• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 16, 2025
29 °c
Guwahati
29 ° Thu
30 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ভূল চিকিৎসাত যুৱকৰ মৃ*ত্যু! কি হৈছিল নলবাৰীৰ এই চিকিৎসালয়ত?

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    ৰাহুল গান্ধীৰ অসম ভ্ৰমণে ৰাজ্যৰ ৰাজনীতিত কোনো প্ৰভাৱ নেপেলায় : হিমন্ত বিশ্ব শৰ্মা

    হাতী-মানুহৰ সংঘাত, ৭খনকৈ বাসগৃহত ধ্বংসলীলা…

    বৰমিচিঙত ভয়ংকৰ কাণ্ড, প্ৰয়োজনীয় নথিপত্ৰৰ লগতে কিতাপ-পত্ৰ নষ্ট…

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    এখন আচৰিত বিয়া, পলাতক দৰা-কইনাক বান্ধি আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰে পাতি দিলে বিয়া…

    প্ৰথমে প্ৰেম তাৰপাছত বিবাহ, এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত কিন্নৰৰ দল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      থাইৰয়ড ৰোগীয়ে খাদ্যতালিকাত অন্তৰ্ভুক্ত কৰক এই ৫ খাদ্য, নিয়ন্ত্ৰণত থাকিব থাইৰয়ড

      Nation NE by Nation NE
      July 16, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে
      Share on FacebookShare on TwitterWhatsApp

      বিগত কেইবছৰমানৰ পৰা মানৱ শৰীৰত থাইৰয়ডৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত এই সমস্যা দেখা যায়। ইয়াৰ কাৰণ দ্ৰুতগতিত ওজন বৃদ্ধি বা হৰম’নৰ পৰিৱৰ্তন বুলি ক’ব পাৰি।

      উল্লেখ্য যে, থাইৰয়ড দুই প্ৰকাৰৰ, প্ৰথমটো হ’ল হাইপাৰথাইৰয়ডিজম আৰু দ্বিতীয়টো হ’ল হাইপ’থাইৰয়ডিজম।

      নেচনেল ইনষ্টিটিউট অৱ হেল্থৰ তথ্য অনুসৰি, শৰীৰত থাইৰয়ড হৰম’নৰ উন্নত ভাৰসাম্য বা উন্নত উৎপাদনৰ বাবে আয়’ডিনৰ বহু প্ৰয়োজন। নিৰামিষভোজী মানুহৰ শৰীৰত আয়’ডিনৰ পৰিমাণ কম হ’ব পাৰে। এনে পৰিস্থিতিত ব্যক্তি এজনৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন ল’বলগীয়া হ’ব পাৰে।

      থাইৰয়ড নিয়ন্ত্ৰণ কৰিবলৈ এই খাদ্যসমূহ নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত-

      • দৈ

      তথ্য অনুসৰি দুগ্ধজাত সামগ্ৰী বিশেষকৈ দৈয়ে আয়’ডিনৰ অভাৱ বহু পৰিমাণে দূৰ কৰিব পাৰে। যদি ব্যক্তি এজনে একাপ দৈ খায় তেন্তে ই ৮৫ মিলিগ্ৰাম আয়’ডিনৰ অভাৱ পূৰণ কৰিব পাৰে। যিটো হৈছে ৫০ শতাংশ দৈনিক গ্ৰহণ।

      • কণী

      প্ৰতিদিনে এটা ডাঙৰ কণী খালে দৈনিক গ্ৰহণ কৰা আয়’ডিনৰ ১৬ শতাংশ অতিক্ৰম কৰিব পাৰে। এইদৰে থাইৰয়ডৰ সমস্যা দূৰ কৰিবলৈ কণীক ছুপাৰফুড বুলি ক’ব পাৰি।

      • জামু

      থাইৰয়ড ভাৰসাম্য ৰক্ষা কৰিবলৈ আয়’ডিনৰ লগতে চেলেনিয়াম আৰু ভিটামিন ডিৰো প্ৰয়োজন হয়। ইয়াৰ উপৰিও এন্টিঅক্সিডেন্ট অতি গুৰুত্বপূৰ্ণ যিবোৰ বিভিন্ন প্ৰকাৰৰ জামুত পোৱা যায়।

