• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 4, 2025
28 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…

    হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা, আৰু তাৰপিছত…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি

    নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি

    ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’

    ইজৰাইল-গাজাৰ যুদ্ধবিৰতি! ট্ৰাম্পৰ অনুৰোধ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    ব্যৱসায়ী-শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    ‘সপ্তাহত ৪৬ ঘণ্টা ১৫ মিনিটৰ অধিক সময় কাম নকৰিব’

    ‘সপ্তাহত ৪৬ ঘণ্টা ১৫ মিনিটৰ অধিক সময় কাম নকৰিব’

    নিশা সোনকালে আহাৰ গ্ৰহণ কৰিলে কি হয়? সত্য জানি আচৰিত হ’ব আপুনি…

    নিশা সোনকালে আহাৰ গ্ৰহণ কৰিলে কি হয়? সত্য জানি আচৰিত হ’ব আপুনি…

    ৰাজপথত নিশা চাঞ্চল্যকৰ ঘটনা, কেইবাখনো গাড়ী ৰখাই…

    ৰাজপথত নিশা চাঞ্চল্যকৰ ঘটনা, কেইবাখনো গাড়ী ৰখাই…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ওজন কমোৱাৰ লগতে হজম শক্তি বৃদ্ধিলৈ…আজিয়েই খাদ্যতালিকাত অন্তৰ্ভূক্ত কৰক এই খাদ্য

      Nation NE by Nation NE
      July 4, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ওজন কমোৱাৰ লগতে হজম শক্তি বৃদ্ধিলৈ…আজিয়েই খাদ্যতালিকাত অন্তৰ্ভূক্ত কৰক এই খাদ্য
      Share on FacebookShare on TwitterWhatsApp

      দিনটোৰ আৰম্ভণিতে স্বাস্থ্যসন্মত ব্ৰেকফাষ্টৰ দ্বাৰা গোটেই দিনটো শক্তিৰে ভৰি থাকে। ইয়াৰ বাবে বহুতে ৰাতিপুৱা সাৰ পোৱাৰ পিছত স্বাস্থ্যকৰ খাদ্যগ্ৰহণ কৰে। গজালি ওলোৱা খাদ্যগ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে অতি উত্তম বুলি গণ্য কৰা হয়।

      আজি আমি গজালি ওলোৱা মগুৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰিম। এই খাদ্যত অধিক পৰিমাণে প্ৰটিন থাকে। ইয়াৰ উপৰিও ই আন পুষ্টিকৰ উপাদানৰ ভঁৰাল। নিজৰ খাদ্য তালিকাত অংকুৰিত মগু অন্তৰ্ভুক্ত কৰাটো স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানো আহক-

      ব্ৰেকফাষ্টত অংকুৰিত মগু অন্তৰ্ভুক্ত কৰিলে দিনটো স্বাস্থ্যসন্মত আৰু সতেজ হৈ পৰে। বিভিন্ন ধৰণে গ্ৰহণ কৰিব পাৰি, যেনে চালাডত, চেণ্ডুইচত বা কেৱল সাধাৰণভাৱেও খাব পাৰি। ৰাতিপুৱা ব্ৰেকফাষ্টত গজালি ওলোৱা মগু খালে বহু উপকাৰ হ’ব পাৰে। ই পুষ্টিকৰ উপাদানৰে সমৃদ্ধ আৰু স্বাস্থ্যৰ বাবে বহু দিশত উপকাৰী।

      • পুষ্টিকৰ উপাদানৰে সমৃদ্ধ

      অংকুৰিত মগুত ভিটামিন থাকে। বিশেষকৈ ভিটামিন চি আৰু ভিটামিন কে ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ উপৰিও অংকুৰিত মগুত আইৰণ, মেগনেছিয়াম, ফছফৰাছ, প্ৰটিন আৰু আঁহ আদি খনিজ পদাৰ্থও থাকে, যিবোৰ স্বাস্থ্যৰ বাবে অতি উত্তম বুলি গণ্য কৰা হয়।

      • হজম শক্তি উন্নত কৰে

      অংকুৰিত মগুত অধিক পৰিমাণৰ আঁহ থাকে, যিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত এই খাদ্য উপকাৰী বুলি বিবেচিত হয়।

      • ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

      অংকুৰিত মগুত থকা অন্যান্য এন্টিঅক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু শৰীৰক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে। গজালি খোৱাটোৱেও বহু ধৰণৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

