• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিশ্ব বৃক্কৰ দিৱসত জানক বৃক্কক সুস্থ কৰি ৰখাৰ উপায়, কি কয় বিশেষজ্ঞই?

Nation NE by Nation NE
March 13, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বিশ্ব বৃক্কৰ দিৱসত জানক বৃক্কক সুস্থ কৰি ৰখাৰ উপায়, কি কয় বিশেষজ্ঞই?
Share on FacebookShare on TwitterWhatsApp

প্ৰতি বছৰে মাৰ্চ মাহৰ দ্বিতীয় বৃহস্পতিবাৰে বিশ্ব বৃক্ক দিৱস পালন কৰা হয়। এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে বৃক্কৰ ৰোগৰ ক্ৰমবৰ্ধমান বিপদ আৰু ইয়াৰ প্ৰতিৰোধ আৰু সঠিক যত্নৰ বিষয়ে মানুহক সজাগ কৰা। বৃক্ক হৈছে আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ, যিয়ে তেজ পৰিষ্কাৰ কৰি শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে।

দিল্লীৰ শ্ৰীবালাজী একচন মেডিকেল ইনষ্টিটিউটৰ নেফ্ৰ’লজী আৰু কিডনী ট্ৰান্সপ্লাণ্ট বিভাগৰ সঞ্চালক ডাঃ ৰাজেশ আগৰৱালাই কয় যে, বৰ্তমান সময়ত অস্বাস্থ্যকৰ খাদ্যাভ্যাস, অনিয়মিত জীৱনশৈলীৰ বাবে বৃক্কৰ ৰোগৰ সমস্যা বাঢ়িছে। এনে পৰিস্থিতিত স্বাস্থ্যসন্মত খাদ্যৰ লগতে সঠিক জীৱনশৈলীৰ নিয়ম মানি চলাটো জৰুৰী।

বৃক্কই আমাৰ শৰীৰত বহুতো গুৰুত্বপূৰ্ণ কাম কৰে। বৃক্কই ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হিম’গ্লবিন উৎপন্ন কৰাত সহায় কৰে। বৃক্কই প্ৰতিদিনে ৫০ লি: তকৈও অধিক তেজ পৰিষ্কাৰ কৰে। ইয়াৰ বাহিৰেও বৃক্কই শৰীৰত পানী আৰু খনিজ পদাৰ্থৰ ভাৰসাম্যতা ৰক্ষা কৰে। ই ইৰিথ্ৰ’পয়েটিন হৰম’ন উৎপন্ন কৰে, যিয়ে শৰীৰত ৰক্তকণিকা গঠনত সহায় কৰে।

বৃক্কৰ ৰোগৰ মূল কাৰণ-

বিশেষজ্ঞসকলে কয় যে কিডনী বিকল হোৱাৰ আঁৰত বহু কাৰণ থাকিব পাৰে। প্ৰধান কাৰণ হ’ল ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ। ইয়াৰ উপৰিও অধিক নিমখ আৰু জাংক খুড খোৱা, কম পৰিমাণে পানী সেৱন, বিষনাশক ঔষধ সেৱন কৰা আৰু মেদবহুলতাও বৃক্কৰ ৰোগৰ কাৰণ এইবোৰৰ বাবেই বৃক্কত অতিৰিক্ত চাপ পৰে।

আপোনাৰ জীৱনশৈলী কেনেকুৱা?

বৃক্কৰ যত্ন ল’বলৈ হ’লে আমাৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰিব লাগিব। প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো অতি প্ৰয়োজনীয়। গোটেই দিনটো ৮-১০ গিলাচ পানী খালে বৃক্ক সঠিকভাৱে কাম কৰাত সহায় কৰে। সেউজীয়া শাক-পাচলি, ফল-মূল, গোটা শস্য আৰু কম নিমখযুক্ত খাদ্য বৃক্কৰ বাবে উপকাৰী।

ব্যায়াম

ডাঃ ৰাজেশে কয় যে, বৃক্ক ৰোগৰ পৰা ৰক্ষা কৰিবলৈও নিয়মীয়া ব্যায়ামৰ প্ৰয়োজন। দৈনিক কমেও ৩০ মিনিট শাৰীৰিক ক্ৰিয়া-কলাপ, যেনে খোজ কঢ়া বা যোগাসন কৰা। ইয়াৰ উপৰিও ৰক্তশৰ্কৰা আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাটোও জৰুৰী, এই দুয়োটা কাৰকে বৃক্কৰ স্বাস্থ্যৰ প্ৰত্যক্ষ প্ৰভাৱ পেলায়। স্বাস্থ্যসন্মত খাদ্য খোৱাৰ উপৰিও মদ্যপান আৰু ধূমপান পৰিহাৰ কৰাটোও গুৰুত্বপূৰ্ণ।

Tags: HealthKidneyMedical

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025