• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইজৰাইলৰ ডাঙৰ সফলতা; এয়াৰ ষ্ট্ৰাইকত নিহত হামাছৰ শীৰ্ষ নেতা

Nation NE by Nation NE
May 28, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
হামাছ-ইজৰাইল যুদ্ধ কাইলৈ ​​শেষ হ’ব; কিন্তু বেঞ্জামিন নেতান্যাহুয়ে বান্ধি দিলে এক বিশেষ চৰ্ত
Share on FacebookShare on TwitterWhatsApp

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ মাজতে ডাঙৰ মন্তব্য কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে। ইজৰাইলৰ সৈন্য বাহিনীৰ আক্ৰমণত হামাছৰ গাজাৰ মুৰব্বী মহম্মদ ছিনৱাৰ নিহত হোৱা বুলি দাবী কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে।

উল্লেখ্য যে যোৱা বছৰ ইজৰাইলৰ সৈন্যৰ সৈতে হোৱা গুলীচালনাত নিহত হোৱা হামাছৰ প্ৰাক্তন নেতা ইয়াহিয়া ছিনৱাৰৰ কনিষ্ঠ ভাতৃ আছিল মহম্মদ ছিনৱাৰ।

১৪ মে’ত ইজৰাইল সেনাই চলোৱা বিমান আক্ৰমণত হামাছৰ মুৰব্বীজন গুৰুতৰভাৱে আহত হোৱাৰ খবৰ প্ৰকাশ পাইছিল। সেই সময়ত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী বা আইডিএফে এই আক্ৰমণত হামাছৰ মুৰব্বীজন নিহত হৈছে নে নাই সেয়া নিশ্চিত কৰিব পৰা অৱস্থাত নাছিল।

গাজাত হামাছৰ অন্তিমগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতা মহম্মদ ছিনৱাৰ দীৰ্ঘ সময়ৰ পৰা লুকাই আছিল বুলি তথ্য প্ৰকাশ পাইছিল। নেতাগৰাকী লুকাই থকা ঠাইখিনি কমাণ্ড চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল।

কিন্তু ১৪ মে’ত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে সেই ঠাইখিনিত সঠিক ড্ৰ’ন আক্ৰমণ চলাই আৰু এই আক্ৰমণতেই শীৰ্ষ নেতাগৰাকীৰ মৃত্যু হয়।

Tags: Benjamin NetanyahuGAZAIsraelMohammad Sinwar

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025