• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, September 12, 2025
29 °c
Guwahati
28 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    গোৱালপাৰাত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়াবহ পৰিণতি; দুজনৰ মৃত্যু, পাঁচজন আহত

    ‘স্বাধীনতাৰ পিছত দেশৰ এইটোৱেই আটাইতকৈ ডাঙৰ সিদ্ধান্ত’, GST সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য

    তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৱলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণ কৰিব ৩খনকৈ ৰাজ্য…

    পৰিকল্পিত হ*ত্যা*কা*ণ্ড নে অন্য কিবা? আচলতে কি হৈছিল ছিপাঝাৰৰ এই পৰিয়ালটোৰ সৈতে?

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    মঙলদৈত ৰাজ্য জোকাৰি যোৱা ঘটনা! এটা পৰিয়ালৰে তিনিজন সদস্যক নৃশংসভাৱে হত্যা

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      হৰভজন সিঙে লাভ কৰিব বিচিচিআইৰ ডাঙৰ পদবী! এছিয়া কাপৰ মাজতেই কৰা এই ঘোষণাক লৈ চৰ্চা…

      Nation NE by Nation NE
      September 12, 2025
      in Top News, ক্ৰীড়া
      0 0
      হৰভজন সিঙে লাভ কৰিব বিচিচিআইৰ ডাঙৰ পদবী! এছিয়া কাপৰ মাজতেই কৰা এই ঘোষণাক লৈ চৰ্চা…
      Share on FacebookShare on TwitterWhatsApp

      ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে লাভ কৰিব পাৰে বিচিচিআইৰ গুৰুত্বপূৰ্ণ পদবী। কিয়নো ২৮ ছেপ্তেম্বৰত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া বিচিচিআইৰ বাৰ্ষিক সভাৰ বাবে পঞ্জাৱ ক্ৰিকেট এছ’চিয়েশ্যনে হৰভজন সিঙক নিজৰ প্ৰতিনিধি হিচাপে ঘোষণা কৰিছে।

      ইয়াৰ পূৰ্বে এছ’চিয়েশ্যন অৱ বেংগলেও নিজৰ প্ৰতিনিধি হিচাপে ঘোষণা কৰিছে সৌৰভ গাংগুলীৰ নাম। দুয়োখন ৰাজ্যৰ ক্ৰিকেট ব’ৰ্ডে নিজৰ নিজৰ প্ৰতিনিধি হিচাপে এই দুগৰাকী প্ৰাক্তন ক্ৰিকেটাৰক নিৰ্বাচিত কৰা ঘটনাই দেশৰ ক্ৰিকেট মহলত ব্যাপক চৰ্চা লাভ কৰিছে।

      ইতিমধ্যে, বিভিন্ন আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা চলিছে যে আগন্তুক বিচিচিআই নিৰ্বাচনত এই দুগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে কোনো পদবীৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ যো-জা চলাইছে, আৰু সেয়ে তেওঁলোকক নিজৰ নিজৰ ৰাজ্যিক ব’ৰ্ডে প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে।

      উল্লেখ্য যে, ২৮ ছেপ্টেম্বৰ দিনা অনুষ্ঠিত হ’ব বিচিচিআইৰ নিৰ্বাচন। এই দিনটোতেই নিৰ্বাচন কৰা হ’ব বিচিচিআইৰ পৰৱৰ্তী অধ্যক্ষ।

      ইয়াৰ পূৰ্বে হৰভজন সিঙক পঞ্জাৱ ক্ৰিকেট সন্থাৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছিল। এইবাৰ ৰাজ্যিক ক্ৰিকেট সন্থাৰ প্ৰতিনিধি হিচাপে তেওঁক দেখা পোৱা যাব।

      ৰাজ্যৰ সকলো ক্ৰিকেট সন্থালৈ জাননী প্ৰেৰণ কৰা হৈছে যে তেওঁলোকৰ প্ৰতিনিধি ঘোষণাৰ অন্তিম তাৰিখ হ’ব ১২ ছেপ্টেম্বৰ।

      একে সময়তে নিৰ্বাচনী বিষয়াই আবেদনৰ অন্তিম তাৰিখ ২০ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে। কোনো প্ৰাৰ্থীয়ে ইচ্ছা কৰিলে ২৩ ছেপ্টেম্বৰলৈ নাম প্ৰত্যাহাৰ কৰিব পাৰিব আৰু ২৮ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব।

      ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া বৈঠকত সভাপতি, উপ-সভাপতি, সচিব, যুটীয়া সচিব আৰু কোষাধ্যক্ষ পদৰ ওপৰত সিদ্ধান্ত লোৱাৰ কথা।

      Tags: #BCCIAGMHarbhajan SinghPunjab Cricket AssociationRepresentative

      Related Posts

      শিল কুঁৱৰীত ভয়ংকৰ বিস্ফোৰণ; ৬ জন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আহত
      Top News

      শিল কুঁৱৰীত ভয়ংকৰ বিস্ফোৰণ; ৬ জন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আহত

      September 12, 2025
      নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান হোৱাৰ দিশে সুশীলা কাৰ্কী
      BIG BREAKING

      নাম চূড়ান্ত… সুশীলা কাৰ্কীয়েই হ’ব নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী; নিশাই ল’ব শপত

      September 12, 2025
      গোৱালপাৰাত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়াবহ পৰিণতি; দুজনৰ মৃত্যু, পাঁচজন আহত
      Top News

      গোৱালপাৰাত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়াবহ পৰিণতি; দুজনৰ মৃত্যু, পাঁচজন আহত

      September 12, 2025
      ‘স্বাধীনতাৰ পিছত দেশৰ এইটোৱেই আটাইতকৈ ডাঙৰ সিদ্ধান্ত’, GST সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য
      Top News

      তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৱলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণ কৰিব ৩খনকৈ ৰাজ্য…

      September 12, 2025
      টিভি অভিনেতা আশীষ কাপুৰৰ জামিন লাভ, অপকৰ্মৰ গোচৰত আছিল জেলত

      এইবাৰ দেৱী দুৰ্গা কিহত আহিব আৰু কিহত প্ৰস্থান হ’ব? শুভ নে অশুভ?

      শীৰ্ষ সংবাদ

      শিল কুঁৱৰীত ভয়ংকৰ বিস্ফোৰণ; ৬ জন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আহত

      হৰভজন সিঙে লাভ কৰিব বিচিচিআইৰ ডাঙৰ পদবী! এছিয়া কাপৰ মাজতেই কৰা এই ঘোষণাক লৈ চৰ্চা…

      এটা ৱাশ্বিং মেচিনৰ বাবেই এজন ভাৰতীয়ৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা

      নাম চূড়ান্ত… সুশীলা কাৰ্কীয়েই হ’ব নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী; নিশাই ল’ব শপত

      গোৱালপাৰাত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়াবহ পৰিণতি; দুজনৰ মৃত্যু, পাঁচজন আহত

      তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৱলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণ কৰিব ৩খনকৈ ৰাজ্য…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist