• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
25 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নলবাৰীত কংগ্ৰেছ প্ৰাৰ্থীসহ চাৰিজনক আটক ঘগ্ৰাপাৰ আৰক্ষীৰ

Nation NE by Nation NE
April 29, 2025
in Top News, অসম
0 0
নলবাৰীত কংগ্ৰেছ প্ৰাৰ্থীসহ চাৰিজনক আটক ঘগ্ৰাপাৰ আৰক্ষীৰ

কংগ্ৰেছ কৰ্মী আটক কৰা সন্দৰ্ভত প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ মন্তব্য।

Share on FacebookShare on TwitterWhatsApp

নলবাৰী সমষ্টিৰ খাতিকুছি আল্লিয়া গাঁও পঞ্চায়তৰ এগৰাকী প্ৰাৰ্থীসহ চাৰিজন কংগ্ৰেছী কৰ্মীক ঘগ্ৰাপাৰ আৰক্ষীয়ে আটক কৰাৰ খবৰ আহিছে। শাসকীয় বিজেপি দলৰ প্ৰাৰ্থীৰ নিৰ্বাচনী পোষ্টাৰ ফালি পেলোৱাৰ অভিযোগত আটক কৰে চাৰিগৰাকী কংগ্ৰেছ কৰ্মীক৷ আটাই কেইজনকে সোমবাৰে নিশা আৰক্ষীয়ে আটক কৰে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে আটক কৰা সকলৰ ভিতৰত খাতিকুছি আল্লিয়া গাঁও পঞ্চায়তৰ বনগাঁও ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী বাবুল দাসো আছে৷ আৰক্ষীয়ে আটক কৰা আন তিনি গৰাকী কংগ্ৰেছ কৰ্মী হৈছে দয়াময় দাস, হৰিচৰণ দাস আৰু যদু দাস৷

ইপিনে এই চাৰিগৰাকী কংগ্ৰেছীক ষড়যন্ত্ৰমূলক আৰু মিছা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰাৰ অভিযোগ তুলি ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব। দলটোৰ নেতা তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ঘগ্ৰাপাৰ থানাত উপস্থিত হৈ আৰক্ষীয়ে আটক কৰা কংগ্ৰেছ কৰ্মী কেইজনক মুকলি কৰি দিয়াৰ দাবী জনায়৷

প্ৰাক্তন বিধায়কগৰাকীৰ দাবীৰ পিছতো সু-ব্যৱস্থা গ্ৰহণ নকৰাত আৰক্ষীৰ ভূমিকা সন্দেহজনক বুলি অভিযোগ তুলি ক্ষুদ্ধ কংগ্ৰেছ কৰ্মীসকলে থানা চৌহদতে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷

Tags: #CongressGhograpar Police StationNalbariPanchayat Election

Related Posts

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…
Top News

October 23, 2025
ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025
ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Top News

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

October 22, 2025

শীৰ্ষ সংবাদ

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025