      • কবি আৰু ব্ৰকলি

      গৱেষণাৰ পৰা দেখা গৈছে যে কবি পৰিয়ালৰ শাক-পাচলি, যেনে ব্ৰকলি, ফুলকবি, কবি, চাইনিজ কবি আদি থাইৰয়ডৰ ভাৰসাম্য ৰক্ষাৰ বাবে অতি উপকাৰী।

      • মাংস, কুকুৰা, মাছ

      যদি আপুনি নিৰামিষভোজী হয় তেন্তে মাংস, কুকুৰা, মাছ, সাগৰীয় খাদ্য আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি থাইৰয়ডৰ সমস্যা দূৰ কৰিব পাৰে। ইহঁতৰ ভিতৰত থকা পুষ্টি যেনে জিংক, ওমেগা ৩ ফেটি এচিড আদিয়ে আপোনাক সুস্থ কৰি ৰখাত সহায় কৰে।

      Tags: HealthHealthy lifeMedical life

      Related Posts

      শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাত ইতিহাস ৰচিলে বাংলাদেশ ক্ৰিকেট দলে
      Top News

      শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাত ইতিহাস ৰচিলে বাংলাদেশ ক্ৰিকেট দলে

      July 16, 2025
      ভাৰতীয় ফুটবলৰ ভৱিষ্যতক লৈ উদ্বিগ্ন সুনীল ছেত্ৰী! ISL বন্ধ হোৱাক লৈ দুখ শীৰ্ষ ষ্ট্ৰাইকাৰগৰাকীৰ

      পাকিস্তানত প্ৰকৃতিৰ কাল ৰূপ; নেৰানেপেৰা বৰষুণত ২৪ জনৰ মৃত্যু, ১৫০ৰো অধিক লোক আহত

      বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নীতিশ কুমাৰৰ ডাঙৰ ঘোষণা

      উত্তৰাখণ্ডৰ বিদ্যালয়ত ভাগৱত গীতাৰ পাঠদান; সিদ্ধান্তক আদৰণি মাদ্ৰাছা বোৰ্ডৰ
      Top News

      উত্তৰাখণ্ডৰ বিদ্যালয়ত ভাগৱত গীতাৰ পাঠদান; সিদ্ধান্তক আদৰণি মাদ্ৰাছা বোৰ্ডৰ

      July 16, 2025
      ভূল চিকিৎসাত যুৱকৰ মৃ*ত্যু! কি হৈছিল নলবাৰীৰ এই চিকিৎসালয়ত?
      Top News

      ভূল চিকিৎসাত যুৱকৰ মৃ*ত্যু! কি হৈছিল নলবাৰীৰ এই চিকিৎসালয়ত?

      July 16, 2025

      শীৰ্ষ সংবাদ

      শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাত ইতিহাস ৰচিলে বাংলাদেশ ক্ৰিকেট দলে

      ভাৰতীয় ফুটবলৰ ভৱিষ্যতক লৈ উদ্বিগ্ন সুনীল ছেত্ৰী! ISL বন্ধ হোৱাক লৈ দুখ শীৰ্ষ ষ্ট্ৰাইকাৰগৰাকীৰ

      পাকিস্তানত প্ৰকৃতিৰ কাল ৰূপ; নেৰানেপেৰা বৰষুণত ২৪ জনৰ মৃত্যু, ১৫০ৰো অধিক লোক আহত

      বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নীতিশ কুমাৰৰ ডাঙৰ ঘোষণা

      উত্তৰাখণ্ডৰ বিদ্যালয়ত ভাগৱত গীতাৰ পাঠদান; সিদ্ধান্তক আদৰণি মাদ্ৰাছা বোৰ্ডৰ

      ভূল চিকিৎসাত যুৱকৰ মৃ*ত্যু! কি হৈছিল নলবাৰীৰ এই চিকিৎসালয়ত?

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist