• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, March 2, 2026
24 °c
Guwahati
25 ° Wed
27 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰকাশ কৰিলে এখন বিশেষ তালিকা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ প্ৰতিশোধ ল’ব হিজবুল্লাহহে! আইডিএফে হত্যা কৰিলে শীৰ্ষ সেনাধ্যক্ষক

Nation NE by Nation NE
March 2, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ প্ৰতিশোধ ল’ব হিজবুল্লাহহে! আইডিএফে হত্যা কৰিলে শীৰ্ষ সেনাধ্যক্ষক
Share on FacebookShare on TwitterWhatsApp

ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণত ইৰাণৰ নেতা আয়াতুল্লাহ আলী খামেনেইৰ লগতে তেওঁৰ পৰিয়ালৰ কেইবাজনো সদস্য নিহত হৈছে। দুয়োখন দেশে তেহৰাণৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে। ইফালে লেবাননৰ মিলিচীয়া গোট হিজবুল্লাইও উচ্চতম নেতাৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ যুদ্ধত যোগদান কৰিছে।

ইজৰাইলৰ ফালে ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ চলাইছে বুলি হিজবুল্লাই জানিবলৈ দিয়ে। উচ্চতম নেতা আলী খামেনেইৰ হত্যাকাণ্ডৰ প্ৰতিশোধ বুলি কোৱা হয়। ২০২৪ চনৰ নৱেম্বৰ মাহত ইজৰাইলৰ সৈতে যুদ্ধবিৰতিৰ পিছত ইজৰাইলৰ বিৰুদ্ধে হিজবুল্লাহৰ এইটোৱেই প্ৰথম আক্ৰমণ।

হিজবুল্লাহৰ আক্ৰমণৰ পিছত ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে লেবাননত থকা নিজৰ স্থানত আক্ৰমণ আৰম্ভ কৰিছে। ইজৰাইলৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বেইৰুটত হিজবুল্লাহৰ স্থানক লক্ষ্য কৰি লোৱা হৈছে। ইজৰাইলৰ সেনাই কয় যে বেইৰুট অঞ্চলত হিজবুল্লাহৰ জ্যেষ্ঠ বিষয়াক আক্ৰমণ কৰা হৈছে। লগতে হিজবুল্লাহৰ এজন শীৰ্ষ বিষয়াক লক্ষ্য কৰি লোৱা বুলিও কয় যদিও তেওঁলোকৰ নাম প্ৰকাশ কৰা হোৱা নাই।

আইডিএফে কয় যে এই উগ্ৰপন্থী সংগঠনটোক ইজৰাইলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনি নাগৰিকৰ ক্ষতি কৰিবলৈ নিদিয়ে। আইডিএফে উল্লেখ কৰে যে সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাই লেবানন আৰু ইয়াৰ জনসাধাৰণকো ধ্বংস কৰি আছে। ইফালে ইজৰাইলী সেনাই লেবাননৰ দক্ষিণৰ ৫৩খন গাঁও আৰু চহৰৰ বাসিন্দাসকলক ঘৰ-দুৱাৰ খালী কৰিবলৈ কয়। হিজবুল্লাহৰ মুৰব্বী নাইম কাছেমে ২০২৬ চনৰ জানুৱাৰী মাহত উল্লেখ কৰিছিল যে যদিহে আমেৰিকাই ইৰাণক আক্ৰমণ কৰে তেন্তে তেওঁ নিৰপেক্ষ হৈ নাথাকিব।

Tags: AmericaIranIsrael

Related Posts

ইৰাণ-ইজৰাইল যুদ্ধৰ বাবে কি কি সামগ্ৰীত হ’ব মূল্যবৃদ্ধি? ভাৰতত কেনেধৰণে ক্ষতি কৰিব? খাৰুৱা তেলৰ যোগানো ব্যাহত হ’ব নেকি ভাৰতত?
Top News

বিমান ভ্ৰমণত ব্যাঘাত, পুনেৰ ৯০ জন ছাত্ৰৰ লগতে আৰু থানেৰ ২৩ জন আৱদ্ধ ডুবাইত

ইৰাণৰ নৌসেনাত আমেৰিকাৰ বিধ্বংসী ৰূপ ধাৰণ,  ৯খনকৈ জাহাজ ধ্বংস কৰাৰ দাবী ট্ৰাম্পৰ
Top News

ইৰাণৰ নৌসেনাত আমেৰিকাৰ বিধ্বংসী ৰূপ ধাৰণ, ৯খনকৈ জাহাজ ধ্বংস কৰাৰ দাবী ট্ৰাম্পৰ

March 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 28, 2026
Auto Draft
Top News

ইউক্ৰেইনত ৰাছিয়াৰ তীব্ৰ আক্ৰমণ, ৪২০টা ড্ৰোনৰ লগতে ৩৯টাকৈ মিছাইল নিক্ষেপ

February 27, 2026

শীৰ্ষ সংবাদ

আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ প্ৰতিশোধ ল’ব হিজবুল্লাহহে! আইডিএফে হত্যা কৰিলে শীৰ্ষ সেনাধ্যক্ষক

ইৰাণ-ইজৰাইল যুদ্ধৰ বাবে কি কি সামগ্ৰীত হ’ব মূল্যবৃদ্ধি? ভাৰতত কেনেধৰণে ক্ষতি কৰিব? খাৰুৱা তেলৰ যোগানো ব্যাহত হ’ব নেকি ভাৰতত?

বিমান ভ্ৰমণত ব্যাঘাত, পুনেৰ ৯০ জন ছাত্ৰৰ লগতে আৰু থানেৰ ২৩ জন আৱদ্ধ ডুবাইত

ইৰাণৰ নৌসেনাত আমেৰিকাৰ বিধ্বংসী ৰূপ ধাৰণ, ৯খনকৈ জাহাজ ধ্বংস কৰাৰ দাবী ট্ৰাম্পৰ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025