      • ওজন কমাবলৈ সহায় কৰে

      অংকুৰিত মগুত কম কেলৰি আৰু অধিক আঁহ থাকে, যাৰ ফলত ভোক কমে আৰু ওজন কমোৱাত সহায় কৰে। যিসকল লোকে ওজন কমাব বিচাৰে তেওঁলোকে নিশ্চিতভাৱে এই খাদ্য নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

      • হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভাল

      অংকুৰিত মগুত থকা এন্টিঅক্সিডেন্ট আৰু আঁহে হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে। ইয়াৰ উপৰিও কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰক্তচাপ স্বাভাৱিক কৰি ৰাখে।

      • তেজৰ চেনি নিয়ন্ত্ৰণ

      গজালি ওলোৱা মগুৱে শৰীৰত তেজত চেনিৰ মাত্ৰা বজাই ৰখাত সহায় কৰে। এই খাদ্যবস্তু ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী বুলি বিবেচিত হয়।

      • ছাল আৰু চুলিৰ বাবে উপকাৰী

      অংকুৰিত মগুত ভিটামিন এ, চি, চিলিকাৰ দৰে উপাদান থাকে, যিয়ে ছালখন জিলিকি থকা আৰু চুলিক সুস্থ কৰি ৰখাত সহায় কৰে।

      Tags: HealthHealth Benefitshealthy news

      Related Posts

      তালিবান শাসনত ৰাছিয়াৰ অনুমোদন! আমেৰিকাৰ বিৰুদ্ধে পুটিনৰ মাষ্টাৰষ্ট্ৰ’ক
      Top News

      তালিবান শাসনত ৰাছিয়াৰ অনুমোদন! আমেৰিকাৰ বিৰুদ্ধে পুটিনৰ মাষ্টাৰষ্ট্ৰ’ক

      July 4, 2025
      ভাৰতে প্ৰেৰণ কৰা আম বিমান বন্দৰৰ পৰাই ওভতাই পঠিয়ালে আমেৰিকাই; কিন্তু কিয়?
      Top News

      ‘ৱান বিগ বিউটিফুল বিল’লৈ অনুমোদন, ট্ৰাম্পৰ বৃহৎ জয়…

      July 4, 2025
      কুকুৰৰ মৰমেই কাল হ’ল নেকি ভাৰতীয় খেলুৱৈৰ? ঘটনাৰ ৩ মাহৰ পিছত স্বাস্থ্যৰ অৱনতি
      Top News

      কুকুৰৰ মৰমেই কাল হ’ল নেকি ভাৰতীয় খেলুৱৈৰ? ঘটনাৰ ৩ মাহৰ পিছত স্বাস্থ্যৰ অৱনতি

      July 4, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      July 4, 2025
      বাৰ্মিংহামত দ্বিশতক শুভমন গিলৰ; গঢ়িলে কেইবাটাও অভিলেখ
      Top News

      বাৰ্মিংহামত দ্বিশতক শুভমন গিলৰ; গঢ়িলে কেইবাটাও অভিলেখ

      July 3, 2025
      পথ দুৰ্ঘটনাত মৃত্যু লিভাৰপুলৰ ২৮ বছৰীয়া ফুটবলাৰৰ
      Top News

      পথ দুৰ্ঘটনাত মৃত্যু লিভাৰপুলৰ ২৮ বছৰীয়া ফুটবলাৰৰ

      July 3, 2025

      শীৰ্ষ সংবাদ

      তালিবান শাসনত ৰাছিয়াৰ অনুমোদন! আমেৰিকাৰ বিৰুদ্ধে পুটিনৰ মাষ্টাৰষ্ট্ৰ’ক

      ‘ৱান বিগ বিউটিফুল বিল’লৈ অনুমোদন, ট্ৰাম্পৰ বৃহৎ জয়…

      কুকুৰৰ মৰমেই কাল হ’ল নেকি ভাৰতীয় খেলুৱৈৰ? ঘটনাৰ ৩ মাহৰ পিছত স্বাস্থ্যৰ অৱনতি

      ওজন কমোৱাৰ লগতে হজম শক্তি বৃদ্ধিলৈ…আজিয়েই খাদ্যতালিকাত অন্তৰ্ভূক্ত কৰক এই খাদ্য

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      বাৰ্মিংহামত দ্বিশতক শুভমন গিলৰ; গঢ়িলে কেইবাটাও অভিলেখ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP