• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৩০ৰ পিছত মহিলাসকলে কৰক এই পৰীক্ষা, জানক স্বাস্থ্য বিশেষজ্ঞই এই সম্পৰ্কে কি কয়…

Nation NE by Nation NE
December 28, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
৩০ৰ পিছত মহিলাসকলে কৰক এই পৰীক্ষা, জানক স্বাস্থ্য বিশেষজ্ঞই এই সম্পৰ্কে কি কয়…
Share on FacebookShare on TwitterWhatsApp

এগৰাকী মহিলাৰ সামগ্ৰিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত স্ত্ৰীৰোগ পৰীক্ষা অতি গুৰুত্বপূৰ্ণ। তথাপিও ভাৰতৰ বহু ঠাইত প্ৰজনন স্বাস্থ্য সম্পৰ্কীয় সাংস্কৃতিক নীতি-নিয়ম আৰু নিষেধাজ্ঞাই মহিলাসকলক প্ৰায়ে প্ৰয়োজনীয় চিকিৎসাৰ পৰা আঁতৰি থাকিবলৈ বাধ্য কৰে।

ভাৰতৰ বহু ঠাইত প্ৰজনন স্বাস্থ্য সম্পৰ্কীয় নীতি-নিয়ম আৰু নিষেধাজ্ঞাই মহিলাসকলক প্ৰায়ে প্ৰয়োজনীয় চিকিৎসাৰ পৰা আঁতৰি থাকিবলৈ বাধ্য কৰে।

এই নিয়মীয়া পৰীক্ষাসমূহ কেৱল পূৰ্বতে থকা সমস্যা সমাধানৰ ক্ষেত্ৰতে নহয়, কিছুমান স্বাস্থ্যজনিত সমস্যা আগতীয়াকৈ ধৰা পেলোৱা আৰু প্ৰতিৰোধৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ, যিয়ে দীৰ্ঘম্যাদী সুবিধা প্ৰদান কৰs।

এপ’ল’ স্পেকট্ৰা হাস্পতালৰ চিকিৎসক ডাঃ অনিলচাৰে আটলুৰীয়ে কয় যে, স্ত্ৰীৰোগ স্বাস্থ্যৰ ওপৰত নজৰ ৰখাৰ অৰ্থ হ’ল ঋতুচক্ৰ আৰু প্ৰজনন ক্ষমতা নিৰীক্ষণ কৰা। কিন্তু ইয়াৰোপৰি অন্য ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰাটো অতিকৈ প্ৰয়োজনীয়।

নিয়মীয়া স্ত্ৰীৰোগ পৰীক্ষাৰ সময়ত বিভিন্ন স্বাস্থ্যজনিত সমস্যা ধৰা পৰে। যদি এইবোৰ সময়ত ধৰা নপৰে, তেন্তে দীৰ্ঘকালীনভাৱে মহিলাগৰাকীৰ স্বাস্থ্যৰ ক্ষতি কৰিব। এই ৰোগসমূহৰ ভিতৰত কিছুমান সমস্যা এনেধৰণৰ:-

ঋতুস্ৰাৱৰ অসুবিধা: বহু মহিলাই ঋতুস্ৰাৱৰ সময়ত বিষাদজনক অনিয়মিত বা অত্যধিক ৰক্তক্ষৰণ অনুভৱ কৰে। যি ফাইব্ৰইড, পলিচিষ্টিক অভাৰী চিনড্ৰম (PCOS), এণ্ডোমেট্ৰিয়াছ বা হাইপাৰপ্লাছিয়াৰ দৰে অৱস্থাৰ সৈতে জড়িত হ’ব পাৰে। এই সমস্যাবোৰ সমাধান নকৰিলে ৰক্তহীনতা, কেন্সাৰ বা প্ৰজনন ক্ষমতাৰ সমস্যালৈ পৰিণত হ’ব পাৰে। নিয়মীয়া পৰীক্ষাই সময়মতে ধৰা পেলোৱা আৰু পৰিচালনা কৰাত সহায় কৰে, যাৰ ফলত দীৰ্ঘম্যাদী জটিলতাসমূহ ৰোধ কৰা হয়।

যৌন সংক্ৰমণ(STI): STI আৰু প্ৰস্ৰাৱৰ সংক্ৰমণ বা যোনিৰ সংক্ৰমণ প্ৰাৰম্ভিক অৱস্থাত অতি সুপ্ত হৈ থাকে। চিকিৎসা নকৰিলে গৰ্ভধাৰণ কৰিব নোৱাৰাৰ দৰে ডাঙৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই ৰোগবোৰৰ স্ক্ৰীনিং কৰাৰ অৰ্থ এইটোও যে ক্ষতি ভয়াৱহ হোৱাৰ আগতেই এইবোৰ চিনাক্ত কৰা হয়।

ছাৰ্ভাইকেল কেন্সাৰ: প্ৰায়ে আগতীয়াকৈ ধৰা পৰিলে ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰি। নিয়মিত পেপ স্মিয়ৰ আৰু কিছুমান ক্ষেত্ৰত এইচ পি ভি পৰীক্ষাও গুৰুত্বপূৰ্ণ, যাতে কেন্সাৰ হোৱা অস্বাভাৱিক ছাৰ্ভাইকেল কোষ ধৰা পৰে। ইয়াৰ দ্বাৰা উপযুক্ত হস্তক্ষেপৰ দ্বাৰা পৰিস্থিতি ৰক্ষা কৰাৰ সৰ্বোত্তম সুযোগ পোৱা যায়।

ডিম্বাশয়ৰ স্বাস্থ্য: ডিম্বাশয়ৰ চিষ্ট বা কৰ্কট ৰোগত আক্ৰান্ত বেছিভাগ মহিলাই নজনাকৈয়ে এই ৰোগ হয়। কেৱল যন্ত্ৰণাদায়ক আৰু সমস্যাজনক পৰিস্থিতিহে ই সমস্যা হৈ পৰে। নিয়মিত পৰীক্ষাই মহিলাসকলক ৰোগ নিৰ্ণয় কৰাত সহায় কৰে আৰু অধিক অস্বস্তি আৰু জটিলতাৰ হাত সৰাত সহায় কৰে।

Tags: HealthHealth TipsMedicalMedical Science

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025