• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
18 °c
Guwahati
18 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১জন ২জন নহয় ৪জনকৈ পৰপুৰুষৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ এইগৰাকী মহিলাৰ বিৰুদ্ধে স্বামীৰ

Nation NE by Nation NE
July 27, 2025
in Top News, অসম
0 0
১জন ২জন নহয় ৪জনকৈ পৰপুৰুষৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ এইগৰাকী মহিলাৰ বিৰুদ্ধে স্বামীৰ
Share on FacebookShare on TwitterWhatsApp

সভ্য সমাজক লজ্জানত কৰা এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে দিছপুৰ চুপাৰ মাৰ্কেটৰপৰা হাজোৰ কলিতাকুছিলৈ।  এজন দুজন নহয় চাৰিজনকৈ পৰপুৰুষৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্কৰ অভিযোগ এইগৰাকী মহিলাৰ বিৰুদ্ধে স্বামী হাফিছ ৰছিদৰ।

ইনষ্টাগ্ৰামত ৰিল বনাই ভাল পোৱা মহিলা দুই সন্তানৰ মাতৃ। ৮ বছৰ পূৰ্বে হাজোৰ কলিতাকুছিৰ আব্দুল হাফিজৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল মহিলাগৰাকী।

আব্দুল হাফিজে দুই সন্তানসহিতে পত্নীসহ বিগত কেইবা মাহ ধৰি গুৱাহাটিৰ দিছপুৰত ভাড়াতীয়া হিচাপে বাস কৰি আহিছিল । আব্দুল হাফিজ এগৰাকী চৰকাৰী কৰ্মচাৰী। আব্দুল হাফিজে বিস্ফোৰক অভিযোগ দিয়ে যে তেওঁ ঘৰত নথকাৰ সুযোগ লৈ তেওঁৰ পত্নীয়ে ৰক্ষা কৰিছিল বহুজনৰে সৈতে প্ৰেমৰ অবৈধ সম্পৰ্ক।

ইফালে পত্নীৰ অবৈধ প্ৰেমৰ সম্পৰ্কৰ কথা স্বামী তথা পৰিয়ালৰ লোকে গম পোৱাত পত্নীয়ে উত্তেজিত হৈ স্বামীৰ ওপৰত শাৰিৰীক-মানসিক নিৰ্যাতন চলোৱাৰ লগতে স্বামী গৃহৰ পৰিয়ালকো ভয় ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে।

আকৌ স্বামীয়ে গুৱাহাটীৰ ভাড়াঘৰৰ পৰা হাজোৰ নিজ ঘৰলৈ বুলি অহাত সুযোগ বুজি তেওঁৰ পত্নীয়ে ভাড়া ঘৰৰ তলা ভাঙি সোণৰ গহনা, নগদ ধন ১.৫ লাখৰো অধিক টকা লৈ উধাও হোৱাৰো বিস্ফোৰক অভিযোগ দিয়ে হাফিজ ৰছিদে। ইয়াৰ পৰিপেক্ষিতত হাজোৰ হাফিজ ৰছিদে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ। এতিয়া আৰক্ষীৰ তদন্ততহে ওলাই পৰিব এই ঘটনাৰ আচল ৰহস্য।

Tags: #AssamHajoLove-affairs

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025