• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এণ্টিবায়’টিকৰ অত্যধিক ব্যৱহাৰ হৈ উঠিছে চিন্তাৰ বিষয়! শেষ হৈছে লাখ লাখ লোকৰ জীৱন

Nation NE by Nation NE
November 24, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
এণ্টিবায়’টিকৰ অত্যধিক ব্যৱহাৰ হৈ উঠিছে চিন্তাৰ বিষয়! শেষ হৈছে লাখ লাখ লোকৰ জীৱন
Share on FacebookShare on TwitterWhatsApp
বৰ্তমান সময়ত এণ্টিবায়’টিকৰ বৰ্ধিত ব্যৱহাৰ এক ডাঙৰ চিন্তাৰ বিষয় হৈ উঠিছে। বিশ্বৰ প্ৰায় সকলো দেশতেই জনসাধাৰণৰ মাজত এণ্টিবায়’টিকৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে।
ইয়াৰ লগতে ভাৰততো দিনে দিনে এই ঔষধসমূহৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। কাঁহ, চৰ্দি আৰু জ্বৰৰ দৰে সমস্যাত ভুগিলেতো বহুতে চিকিৎসকৰ পৰামৰ্শ অবিহনেই এণ্টিবায়’টিক ব্যৱহাৰ বাঢ়ি গৈছে। ইয়াৰ অত্যধিক ব্যৱহাৰেও স্বাস্থ্যৰ যথেষ্ট ক্ষতিসাধন কৰিছে।
ইনষ্টিটিউট অৱ হিউমেন বিহেভিয়াৰ এণ্ড এলাইড ছায়েন্সৰ(IHBAS) অধ্যাপিকা ডাঃ সংগীতা শৰ্মাই কয় যে- ক’ভিদৰ সময়ৰ পৰাই এণ্টিবায়’টিকৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। সাধাৰণ ৰোগৰ বাবেও সেৱন কৰে এণ্টিবায়’টিক। সাধাৰণ লোকে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈয়ে সেৱন কৰে।
পিছে পৰামৰ্শ অবিহনে যধে মধে এই ঔষধ সেৱন কৰাটো অনুপযুক্ত। ইয়াৰ বাবে শৰীৰত অন্য ঔষধৰ কোনো প্ৰভাৱ নপৰে। শৰীৰৰ বাবে উপযোগী আৰু প্ৰয়োজনীয় অণুজীৱসমুহো মৃত্যুমুখত পৰে, যিয়ে শৰীৰটোৰ প্ৰয়োজনীয় বহুতো খাদ্যপ্ৰাণৰ পৰা বঞ্চিত কৰে।
যাৰফলত দেহৰ পুষ্টি সাধনত ব্যাঘাত জন্মে|
এণ্টিবায়টিকৰ পাৰ্শ্বক্ৰিয়া-
  • বদহজমিৰ সমস্যা
  • ডায়েৰিয়া
  • মানসিক ৰোগৰ লক্ষণ
  • পেট চলা
  • বৃক্ক বিকল
  • অষ্টিওপোৰোচিছ
  • হাড়ৰ মজ্জা বেয়া হোৱা
  • ছালৰ ক্ষতি
গতিকে এন্টিবায়’টিকৰ অত্যধিক ব্যৱহাৰৰ বিষয়ে মানুহক সজাগ কৰাৰ প্ৰয়োজন আছে। বিনা কাৰণত যদি এন্টিবায়টিকৰ ব্যৱহাৰ কৰা হয়, তেন্তে ই সুস্থ বেক্টেৰিয়াৰ ওপৰত প্ৰভাৱ পেলাই প্ৰতিৰোধ ক্ষমতাও হ্ৰাস কৰে।

Tags: HealthMedical lifeMedical Science

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025