• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইৰাণৰ নৌসেনাত আমেৰিকাৰ বিধ্বংসী ৰূপ ধাৰণ, ৯খনকৈ জাহাজ ধ্বংস কৰাৰ দাবী ট্ৰাম্পৰ

Nation NE by Nation NE
March 2, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইৰাণৰ নৌসেনাত আমেৰিকাৰ বিধ্বংসী ৰূপ ধাৰণ,  ৯খনকৈ জাহাজ ধ্বংস কৰাৰ দাবী ট্ৰাম্পৰ
Share on FacebookShare on TwitterWhatsApp

ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ পিছত যুদ্ধক্ষেত্ৰত পৰিণত হৈছে মধ্যপ্ৰাচ্য। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ পিছত এতিয়া আমেৰিকাই ইৰাণৰ নৌসেনাক লক্ষ্য কৰি লৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে যে, আমেৰিকাৰ সেনা বাহিনীয়ে ইৰাণৰ নৌসেনাৰ ৯খন জাহাজ ধ্বংস কৰি ডুবাই পেলাইছে। তেওঁ লগতে কয় যে, ইৰাণৰ বাকী থকা জাহাজসমূহ অতি সোনকালে ধ্বংস কৰা হ’ব।

ইফালে ইৰাণৰ চৰকাৰী সংবাদ সংস্থাই দাবী কৰিছিল যে ইৰাণৰ সেনাই অপাৰেচন ট্ৰু প্ৰমিজ ৪ৰ অংশ হিচাপে আমেৰিকাৰ বিমানবাহী জাহাজ আব্ৰাহাম লিংকনত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছিল।কিন্তু আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে এই দাবী নাকচ কৰি কয় যে, লিংকনৰ ওপৰত কোনো আক্ৰমণ সফল হোৱা নাই।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ১ মাৰ্চত দাবী কৰিছিল যে, ইৰাণৰ বিৰুদ্ধে চলি থকা অভিযানত এতিয়ালৈকে ইৰাণৰ ৪৮জন শীৰ্ষ নেতা আৰু সামৰিক বিষয়া নিহত হৈছে। ট্ৰাম্পে কয় যে, আমেৰিকাই এবাৰতে ৪৮ জন ইৰাণী নেতাক নিৰ্মূল কৰিছে আৰু এই অভিযান অতি দ্ৰুতগতিত আগবাঢ়িছে।

আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুত পিছত অনিশ্চয়তাত ডুব গৈছে ইৰাণ। আমেৰিকাৰ সাংসদ আৰু ইৰাণৰ বিষয়াসকলৰ বক্তব্যই তেহৰাণৰ ক্ষমতা গাঁথনিৰ ওপৰত কি হ’ব সেই সম্পৰ্কে গভীৰ বিভ্ৰান্তিৰ কথা স্পষ্টভাৱে সূচায়। এক সাক্ষাৎকাৰত আমেৰিকাৰ চেনেটৰ চোৰাংচোৱা সমিতিৰ অধ্যক্ষ টম কটনে কয় যে, সামৰিক অভিযান অব্যাহত থাকিব। তেওঁ কয় যে অনাগত দিনত আমেৰিকাৰ জনসাধাৰণে ইৰাণৰ ক্ষেপণাস্ত্ৰ, ইয়াৰ লঞ্চাৰ আৰু তেওঁলোকৰ ক্ষেপণাস্ত্ৰ নিৰ্মাণ ক্ষমতাৰ বিৰুদ্ধে পদ্ধতিগত আৰু সুপৰিকল্পিত ব্যৱস্থা গ্ৰহণৰ সাক্ষী হ’ব।

ৱাশ্বিংটনে সামৰিক হেঁচা অব্যাহত থকাৰ ইংগিত দিয়াৰ বিপৰীতে তেহৰানে এই আক্ৰমণসমূহক অবৈধ আগ্ৰাসন বুলি অভিহিত কৰিছে। এই বিৰোধী বক্তব্যসমূহে স্পষ্টভাৱে ইংগিত দিয়ে যে ইৰাণৰ নেতৃত্বৰ পৰিৱৰ্তন প্ৰক্ৰিয়াই কি দিশ ল’ব সেই সম্পৰ্কে যথেষ্ট অনিশ্চয়তা অব্যাহত আছে।

Tags: AmericaIranIsrael

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025