত

Nation NE by Nation NE
May 31, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
মৰ্মান্তিক দুৰ্ঘটনা; চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এজনৰ মৃত্যু, এজন আহত
Share on FacebookShare on TwitterWhatsApp

উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। গাজিয়াবাদৰ কৌশম্বী থানা এলেকাৰ অন্তৰ্গত বৈশালী ছেক্টৰ-৪ত অৱস্থিত গৌৰ গ্ৰেভিটি হাইটছৰ বাণিজ্যিক কমপ্লেক্সত শনিবাৰে বিয়লি এচিত গেছ ভৰোৱাৰ সময়ত হঠাতে হোৱা চিলিণ্ডাৰ বিস্ফোৰণত এজন যুৱকৰ থিতাতে মৃত্যু হয়। আনহাতে আনজন যুৱক গুৰুতৰভাৱে অগ্নিদগ্ধ হয়।

ঘটনাৰ তথ্য পোৱাৰ লগে লগে কৌশম্বী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় ​​কুমাৰ শৰ্মাই ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে।

আৰক্ষীৰ মতে, দুয়োজন যুৱকে এচি মেৰামতি আৰু গেছ ৰিফিলিঙৰ কাম কৰে। শনিবাৰে দুয়োজনে এজন লোকৰ অনুৰোধত এচি ভৰোৱাৰ বাবে গৌৰ গ্ৰেভিটি হাইটছত উপস্থিত হৈছিল। এচি ভৰাই থকাৰ সময়তে হঠাৎ চিলিণ্ডাৰটো বিস্ফোৰণ ঘটাত অঞ্চলটোত আতংকৰ সৃষ্টি হয়।

বৰ্তমান আৰক্ষীয়ে গোচৰৰ তদন্ত আৰম্ভ কৰিছে আৰু সেই স্থানৰ পৰাই প্ৰমাণ সংগ্ৰহ কৰি আছে। আৰক্ষীৰ এটা দলে ধাৰাবাহিকভাৱে তদন্ত কৰি আছে আৰু বিস্ফোৰণ সংঘটিত হোৱা ঠাইৰ পৰা নমুনা সংগ্ৰহ কৰি আছে।

Tags: ACCylinder BlastGhaziabad

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025