• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 14, 2026
25 °c
Guwahati
25 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আসন বিক্ৰী কৰা কংগ্ৰেছৰ পুৰণি পৰম্পৰা : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Nation NE by Nation NE
October 25, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
APSC ৰ আৰ্হিত অনুষ্ঠিত নহয় ADRE, মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে উৎফুল্লিত চাকৰি প্ৰত্যাশী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

ঝাৰখণ্ডৰ বৰহীৰ প্ৰাক্তন কংগ্ৰেছ নেতা তথা বিধায়ক উমাশংকৰ আকেলাক ২ কোটি টকাৰ বিনিময়ত টিকট দিয়াৰ অভিযোগ উত্থাপন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শুকুৰবাৰে শৰ্মাই কয় যে মইও এটা সময়ত কংগ্ৰেছত আছিলো। কংগ্ৰেছত যদি এখন ৰাজ্যত ১০০ খন আসন থাকে তেন্তে ২০ খন আসন বিক্ৰী হয়। এয়া কংগ্ৰেছৰ পুৰণি পৰম্পৰা।

শৰ্মাই লগতে কয় যে উমা শংকৰ আকেলাই কোৱা কথাবোৰ নতুন কথা নহয়। প্ৰতিখন ৰাজ্যতে আমি দেখিবলৈ পাওঁ যে কংগ্ৰেছে ২০ শতাংশ আসন বিক্ৰী কৰে। মীৰ চাহেবৰ বিৰুদ্ধে কোনো ব্যক্তিগত অভিযোগ উত্থাপন কৰি লাভ নাই। এয়া কংগ্ৰেছৰ ব্যৱস্থা যে তেওঁলোকে ২০ শতাংশ আসন বিক্ৰী কৰে।

ৰাঁচীত বিদ্ৰোহী প্ৰাৰ্থী সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো সকলোৱে বিচাৰে আৰু মনোনয়ন প্ৰত্যাহাৰৰ সময়লৈকে তেওঁলোকক সৈমান কৰা হয়।

তেওঁ লগতে কয় যে বিজেপি নেতৃত্বাধীন এন ডি এয়ে প্ৰতিখন আসনত এজনকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে যদিও ইণ্ডি মিত্ৰজোঁটৰ অৱস্থা চাওক। ইণ্ডি মিত্ৰজোঁটৰ আসনৰ বাবে দুই-তিনিজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে বুলিও তেওঁ কয়।

এন ডি এৰ সকলো মিত্ৰশক্তিক শুভেচ্ছা জ্ঞাপন কৰি তেওঁ সুদেশ মহটোৱে পুনৰবাৰ চিল্লী বিধানসভা সমষ্টিৰ পৰা অভিলেখ ভোটৰে জয়ী হ’ব বুলি আশা প্ৰকাশ কৰে।

লগতে কয় যে ঝাৰখণ্ডত এন ডি এৰ জয় নিশ্চিত। ঝাৰখণ্ডত গঠন হ’ব এন ডি এ চৰকাৰ। প্রতিশ্রুতি অনুসৰি চৰকাৰ গঠনৰ পাছত খোদ প্রথম কেবিনেট বৈঠকতে ঝাৰখণ্ডৰ ছোৱালী-মহিলাৰ একাউণ্টত প্রতিমাহে ২১০০ টকা গগ’ দিদী আঁচনিৰ অধীনত দিয়া হ’ব বুলিও তেওঁ কয়৷ এবছৰত ১.৫ লাখ চাকৰিৰ ব্যৱস্থা কৰিব।

হিমন্ত বিশ্ব শৰ্মাই কয় যে অনুপ্ৰৱেশকাৰীৰ পৰা ঝাৰখণ্ডক বচাব লাগিব। অসমৰ অৱস্থাও একেধৰণৰ আছিল। মুছলমানৰ সংখ্যা ২০ শতাংশ বৃদ্ধি পোৱাৰ লগে লগে অনুপ্ৰৱেশকাৰীৰ সংখ্যা ৪৫ শতাংশলৈ বৃদ্ধি পালে। বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাবে ঝাৰখণ্ডৰ জনগাঁথনি সলনি হৈছে যদিও শাসকীয় জেএমএম এই বিষয়ত নিমাত। কাৰণ, তেওঁলোক তেওঁলোকৰ ভোট বেংক। ঝাৰখণ্ডতো অসমৰ দৰে একে পৰিস্থিতি হ’ব।

Tags: #Congress#JharkhandAssembly ElectionHimanta Biswa Sarma

Related Posts

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি
Top News

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?
Top News

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

May 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 13, 2026
২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই
Top News

২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

May 12, 2026

শীৰ্ষ সংবাদ

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025