• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিশা সোনকালে আহাৰ গ্ৰহণ কৰিলে কি হয়? সত্য জানি আচৰিত হ’ব আপুনি…

Nation NE by Nation NE
July 1, 2025
in Top News, অসম
0 0
নিশা সোনকালে আহাৰ গ্ৰহণ কৰিলে কি হয়? সত্য জানি আচৰিত হ’ব আপুনি…
Share on FacebookShare on TwitterWhatsApp

দৈনন্দিন জীৱনৰ হুলস্থুলত আমি বহুতেই নিশাৰ আহাৰ কেতিয়াবা ৰাতি ৯ বজাত বা কেতিয়াবা ১০ বজাৰ পিছত গ্ৰহণ কৰোঁ। কিন্তু ইয়াৰ পিছত আমাৰ শৰীৰৰ ওজন বৃদ্ধি হ’লে আমি চিন্তিত হবলৈ ধৰো যে, ভুলটো ক’ত হৈছে?

আপুনি জানেনে যে ওজন কমাবলৈ আমাৰ প্ৰথম অভ্যাস হ’ব লাগে নিশা সোনকালে আহাৰ গ্ৰহণ কৰা। ই কেৱল “ডায়েট টিপ” নহয়, ইয়াৰ আঁৰত আছে বহু বৈজ্ঞানিক ভিত্তি আৰু স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ।গতিকে নিশাৰ আহাৰ সোনকালে গ্ৰহণ কৰি কেনেকৈ ওজন কমাব পাৰি জানো আহক-

  • আমাৰ শৰীৰত এটা প্ৰাকৃতিক ঘড়ী থাকে, যাক “চাৰ্কেডিয়ান ৰিডম” বোলা হয়। এই ঘড়ীটোৱে আমাৰ খাদ্যাভ্যাস, শুই থকা আৰু সাৰ পোৱাৰ সময় নিয়ন্ত্ৰণ কৰে। যদি আমি এই ঘড়ী অনুসৰি নিশাৰ আহাৰ সোনকালে অৰ্থাৎ ৮ বজাৰ ভিতৰত গ্ৰহণ কৰোঁ, তেন্তে আমাৰ পাচনতন্ত্ৰই ভাল কাম কৰে আৰু চৰ্বি জমা নহয়, যাৰ ফলত ওজন কমোৱাত সহায় হয়।
  • নিশা ১০ বা ১১ বজাত ৰাতিৰ আহাৰ গ্ৰহণ কৰিলে, শৰীৰে খাদ্য হজম কৰিবলৈ পৰ্যাপ্ত সময় নাপায়। শোৱাৰ লগে লগে আমাৰ হজম শক্তি লেহেমীয়া হয় আৰু খাদ্য চৰ্বি হিচাপে শৰীৰত জমা হ’বলৈ ধৰে। ইয়াৰ ফলত ক্ৰমান্বয়ে ওজন বৃদ্ধি পায় আৰু মেদবহুলতা এটা ডাঙৰ সমস্যাত পৰিণত হ’ব পাৰে।
  • সময়মতে খাদ্য গ্ৰহণ কৰি টোপনি আহিলে শৰীৰটোৱে লঘু অনুভৱ কৰে। ইয়াৰ ফলত আমাৰ গভীৰ টোপনি আহে আৰু টোপনিৰ মান উন্নত হয়। সঠিক টোপনিয়ে ওজন কমাবলৈ বহুত সহায় কৰে, কিয়নো ই হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰে।
  • সোনকালে আহাৰ গ্ৰহণ কৰিলে আমাৰ বদহজম, গেছ আৰু শৰীৰ গধুৰ হোৱাৰ দৰে সমস্যাৰ সৃষ্টি নহয়, যাৰ বাবে পিছদিনাও সতেজ অনুভৱ হয়। ইয়াৰ লগতে আমি পুৱা সোনকালে উঠি ব্যায়াম বা যোগাসন কৰিব পাৰো, যাৰ ফলত শৰীৰৰ ওজন কমাব পৰা প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হয়।

বহু গৱেষণাত দেখা গৈছে যে সন্ধিয়া ৭ বজাৰ পূৰ্বে নিশাৰ আহাৰ গ্ৰহণ কৰা লোকৰ বিপাকীয় ক্ৰিয়া দ্ৰুত হয় আৰু তেওঁলোকৰ ওজন আনতকৈ বেছি খৰকৈ হ্ৰাস পায়। ইয়াৰ উপৰিও ইনচুলিনৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে, যাৰ ফলত ডায়েবেটিছৰ দৰে ৰোগৰ সম্ভাৱনাও হ্ৰাস পায়।

Tags: HealthHealthy lifeMedical

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025