• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

Nation NE by Nation NE
September 8, 2025
in Top News, ক্ৰীড়া
0 0
অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ
Share on FacebookShare on TwitterWhatsApp

এছিয়ান চেম্পিয়ন হিচাপে পৰিগণিত হৈছে হৰমনপ্ৰীত সিং নেতৃত্বাধীন ভাৰতীয় দল। বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত হোৱা পুৰুষ এছিয়া কাপ ২০২৫ৰ ফাইনেলত আজি ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাস্ত কৰে ভাৰতে। ভাৰতে ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ কোৰিয়াক ৪-১ গ’লৰ ব্যৱধানত একপক্ষীয়ভাৱে পৰাস্ত কৰে।

হকী এছিয়া কাপ ২০২৫ৰ খিতাপ মেচত ভাৰতে দক্ষিণ কোৰিয়াক ৪-১ গ’লত পৰাস্ত কৰে।ফাইনেলত ভাৰতে এক সুন্দৰ আৰম্ভণি কৰিছিল, প্ৰথম মিনিটতে সুখজীতে এটা গ’ল দিছিল। গোটেই খেলখনত কোৰিয়াক ডিফেণ্ডিং মোডত আৰু ভাৰতীয় খেলুৱৈক আক্রমণাত্মক মোডত দেখা যায়৷

চেম্পিয়ন হোৱাৰ সমান্তৰালকৈ ভাৰতীয় হকী দলটোৱে অহা বছৰ বেলজিয়াম আৰু নেদাৰলেণ্ডত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবেও যোগ্যতা অৰ্জন কৰিছে। এয়া ভাৰতৰ চতুৰ্থটো হকী এছিয়া কাপ খিতাপ।

উল্লেখ্য যে, ভাৰতে চতুৰ্থবাৰৰ বাবে হকী এছিয়া কাপৰ খিতাপ দখল কৰিছে। এই জয়ৰ বিশেষ কাৰণ ভাৰতে ৫ বাৰৰ চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাস্ত কৰিছে।ইয়াৰ পূৰ্বে ২০১৭ চনত ভাৰতে মালয়েছিয়াক পৰাস্ত কৰি এছিয়া কাপ জয় কৰিছিল।

এইদৰে সুদীৰ্ঘ ৮ বছৰৰ অপেক্ষাৰ অন্ত পেলাই ভাৰতীয় দলে পুৰুষ হকী এছিয়া কাপত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে।

Tags: asia cupHockeySports

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025