• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 25, 2026
24 °c
Guwahati
25 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
January 29, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৫২৮- মোগল বংশৰ প্ৰতিষ্ঠাপক বাবৰে মেৱাৰৰ ৰাণা সংগক পৰাস্ত কৰি চান্দেৰীৰ দুৰ্গ দখল কৰে।

১৭৮০- ভাৰতৰ প্ৰথমখন বাতৰি কাকত ইংৰাজী ভাষাত প্ৰকাশ পায়, যাৰ নাম “হিকিৰ বংগ গেজেট”। “হিকিজ গেজেট”, “বেংগল গেজেট” বা “কলকাতা জেনেৰেল এডভাৰটাইজাৰ” কলকাতাৰ পৰা প্ৰকাশ পাইছিল। এই ইংৰাজী ভাষাৰ কাকতখনৰ সম্পাদক আছিল জেমছ অগাষ্টাছ হিকি।

১৯১৬- জাৰ্মানীয়ে প্ৰথম বিশ্বযুদ্ধত প্ৰথমবাৰৰ বাবে ফ্ৰান্সক আক্ৰমণ কৰে।

১৯৩৯- ৰামকৃষ্ণ মিছন সাংস্কৃতিক প্ৰতিষ্ঠান প্ৰতিষ্ঠা হয়।

১৯৭৩- আমেৰিকা, ছোভিয়েট ইউনিয়ন আৰু আন ১৭ খন দেশৰ ভিয়েনাত ইউৰোপত সামৰিক শক্তি হ্ৰাস কৰাৰ বিষয়ে আলোচনা কৰা হয়।

১৯৭৯- ভাৰতৰ প্ৰথমখন জাম্বো ৰেল টুইন ইঞ্জিনযুক্ত তামিলনাডু এক্সপ্ৰেছ নতুন দিল্লী ষ্টেচনৰ পৰা চেন্নাই অভিমুখে ফ্লেগ অফ কৰা হয়।

১৯৮৯- ছিৰিয়া আৰু ইৰাণে লেবাননত সংঘাত বন্ধ কৰাৰ বাবে চুক্তিত উপনীত হয়।

১৯৯৪- ভাৰত চৰকাৰে ১৯৫৩ চনৰ এয়াৰ কৰ্পৰেশ্যন এক্ট বাতিল কৰে।

১৯৯৬- ফ্ৰান্সৰ ৰাষ্ট্ৰপতি জেক চিৰাকে ভৱিষ্যতে পাৰমাণৱিক পৰীক্ষণ স্থগিত ৰখাৰ কথা ঘোষণা কৰে।

২০০৩ চনত ইজৰাইলৰ সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী এৰিয়েল শ্বেৰনৰ লিকুড দলে জয়লাভ কৰে।

২০০৫ চনত নক্সালবাদীয়ে গয়াত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি ভেংকয়া নাইডুৰ হেলিকপ্টাৰ গুলীয়াই নিক্ষেপ কৰে। কোনো আঘাত নোপোৱাকৈ সাৰি যায় নাইডু।

২০০৭- অভিনেত্ৰী শিল্পা শ্বেট্টীয়ে জামিন জেকচনক পৰাস্ত কৰি লণ্ডনৰ চেনেল ৪ৰ ৰিয়েলিটি শ্ব’ “বিগ ব্রাদাৰ”ৰ চেম্পিয়ন হয়।

২০১০- ভাৰত আৰু ৰাছিয়াৰ যৌথ প্ৰকল্পৰ অধীনত উৎপাদিত পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমানে ৰাছিয়াৰ সুদূৰ পূৰ্বাঞ্চলত প্ৰথম উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে।

Tags: History Eventsnews updateWorld news

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড
Top News

March 25, 2026
ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?
Top News

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

March 25, 2026
IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

March 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 25, 2026

শীৰ্ষ সংবাদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025