• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 13, 2026
25 °c
Guwahati
25 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি অহা এগৰাকী কিন্নৰৰ কাহিনীয়ে আৱেগিক কৰি তুলিব আপোনাক

Nation NE by Nation NE
October 24, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি অহা এগৰাকী কিন্নৰৰ কাহিনীয়ে আৱেগিক কৰি তুলিব আপোনাক
Share on FacebookShare on TwitterWhatsApp

ঝাৰখণ্ডত আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনৰ কুচ-কাৱাজ। ঝাৰখণ্ডৰ ৮১খন বিধানসভা আসনৰ বাবে দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। অহা ১৩ আৰু ২০ নৱেম্বৰত ভোটগ্ৰহণ কৰা হ’ব। ২৩ নৱেম্বৰত ঘোষণা কৰা হ’ব ফলাফল। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ মনোনয়ন প্ৰক্ৰিয়াও আৰম্ভ হৈছে।

ইফালে এইবাৰৰ বিধানসভা নিৰ্বাচনত সমাজৰ মূলসুঁতিত নিজৰ স্থান দখল কৰিবলৈ বছৰ বছৰ ধৰি সংগ্ৰাম কৰি অহা এগৰাকী প্ৰাৰ্থীয়ে থিয় দিবলৈ সাহস কৰিছে। এইগৰাকী প্ৰাৰ্থীৰ নাম নাগমা ৰাণী। নাগমা তৃতীয় লিংগৰ প্ৰাৰ্থী।

১৯৮৪ চনৰ ১৫ আগষ্টত বিহাৰৰ ৰাজধানী পাটনাৰ ফুলৱৰীশৰীফত জন্মগ্ৰহণ কৰিছিল নাগমাই। চকুপানী উলিয়াই অতীতৰ কথা মনত পেলাই নাগমা ৰাণীয়ে ক’লে যে, তেওঁলোক ৩ গৰাকী ভাই আৰু ২ গৰাকী ভগ্নী আছিল। শৈশৱত তেওঁক পোহপাল দিয়াৰ পৰিৱৰ্তে কেৱল কিন্নৰ হোৱাৰ বাবেই পৰিয়ালটোৱে তেওঁক ঘৰৰ পৰা উলিয়াই দিছিল। সংগীতা নাগ নামৰ আন এগৰাকী কিন্নৰে অনাথ নাগমা ৰাণীক আশ্ৰয় দিছিল। সংগীতা নাগে নাগমাৰ গুৰু হৈ সকলো শিক্ষা-দীক্ষা দিছিল।

নাগমা ৰাণীয়ে মানুহক সকলো অৱহেলা পৰিহাৰ কৰি কলা শাখাত ইতিহাসত অনাৰ্চ লৈ স্নাতক ডিগ্ৰী লাভ কৰিছিল।কিন্নৰ হোৱাৰ বাবেই সমাজে সদায় ঠাট্টা-মস্কৰা কৰিছিল যদিও নাগমাই কোনোবা ঘৰত সন্তান জন্ম আৰু বিবাহ আদিৰ দৰে পবিত্ৰ অনুষ্ঠানত গান গাই আৰু ঢোল বজাই সকলোকে আশীৰ্বাদহে দিছিল।

২০২৪ চনত নাগমাই ঝাৰখণ্ডৰ হাটিয়া বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বণ্ডিতা আগবঢ়াবলৈ ওলাইছে। তেওঁ জনসাধাৰণক নিজৰ পৰিয়াল বুলি গণ্য কৰি জীৱিকাৰ প্ৰব্ৰজন আৰু আন্তঃগাঁথনি উন্নয়নক এক ইছ্যু হিচাপে গঢ়ি তুলিছে। কিন্নৰ নাগমাৰ এয়াই শ্লোগান যে, সমাজত সকলোৱে জীয়াই থকাৰ অধিকাৰ লাভ কৰক।

নাগমা ৰাণীয়ে হাটিয়া বিধানসভাৰ পৰা পূৰণ কৰা প্ৰ-পত্ৰ সময়ত ক’লে যে, তেওঁৰ ইচ্ছা আছিল এগৰাকী আৰক্ষী বিষয়া হৈ সমাজত নাৰী আৰু দুখীয়াৰ ওপৰত চলি থকা অত্যাচাৰ বন্ধ কৰা। কিন্তু তেওঁৰ ভাগ্যই যেন অন্যফালেহে টানিছিল। কিন্নৰ বুলি সমাজে তিৰস্কাৰ কৰা নাগমা ৰাণীয়ে এতিয়া সমাজ সংস্কাৰৰ কাম হাতত লৈছে। নাগমা ৰাণীয়ে ঝাৰখণ্ডৰ হাটিয়া বিধানসভা আসনৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে, আৰু হাটিয়াবাসীৰ পৰা মৰম, আশীৰ্বাদ আৰু সমৰ্থন বিচাৰে।

Tags: #JharkhandAssembly ElectionHatia

Related Posts

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি
Top News

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?
Top News

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

May 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 13, 2026
২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই
Top News

২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

May 12, 2026

শীৰ্ষ সংবাদ

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025