• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, September 10, 2025
29 °c
Guwahati
28 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      যুদ্ধবিৰতিৰ পিছত ৪ ইজৰাইলী পনবন্দীক মুকলি হামাছৰ

      Nation NE by Nation NE
      January 25, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      যুদ্ধবিৰতিৰ পিছত ৪ ইজৰাইলী পনবন্দীক মুকলি হামাছৰ
      Share on FacebookShare on TwitterWhatsApp

      ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধবিৰতি আৰু পণবন্দী মুক্তিৰ চুক্তিৰ অধীনত ২৫ জানুৱাৰী অৰ্থাৎ শনিবাৰে ইজৰাইলৰ চাৰিজন পণবন্দীক মুকলি কৰি দিয়া হ’ব।

      ৪৭৭ দিনৰ পাছত হামাছে মুকলি কৰিবলৈ ওলোৱা ৪ জন পণবন্দীৰ সকলো মহিলা। ইজৰাইলৰ পণবন্দীসকলৰ নামো প্ৰকাশ কৰিছে হামাছে।

      যুদ্ধবিৰতি চুক্তিৰ অধীনত হামাছে ৪ ইজৰাইলী পণবন্দীক মুকলি কৰি দিবলৈ সন্মত হয়। শুকুৰবাৰে হামাছে পণবন্দী ৪ জনৰ নামো প্ৰকাশ কৰি গাজা ষ্ট্ৰিপত যুদ্ধবিৰতিৰ অংশ হিচাপে শনিবাৰে তেওঁলোকক মুকলি কৰি দিব বুলি উল্লেখ কৰে।

      হামাছে কয় যে, এই ৪ মহিলা ইজৰাইলী সৈনিক, যাৰ নাম কাৰিনা আৰিভ, ডেনিয়েলা গিলব’য়া, নামা লেভি আৰু লিৰি আলবাগ। এই ৪ মহিলাক ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ সময়ত নাহাল অজ সেনা ঘাটিৰ পৰা অপহৰণ কৰা হৈছিল।

      হামাছৰ সন্ত্ৰাসবাদীয়ে নাহাছ ঘাটিৰ পৰা ৭ গৰাকী মহিলা সৈনিকক অপহৰণ কৰিছিল, এই চাৰিগৰাকী মহিলা সৈনিকো ইয়াৰ ভিতৰত আছিল।

      ইয়াৰ বিনিময়ত ইজৰাইলে কাৰাগাৰত বন্দী বা আটক কৰি ৰখা কেইবা ডজন পেলেষ্টাইনীক মুকলি কৰি দিয়া হ’ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। ইজৰাইল আৰু হামাছৰ মাজত ছয় সপ্তাহৰ যুদ্ধবিৰতিৰ ষষ্ঠ দিনত ভৰি দিছে। এনে পৰিস্থিতিত বৰ্তমানলৈকে হামাছে কিমান পণবন্দী এতিয়াও জীয়াই আছে, সেই সম্পৰ্কে কোনো সঠিক তথ্য প্ৰকাশ কৰা নাই।

      বিগত দেওবাৰে কাৰ্যকৰী হোৱা গাজা যুদ্ধবিৰতি চুক্তিৰ অধীনত দ্বিতীয়বাৰৰ বাবে পণবন্দী আৰু কয়দীৰ আদান-প্ৰদান কৰা হ’ব। প্ৰথম শ্বেপৰ সময়ত হামাছে ৯০ জন পেলেষ্টাইনী বন্দীৰ বিনিময়ত ৩ ইজৰাইলী পণবন্দীক মুকলি কৰি দিছিল। এই যুদ্ধবিৰতিৰ ফলত গাজাত ১৫ মাহজোৰা যুদ্ধ সাময়িকভাৱে বন্ধ হৈ পৰিছে।

      উল্লেখ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলক হামাছে আক্ৰমণ কৰিছিল, য’ত ১২০০ ইজৰাইলী নিহত হৈছিল। এই সময়ছোৱাত হামাছৰ যোদ্ধাসকলে ২৫১ জন ইজৰাইলীক পণবন্দী কৰি লৈ যায়।

      ইফালে, হামাছৰ আক্রমণৰ পাছত ইজৰাইলৰ প্রতিশোধমূলক কার্যত ৪৭ হাজাৰতকৈ অধিক পেলেষ্টাইনী নিহত হোৱা বুলি হামাছৰ পৰিচালিত স্বাস্থ্য মন্ত্র্যালয়ে অৱগত কৰে৷

      Tags: GAZAHamasIsrael

      Related Posts

      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

      September 10, 2025
      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…
      Top News

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      September 9, 2025
      ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ
      Top News

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      September 9, 2025
      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা
      Top News

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      September 9, 2025

      শীৰ্ষ সংবাদ

      কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist