• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 22, 2025
31 °c
Guwahati
32 ° Wed
31 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    পাইকান কাণ্ডৰ বাবে কংগ্ৰেছক দোষাৰোপ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভাৰতৰ তাৰকা ক্ৰিকেটাৰৰ বিৰুদ্ধে কঠোৰ বিচিচিআই; বিহিলে শাস্তি

      Nation NE by Nation NE
      March 7, 2025
      in Top News, ক্ৰীড়া
      0 0
      ভাৰতৰ তাৰকা ক্ৰিকেটাৰৰ বিৰুদ্ধে কঠোৰ বিচিচিআই; বিহিলে শাস্তি
      Share on FacebookShare on TwitterWhatsApp

      মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হৰমনপ্ৰীত কৌৰক ইউ পি ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে মহিলা প্ৰিমিয়াৰ লীগৰ (ডব্লিউ পি এল) খেলৰ সময়ত আম্পায়াৰৰ সিদ্ধান্তত মতানৈক্য প্ৰকাশ কৰাৰ বাবে মেচ মাচুলৰ ১০ শতাংশ জৰিমনা বিহা হৈছে।

      ইউ পি ৱাৰিয়ৰ্ছৰ ইনিংছৰ ১৯ নং অভাৰত আম্পায়াৰ অজিতেশ আৰগালে হৰমনপ্ৰীত কৌৰক কয় যে লেহেমীয়া অভাৰ ৰেটৰ বাবে অন্তিম অভাৰত মাত্ৰ তিনিজন ফিল্ডাৰহে চাৰ্কলৰ বাহিৰত থাকিব পাৰে।

      এই কথাত ক্ষুন্ন হৈ হৰমনপ্ৰীতে আম্পায়াৰৰ সৈতে বাক বিতণ্ডাত লিপ্ত হয় আৰু এই ক্ষেত্ৰত তেওঁক সহযোগ কৰে এমেলিয়া কেৰেও।

      মহিলা প্ৰিমিয়াৰ লীগে বিবৃতিৰ জৰিয়তে কয়, ‘খেলৰ সময়ত আম্পায়াৰৰ সিদ্ধান্তত মতানৈক্য প্ৰকাশ কৰাৰ বাবে হৰমনপ্ৰীত কৌৰে আইচিচিৰ আচৰণ বিধিৰ ২.৮ অনুচ্ছেদৰ অধীনত লেভেল ১ অপৰাধ স্বীকাৰ কৰিছে। স্তৰ ১ অপৰাধত মেচ ৰেফাৰীৰ সিদ্ধান্ত চূড়ান্ত আৰু বাধ্যতামূলক।’

      উল্লেখ্য যে, বৃহস্পতিবাৰে মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল)ৰ এখন খেলত ৯টা বল বাকী থকা অৱস্থাত ইউ পি ৱাৰিয়ৰ্ছক ৬ উইকেটত পৰাস্ত কৰে প্ৰাক্তন চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে। এই জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আমেলিয়া কেৰ (৫ উইকেট) আৰু হেলী মেথিউছৰ অল ৰাউণ্ড প্ৰদৰ্শন (৬৮ ৰান, ২ উইকেট)।

      এই জয়ৰ জৰিয়তে মুম্বাই ইণ্ডিয়ানছে নিজৰ নেট ৰান ৰেট বৃদ্ধি কৰি ৮ পইণ্টেৰে দ্বিতীয় স্থানত উপনীত হয়। তালিকাৰ প্ৰথম স্থানত আছে দিল্লী কেপিটেলছ।

      Tags: Harmanpreet KaurMatch FeesMumbai IndiansWPL

      Related Posts

      যুৱৰাজ সিং নে শ্বাহিদ আফ্ৰিদি? কোন কিমান আগবাঢ়ি আছে?
      Top News

      July 22, 2025
      বাৰিষা আমিষ আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে হ’ব পাৰে…

      অতি সোনকালে ওজন হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰক এইবিধ ঘৰুৱা সামগ্ৰী…

      ঢাকাত বায়ুসেনাৰ বিমান দুৰ্ঘটনা, ১৯ জন নিহত, ১৬০ জন আহত
      Top News

      ঢাকাত বায়ুসেনাৰ বিমান দুৰ্ঘটনা, ১৯ জন নিহত, ১৬০ জন আহত

      July 22, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      July 22, 2025
      উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…
      Top News

      উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

      July 21, 2025

      শীৰ্ষ সংবাদ

      যুৱৰাজ সিং নে শ্বাহিদ আফ্ৰিদি? কোন কিমান আগবাঢ়ি আছে?

      বাৰিষা আমিষ আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে হ’ব পাৰে…

      অতি সোনকালে ওজন হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰক এইবিধ ঘৰুৱা সামগ্ৰী…

      ঢাকাত বায়ুসেনাৰ বিমান দুৰ্ঘটনা, ১৯ জন নিহত, ১৬০ জন আহত

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist