• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 17, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আপুনিও কাগজৰ কাপত চাহ-কফি খায় নেকি? সাৱধান হওঁক, নহ’লে বিপদ অনিবাৰ্য…

Nation NE by Nation NE
January 26, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
আপুনিও কাগজৰ কাপত চাহ-কফি খায় নেকি? সাৱধান হওঁক, নহ’লে বিপদ অনিবাৰ্য…
Share on FacebookShare on TwitterWhatsApp

আপুনি জানেনে আমি যি ডিচপ’জেবল কাপত চাহ বা কফি খাওঁ,  সেয়া স্বাস্থ্যৰ পক্ষে কিমান বিপদজনক? একাংশ স্বাস্থ্য বিশেষজ্ঞৰ মতে, ইয়াৰ ফলত আমাৰ স্বাস্থ্যৰ ওপৰত অতি বিৰূপ প্ৰভাৱ পৰে। ডিচপ’জেবল কাপত চাহ বা কফি খোৱাটো লাহে লাহে বিষ স্ল পইজন খোৱাৰ দৰেই।

সাধাৰণতে যিকোনো তৰল বস্তু কাগজৰ কাপত নাথাকে। সেয়েহে পানী নিবাৰণৰ বাবে কাগজৰ কাপত অতিৰিক্ত পাতল তৰপ এটা প্ৰয়োগ কৰা হয়। এই স্তৰটো প্লাষ্টিকৰ অতি পাতল তৰপ। যিবোৰক মাইক্ৰ’প্লাষ্টিক বোলা হয়। এই মাইক্ৰ’প্লাষ্টিকসমূহ স্বাস্থ্যৰ বাবে অতি বিপদজনক।

যেতিয়া আমি কাগজৰ কাপত চাহ, কফি বা যিকোনো গৰম পানীয় ঢালি দিওঁ, তেতিয়া প্লাষ্টিকৰ সেই পাতল তৰপটোৰ পৰা অতি সৰু সৰু কণাবোৰ ওলাই আহে অৰ্থাৎ মাইক্ৰ’প্লাষ্টিক। এইবোৰ ইমানেই সৰু যে খালী চকুৰে মণিব নোৱাৰি। ইয়াৰ বাবে আমাক মাইক্ৰস্কোপৰ প্ৰয়োজন হ’ব। এই পদাৰ্থ কাপত থকা চাহ-কফিত দ্ৰৱীভূত হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত জটিল ৰোগ কেন্সাৰ হোৱাৰ আশংকা থাকে।

এক অধ্যয়ন অনুসৰি, এটা কাগজৰ কাপত প্ৰায় ২০,০০০ৰ পৰা ২৫,০০০ মাইক্ৰ’প্লাষ্টিক সৰু সৰু কণা থাকে। ইয়াৰ ফলত আপোনাৰ শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতা হ’ব পাৰে। যিয়ে একে সময়তে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰো সৃষ্টি কৰে।

Tags: #HealthBenefitsdisposable cupHealth care

Related Posts

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিসমাপ্তি! যুদ্ধ সমাপ্তিৰ সময় ওচৰ চাপিছে বুলি দাবী ট্ৰাম্পৰ
Top News

December 16, 2025
ভংগ সকলো অভিলেখ! বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিতকৈ ৩৬.৩২ লাখ কোটি টকাৰ অধিক সম্পত্তি, জানক মুঠ সম্পত্তিৰ সকলো তথ্য
Top News

ভংগ সকলো অভিলেখ! বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিতকৈ ৩৬.৩২ লাখ কোটি টকাৰ অধিক সম্পত্তি, জানক মুঠ সম্পত্তিৰ সকলো তথ্য

December 16, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

December 16, 2025
ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…
Top News

ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…

December 16, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 16, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025

শীৰ্ষ সংবাদ

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিসমাপ্তি! যুদ্ধ সমাপ্তিৰ সময় ওচৰ চাপিছে বুলি দাবী ট্ৰাম্পৰ

ভংগ সকলো অভিলেখ! বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিতকৈ ৩৬.৩২ লাখ কোটি টকাৰ অধিক সম্পত্তি, জানক মুঠ সম্পত্তিৰ সকলো তথ্য

উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025