• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অসমত বিশেষ মাংস পৰিবেশনৰ নিষেধাজ্ঞাক লৈ বিৰোধীৰ ৰোষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Nation NE by Nation NE
December 6, 2024
in Top News, অসম
0 0
অসমত বিশেষ মাংস পৰিবেশনৰ নিষেধাজ্ঞাক লৈ বিৰোধীৰ ৰোষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Share on FacebookShare on TwitterWhatsApp

অসমৰ বিজেপি চৰকাৰে ৰেষ্টুৰেণ্ট, হোটেল আৰু ৰাজহুৱা স্থানত এবিধ বিশেষ মাংস পৰিবেশন আৰু খোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। মন্ত্ৰীসভাৰ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিষিদ্ধ মাংস খোৱাৰ ক্ষেত্ৰত প্ৰচলিত আইন সংশোধন কৰি নতুন বিধান অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে।

অসম চৰকাৰৰ এই সিদ্ধান্তক লৈ উত্তপ্ত হৈ পৰিছে ৰাজনৈতিক মহল। দেশৰ ৰাজধানী নতুন দিল্লীৰ পৰা উত্তৰ-পূব অঞ্চললৈকে সকলো বিৰোধী দলে চৰকাৰক সমালোচনা কৰিছে।

৫ ডিচেম্বৰত অসমৰ মূল বিৰোধী দলটোৱে বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে, এই সিদ্ধান্ত বিজেপিৰ ভোটবেংকক মেৰুকৰণৰ “ৰাজনৈতিক ছলনা”। এই পদক্ষেপে মানুহৰ মত প্ৰকাশৰ স্বাধীনতাক আক্ৰমণ কৰিছে।

একে সময়তে বিজেপিয়ে এই কথা প্ৰতিহত কৰি কয় যে, এই সিদ্ধান্তই গৰু-ম’হক সুৰক্ষা দিব আৰু সকলো সম্প্ৰদায়ৰ ধৰ্মীয় আৱেগক সন্মান জনোৱা এখন সমাজ গঢ়ি তুলিব।

বৰ্তমানৰ আইনখন সংশোধন কৰাৰ পিছত বুধবাৰে অসম চৰকাৰে হোটেল, ৰেষ্টুৰেণ্ট আৰু সামূহিক অনুষ্ঠানত ৰাজহুৱা স্থানত বিশেষ মাংস খোৱা নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে কয় যে, ৰাষ্ট্ৰই মানুহৰ খাদ্যাভ্যাসৰ নিৰ্দেশ দিয়াটো উচিত নহয়। ই জনসাধাৰণৰ মত প্ৰকাশৰ স্বাধীনতা আৰু ধৰ্মীয় বিশ্বাসৰ ওপৰত আক্ৰমণ। ব্যক্তিগতভাৱে তেওঁ ৰাজনৈতিক মঞ্চত খাদ্যাভ্যাসৰ বিষয়ে কোনো ধৰণৰ আলোচনাৰ বিৰোধী নহয়।

তেওঁ কয় ধৰ্মই কিছুমান বস্তু নিষিদ্ধ কৰে আৰু আন কিছুমানক অনুমতি দিয়ে, আৰু মানুহে নিজৰ ধৰ্মীয় বিশ্বাস অনুসৰি খাদ্য গ্ৰহণ কৰে। লগতে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে কয় যে, আমি বাস কৰা সমাজখন বৈচিত্ৰ্যৰে ভৰা আৰু এয়াই আমাৰ সৌন্দৰ্য্য। এটা অংশই মোক্ষ লাভৰ বাবে গৰু পূজা কৰে, আনটোৱে মোক্ষ লাভৰ বাবে গৰু বলি দিয়ে।

ইফালে ৰাইজৰ পাৰ্টিৰ সাধাৰণ সম্পাদক ৰাছাল হুছেইনে এই সিদ্ধান্তক লৈ শোক প্ৰকাশ কৰি কয় যে, যি সময়ত বিশ্বই মহাকাশৰ পৰা সুনীতা উইলিয়ামছৰ উভতি অহাৰ কথা আলোচনা কৰি আছে, সেই সময়ত অসম গৰু-গাহৰিৰ মাংসক লৈ ৰাজনীতিত ব্যস্ত।

তেওঁ দাবী কৰে যে, এয়া ৰাজনৈতিক ছলনাৰ বাহিৰে আন একো নহয়। মূল্যবৃদ্ধি, ছয় জনগোষ্ঠীলৈ এছ টিৰ মৰ্যাদা, অসম চুক্তি ৰূপায়ণ, এন আৰ চিৰ চূড়ান্ত খচৰাত অনুমোদন আদি মৌলিক বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়াৰ বিপৰতে  জনসাধাৰণক অন্য দিশলৈ ঠেলি দিবলৈ চেষ্টা কৰিছে চৰকাৰে।

Tags: #AssamChief ministerDr himanta biswa sarma

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025