• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে আৰক্ষী উপ-পৰিদৰ্শকে

Nation NE by Nation NE
July 22, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে আৰক্ষী উপ-পৰিদৰ্শকে
Share on FacebookShare on TwitterWhatsApp

মঙলবাৰে পুৱা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত উত্তৰ প্ৰদেশৰ কাছগঞ্জ জিলাৰ কচ্চলা আৰক্ষী চকীৰ উপ-পৰিদৰ্শকৰ মৃত্যু হয়। প্ৰাতঃভ্ৰমণ কৰিবলৈ যোৱাৰ সময়তে অচিনাকী বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাই আৰক্ষী উপ-পৰিদৰ্শক প্ৰহ্লাদ সিং জাদোনে।

জানিব পৰা মতে, উপ-পৰিদৰ্শক প্ৰহ্লাদ সিং জাদোনে প্ৰতিদিনাৰ দৰে আজিও ৰাতিপুৱা প্ৰাতঃভ্ৰমণৰ বাবে ওলাই গৈছিল। সেই সময়তে এখন অজ্ঞাত বাহনে আৰক্ষী বিষয়াজনক প্ৰচণ্ড জোৰত খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে আৰক্ষী বিষয়াজনে ঘটনাস্থলতে মৃত্যুক সাৱটি লয়।

মৃত্যু হোৱা আৰক্ষী উপ-পৰিদৰ্শক প্ৰহ্লাদ সিং মূলতঃ মথুৰা অঞ্চলৰ নৰী গাঁৱৰ বাসিন্দা আছিল। তেওঁ বিগত এটা বছৰ ধৰি কচ্চলা আৰক্ষী চকীৰ প্ৰভাৰী হিচাপে দায়িত্ব পালন কৰি আছিল। প্ৰায় দুবছৰ পূৰ্বে তেওঁ উপ-পৰিদৰ্শক হিচাপে পদোন্নতি লাভ কৰিছিল।

ইফালে আৰক্ষীয়ে উপ-পৰিদৰ্শকজনৰ আত্মীয়ক দুৰ্ঘটনাৰ বিষয়ে জানিবলৈ দি কাছগঞ্জলৈ মাতি আনিছে। লগতে এই ঘটনা সংঘটিত কৰা বাহনখন আৰু ইয়াৰ চালকৰ সন্ধান উলিয়াবলৈ আৰম্ভ কৰা হৈছে অভিযান।

আৰক্ষীয়ে অঞ্চলটোত স্থাপন কৰা চিচিটিভি কেমেৰাৰ তদন্তও অব্যাহত ৰাখিছে। এই ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে আৰক্ষী বিভাগে।

Tags: Kasganj AccidentSub InspectorUttar Pradesh

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025