• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, January 28, 2026
20 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
January 28, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৫৫৬- মোগল সম্ৰাট হুমায়ুনৰ মৃত্যু হয়।

১৮৩৫- পশ্চিমবংগত কলিকতা চিকিৎসা মহাবিদ্যালয় স্থাপন হয়।

১৮৭৮- আজিৰ দিনটোতে ইয়েল ডেইলী নিউজ আমেৰিকাত প্রথম প্রকাশিত দৈনিক কাকত হিচাপে পৰিগণিত হয়।

১৮৮৭- ফ্ৰান্সৰ ৰাজধানী পেৰিছত আইফেল টাৱাৰ নিৰ্মাণৰ কাম আৰম্ভ হয়।

১৯০৯- আমেৰিকাই কিউবাৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।

১৯৩২- জাপানী সেনাই চাংহাই (চীন) দখল কৰে।

১৯৩৩- চৌধুৰী ৰহমত আলী খানে মুছলিম লীগৰ দাবী অনুসৰি পৃথক জাতিৰ সৃষ্টিৰ বাবে পাকিস্তান নাম দিয়াৰ পৰামৰ্শ দিয়ে।

১৯৩৫- আইচলেণ্ডে গৰ্ভপাতক বৈধতা প্ৰদান কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়।

১৯৪২- জাৰ্মান বাহিনীয়ে লিবিয়াৰ বেনগাজী দখল কৰে।

১৯৫০ চনত ন্যায়াধীশ হীৰালাল কনিয়াই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদ গ্ৰহণ কৰে।

১৯৬২- আজিৰ দিনটোতে আমেৰিকাৰ এখন মহাকাশযান চন্দ্ৰত উপস্থিত হোৱাত ব্যৰ্থ হয়।

১৯৮৬- ফ্ল’ৰিডাৰ কেপ কানাভেৰালৰ পৰা উৰণৰ পিছত আমেৰিকাৰ মহাকাশযান “চেলেঞ্জাৰ” বিস্ফোৰণত সাতজন মহাকাশচাৰীৰ মৃত্যু হয়।

১৯৯২- আলজেৰিয়াত তিনিটা দশক ক্ষমতা দখল কৰাৰ পিছত নেচনেল লিবাৰেচন ফ্ৰণ্টে পদত্যাগ কৰে।

১৯৯৮- ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ ২৬ জন অভিযুক্তক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।

২০০০- ভাৰতে ১৯ বছৰ অনুৰ্ধ যুৱ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰে।

২০০৩- পশ্চিম বংগৰ হাওৰা জিলাত এখন বাছ আৰু এখন তেল টেংকাৰৰ সংঘৰ্ষত ৪২ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হয়।

২০০৮- ব্যক্তিগত খণ্ডৰ কোম্পানী জিন্দাল পাৱাৰ এণ্ড ষ্টীল লিমিটেডৰ লাভ বৃদ্ধি পায়।

২০১৩- জন কেৰী আমেৰিকাৰ বিদেশ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।

Related Posts

মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ
Top News

মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

January 28, 2026
সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…
Top News

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

January 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

January 28, 2026
তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল,  জানক সবিশেষ
Top News

তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল, জানক সবিশেষ

January 27, 2026
শ্বেখ হাছিনা চৰকাৰৰ পতন মূল কাৰণ আমেৰিকা! ৰেকৰ্ডিঙত ফাদিল ডাঙৰ তথ্য

শীৰ্ষ সংবাদ

মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল, জানক সবিশেষ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025