• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 8, 2025
28 °c
Guwahati
28 ° Wed
28 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

    বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      কি কৰিব নোৱাৰে বিজ্ঞানে; কেইবা কিলোমিটাৰ দূৰৰ পৰাই দিল্লীত কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰ সম্পন্ন

      Nation NE by Nation NE
      August 5, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      কি কৰিব নোৱাৰে বিজ্ঞানে; কেইবা কিলোমিটাৰ দূৰৰ পৰাই দিল্লীত কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰ সম্পন্ন
      Share on FacebookShare on TwitterWhatsApp

      চিকিৎসা বিজ্ঞানত বহু ধৰণৰ নতুন প্ৰযুক্তিৰ সম্প্ৰসাৰণ হৈছে । এইসমূহৰ পৰা ৰোগীয়ে যথেষ্ট সুবিধা লাভ কৰিছে। এইসমূহক চেৰ পেলাই চিকিৎসা বিজ্ঞানে কৰিলে অভিলেখ। কিয়নো কেইবা কিলোমিটাৰ দূৰৰ পৰাই কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিলে চিকিৎসকে।

      টেলি-ৰবটিক চাৰ্জাৰী এনে এক প্ৰযুক্তি যাৰ জৰিয়তে চিকিৎসকে কেইবা কিলোমিটাৰ দূৰত বহি ৰোগীৰ অস্ত্ৰোপচাৰ কৰিব পাৰে। দিল্লীৰ ৰাজীৱ গান্ধী কেন্সাৰ ইনষ্টিটিউট এণ্ড ৰিচাৰ্চ চেণ্টাৰত টেলিচাৰ্জাৰীৰ ক্লিনিকেল ট্ৰায়েলত সম্পূৰ্ণ হৈছে অস্ত্ৰোপচাৰ।

      ইয়াত চিকিৎসকে টেলি চাৰ্জাৰীৰ সহায়ত ৬ টা অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে। ইয়াত এজন কেন্সাৰ ৰোগীৰ পৰীক্ষামূলক অস্ত্ৰোপচাৰ কৰা হৈছে। ৰোগীজনৰ মূত্ৰাশয়ৰ কাৰ্চিনোমা আছিল আৰু এই পৰীক্ষাৰ জৰিয়তে সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন হৈ গৈছে। ইয়াৰ পদ্ধতিসমূহ হ’ল নেফ্ৰেক্টমী, হিষ্টেৰেকটমী। এই পৰীক্ষাই ৰোগীৰ বাবে টেলিচাৰ্জাৰীৰ সুবিধাৰ পথো মুকলি কৰিছে।

      এই পৰীক্ষা ৰাজীৱ গান্ধী কেন্সাৰ ইনষ্টিটিউটৰ জেনিটো-উৰো অংক’লজী বিভাগৰ সঞ্চালক ডাঃ সুধীৰ ৰাৱালে চলাইছিল। তেওঁৰ লগতে আন বহু চিকিৎসকো এই অস্ত্ৰোপচাৰৰ লগত জড়িত আছিল। এই অস্ত্ৰোপচাৰ কোনো জটিলতা নোহোৱাকৈ কৰা হৈছিল। ডাঃ সুধিৰে ৰোগীজনৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ পৰীক্ষাৰ ফলাফল সফল হোৱা বুলি কয়।

      টেলি-ৰবটিক অস্ত্ৰোপচাৰ কি?

      ডাঃ সুধীৰ ৰাৱালৰ মতে, এই প্ৰযুক্তিৰ সহায়ত ৰোগীৰ অস্ত্ৰোপচাৰ কেইবা কিলোমিটাৰ দূৰৰ পৰা কৰা হয়। ইয়াৰ বাবে অস্ত্ৰোপচাৰ কৰা চিকিৎসকে ৰোগীৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই। অস্ত্ৰোপচাৰ কৰা ৰোগীজনৰ লগত কেমেৰা আৰু অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজনীয় সঁজুলি ৰখা হয়। ৰবটৰ সহায়ত কেমেৰাটো ৰোগীৰ শৰীৰত সুমুৱাই দিয়া হয়।

      ডাক্তৰে নিজৰ কেন্দ্ৰত বহি এই ৰবটটোক আদেশ দিয়ে। ৰবটোৰ সহায়ত অস্ত্ৰোপচাৰ কৰা হয়। ইয়াত মাত্ৰ এটা সৰু ছিদ্ৰ কৰিব লাগে আৰু ৰক্তক্ষৰণ কম হয় আৰু আৰোগ্যও লাভ কৰে।  5G স্পীড ইণ্টাৰনেটৰ প্ৰয়োজনটেলি-ৰবটিক চাৰ্জাৰীৰ বাবে 5জি স্পীডযুক্ত ইণ্টাৰনেট ব্যৱস্থাৰ প্ৰয়োজন হয়।

      অস্ত্ৰোপচাৰৰ সময়ত ৰবটটোৰ লগতে ৰোগীজনৰ লগত ৰবটো নিৰীক্ষণ কৰা একাংশ চিকিৎসকো থাকে। কেন্দ্ৰৰ পৰা ৰবটটোক নিৰ্দেশনা দিয়া চিকিৎসকজনৰ চকুত ক’লা ৰঙৰ চশমা। ডাক্তৰৰ হাতত ৰিম’ট কন্ট্ৰ’ল। ইয়াৰ জৰিয়তেহে ৰবটটো নিয়ন্ত্ৰিত হয়। ৰবটটোৰ সহায়ত অস্ত্ৰোপচাৰৰ বাবে বহু কম সময় লাগে। এতিয়া পৰীক্ষা সফল হোৱাৰ পিছত এই অস্ত্ৰোপচাৰ আন ৰোগীৰ ওপৰতো কৰিব পৰা যাব বুলি মন্তব্য প্ৰদান চিকিসকজনৰ।

      Tags: #AssamHealthIndiaRobbert

      Related Posts

      ভাৰতৰ এই চুবুৰীয়া ৰাষ্ট্ৰৰ ৩০ লাখ লোক বিপদত, এটোপাল পানীৰ বাবে কৰিব লাগিব হাহাকাৰ!
      Top News

      July 8, 2025
      শ্বেখ হাছিনাক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি; আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দিলে এই ৰায়
      Top News

      বিপদ বাঢ়িব নে বিপদৰ অন্ত পৰিব শ্বেখ হাছিনাৰ? আদালতৰ সিদ্ধান্তৰ ওপৰত সকলোৰে দৃষ্টি…

      July 8, 2025
      হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…
      Top News

      হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

      July 8, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      July 8, 2025
      বাহ্যিক সাৱধানতাৰ উপৰি নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ ৫ টা সহজ আৰু প্ৰাকৃতিক উপায়
      Top News

      নিপা ভাইৰাছৰ অবিৰত সংক্ৰমণ, জানক ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায়…

      July 7, 2025
      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…
      Top News

      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

      July 7, 2025

      শীৰ্ষ সংবাদ

      ভাৰতৰ এই চুবুৰীয়া ৰাষ্ট্ৰৰ ৩০ লাখ লোক বিপদত, এটোপাল পানীৰ বাবে কৰিব লাগিব হাহাকাৰ!

      বিপদ বাঢ়িব নে বিপদৰ অন্ত পৰিব শ্বেখ হাছিনাৰ? আদালতৰ সিদ্ধান্তৰ ওপৰত সকলোৰে দৃষ্টি…

      হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      নিপা ভাইৰাছৰ অবিৰত সংক্ৰমণ, জানক ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায়…

      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist